• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

2 months ago
৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

1 hour ago
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

2 hours ago
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

2 hours ago
ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

2 hours ago
ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

ম’হ লৈ কাৰ্যালয়লৈ আহিল কাউন্সিলাৰ, লগত বেণ্ড পাৰ্টী

3 hours ago
পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

পচা আলুৰ বাবেই ৬ মহীয়া শিশুক নিৰ্মমভাৱে প্ৰহাৰ কৰি হ*ত্যা কৰিলে পিতৃয়ে

4 hours ago
৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

৮৫ বছৰীয়া পত্নীৰ অন্ত্যেষ্টিক্ৰিয়াত উপস্থিত ২৫ বছৰীয়া যুৱক

5 hours ago
মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

মাত্ৰ ১০০ টকা বিনিয়োগ কৰিও পাব পাৰে সাংঘটিক লাভ

6 hours ago
ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

ছুপাৰষ্টাৰ প্ৰিয়ংকা চোপ্ৰাক সঁচাকৈয়ে হলীউডৰ অভিনেতাই কৰিলে নেকি প্ৰৱঞ্চনা?

6 hours ago
‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

‘পত্নীয়ে ক’লৈ যাব, কিয় যাব তাৰ অনুমতি স্বামীৰ পৰা ল’ব নালাগে’

6 hours ago
খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

খান ছাৰৰ অবৈধ সম্পৰ্ক? খান ছাৰৰ বিৰুদ্ধে আৰক্ষীক গোচৰ যুৱতীৰ

7 hours ago
আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

আজি এই ৩ ৰাশিৰ বাবে বিশেষ উল্লেখযোগ্য দিন

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, August 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!

অন্য দেশৰ খেলুৱৈকো দিব লাগিব গুৰুত্ব: দেৱজিৎ শইকীয়া

editor by editor
June 18, 2026
in ক্ৰীড়া, বিনোদন, বিবিধ, ভাৰত, লেখা
0
বৃদ্ধি হ’ব নেকি IPL-2027ৰ মেচৰ সংখ্যা? সলনি হ’ব পাৰে IPL-2027ৰ সময়!
0
SHARES
337
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চলিত IPL শেষ হোৱাৰ এমাহ সম্পূৰ্ণ নৌহওতেই আহিছে ২০২৭ৰ IPLৰ খবৰ। আগন্তুক বৰ্ষৰ পৰা IPLৰ মেচৰ সংখ্যা বৃদ্ধি কৰা হ’ব বুলি ওলোৱা খবৰ সন্দৰ্ভতো BCCIৰ সচিব দেৱজিৎ শইকীয়াই তথ্য সদৰী কৰিছে। কেইবাটাও ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত আগন্তুক IPLৰ সম্প্ৰসাৰণ ঘটি ৭৪খন মেচৰ পৰা ৯৪খন মেচলৈ বৃদ্ধি হ’ব বুলি খবৰ প্ৰকাশ পাইছিল।

কেতিয়াৰ পৰা কিমান দিনলৈ হ’ব IPL 2027?

BCCIৰ সচিব দেৱজিৎ শইকীয়াই এই সন্দৰ্ভত সদৰী কৰে যে IPLৰ ব্যৱসায়িক তথা প্ৰতিযোগিতামূলক পৰ্বৰ অন্তিম সময়ত বেয়া বতৰৰ প্ৰভাৱ এৰাবলৈ আগন্তুক ছিজনৰ পৰা প্ৰতিযোগিতাখন ১০ মাৰ্চৰ ওচৰে-পাজৰে আৰম্ভ কৰি ১৫ মে’ৰ ভিতৰত সমাপ্ত কৰাৰ সম্ভাৱনা আছে। অৱশ্যে, আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সূচীৰ সীমাবদ্ধতাৰ বাবে বৰ্তমানৰ ৭৪খন মেচৰ পৰা IPLৰ সম্প্ৰসাৰণ কৰাৰ কোনো পৰিকল্পনা নাই। শইকীয়াই লগতে কয় যে-‘এইবাৰ IPL ২৯ মাৰ্চত আৰম্ভ হৈছিল আৰু ৩১ মে’ত সমাপ্ত হৈছিল। কিন্তু ১৫ মে’ৰ পিছৰ সময়ছোৱাত ভাৰতৰ বিশেষকৈ কিছুমান অঞ্চলত বৰষুণ হোৱাৰ আশংকা থাকে, যাৰ বাবে দলসমূহৰ পইণ্ট তালিকাত ইয়াৰ প্ৰভাৱ পৰে। আনহাতে, অত্যধিক গৰমৰ বাবেও খেলুৱৈ, দৰ্শক আৰু সমৰ্থকসকলে বিভিন্ন অসুবিধাৰ সন্মুখীন হয়। সেয়ে BCCI আৰু IPL গভাৰ্নিং কাউন্সিলৰ মাজত প্ৰতিযোগিতাখন মাৰ্চৰ মধ্যভাগৰ পৰা আৰম্ভ কৰিব পাৰি নেকি এই সন্দৰ্ভত আলোচনা চলি আছে। যাৰ ফলত IPLৰ প্লে অফ আৰু ফাইনেলৰ সময়ত বেয়া বতৰৰ প্ৰভাৱৰ পৰা দলসমূহে ৰক্ষা পৰে। মেচৰ সংখ্যা বৃদ্ধিৰ প্ৰসংগত শইকীয়াই স্পষ্টভাৱে কয় যে, ‘বৰ্তমান ৭৪খন মেচৰ পৰা ৯৪খনলৈ বৃদ্ধি কৰাৰ কোনো পৰিকল্পনা নাই। আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ ব্যস্ত সূচী, বিভিন্ন দেশৰ খেলুৱৈসকলৰ উপলব্ধতা আৰু ICCৰ অন্যান্য প্ৰতিযোগিতা বিবেচনা কৰিলে IPLৰ সময়সীমা দুমাহৰ অধিক বৃদ্ধি কৰাটো সম্ভৱ নহয়।’

ICCৰ সদস্য দেশৰ খেলুৱৈৰ প্ৰতিও গুৰুত্ব দিব লাগিব

শইকীয়াই উল্লেখ কৰে যে-International Cricket Council-ৰ সদস্য দেশসমূহৰ স্বাৰ্থকো গুৰুত্ব দিব লাগিব। Australia, England, New Zealand, South Africa আৰু West Indiesৰ বহু খেলুৱৈয়ে IPLত অংশগ্ৰহণ কৰে। সেয়ে তেওঁলোকৰ দ্বিপাক্ষিক ছিৰিজ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাসমূহত ব্যাঘাত নঘটোৱাটোও সমানে গুৰুত্বপূৰ্ণ। তেওঁ লগতে কয় যে-বৰ্তমানৰ পৰিস্থিতিত IPLক দুমাহৰ সময়সীমাৰ ভিতৰতে সীমাবদ্ধ ৰাখি ৭৪খন মেচ অনুষ্ঠিত কৰাটোৱেই বাস্তৱসন্মত। সেয়ে অদূৰ ভবিষ্যতে মেচৰ সংখ্যা বৃদ্ধি কৰাৰ কোনো সম্ভাৱনা দেখা নাযায়।

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24ipl
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ
নিয়োগ

৮ম দৰমহা আয়োগ সন্দৰ্ভত এটা নতুন খবৰ

August 27, 2026
চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?
অসম

চীনৰ দৈত্যকায় নদীবান্ধ, অসম-অৰুণাচলত নেপালতকৈও ভয়াৱহ পৰিস্থিতি হ’ব নেকি?

August 27, 2026
যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!
অসম

যোৰহাটত এইবাৰ ডকাইতিত নামিল এজন নামঘৰীয়া!

August 27, 2026
ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী
জীৱনশৈলী

ভাতৃৰ দীৰ্ঘায়ু কামনা কৰে নিশ্চয়! জধে-মধে নিপিন্ধাব ৰাখী

August 27, 2026
Next Post
এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

এইকেইটা ৰাশিৰ লোকে আজি পাব পাৰে নতুন উপাৰ্জনৰ পথ

Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

Air Force Rankingত ৰাছিয়াক পিছ পেলালে চীনে, ভাৰত কিমান নম্বৰ স্থানত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.