• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?

‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?

4 months ago
প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

2 minutes ago
অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

21 minutes ago
১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

29 minutes ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

51 minutes ago
সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

সৰু পাততে লুকাই আছে স্বাস্থ্যৰ বহু গুণ, জানক কেনেকৈ খাব লাগে?

2 hours ago
ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

ছানী লিয়নীয়ে ক’ৰ পৰা উপাৰ্জন কৰে কোটি কোটি টকা? সম্পত্তি জানি হ’ব আচৰিত

2 hours ago
পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

পূজাৰ ভিতৰতে একাউণ্টলৈ আহিব নেকি PM Kisan ৰ ধন? দিছে ইংগিত

3 hours ago
দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

দুৰ্গা পূজাক লৈ কঠেোৰ পথ নিৰ্দেশনা মহানগৰ আৰক্ষীৰ, ভংগ কৰিলে বিহিব শাস্তি!

3 hours ago
আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

আধাৰ কাৰ্ডৰ কিদৰে নম্বৰ আপডেট কৰিব? জানক সহজ পদ্ধতি

5 hours ago
পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

পূজাৰ পূৰ্বে একাউণ্টত ১ লাখ টকাৰ বকেয়া DA, জমা ৰাখিলে ক’ত বেছি ৰিটাৰ্ণ পাব?

6 hours ago
Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

Shardiya Navratri 2026: নৱৰাত্ৰিৰ সময়ত জন্ম হোৱা সন্তান কেনেকুৱা? স্বভাৱ আৰু বিশেষ গুণৰ বিষয়ে জানক

7 hours ago
নৱেম্বৰ মাহ পৰ্যন্ত এই ৪ৰাশিক লাভ দিব শনি আৰু কেতুৱে, আৰ্থিক লাভ কোন কোন ৰাশিৰ কপালত আছে?

Shani Margi 2026: শনিয়ে সলনি কৰিব গতিপথ… বেয়া সময় শেষ হ’ব ৬ ৰাশিৰ!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?

বলীউডৰ কোনখন ছবিৰ শ্বুটিঙৰ সময়ত লাগিছিল হাহাকাৰ!

editor by editor
June 28, 2026
in চিনেমা, বিনোদন, বিবিধ, লেখা
0
‘মাত্ৰ ৩০ ছেকেণ্ড, বিকিনি পিন্ধা…!’ কিয় এইগৰাকী অভিনেত্ৰীগৰাকীয়ে পাইছিল অশান্তি?
0
SHARES
502
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ জগতখনত সৰু ডাঙৰ বহুতো ঘটনা ঘটি থাকে। কোনো কোনো ঘটনা বনজুইৰ দৰে বিয়পি পৰে। নেতিবাচক চৰিত্ৰতো তেওঁৰ যথেষ্ট সফলতা আছিল। যদিও তেওঁৰ গ্লেমাৰাছ ষ্টাইলৰ শলাগ লোৱা হৈছিল, তথাপিও তেওঁ ‘যোশিলা’ ছবিখনত বিকিনি পিন্ধিবলৈ অস্বীকাৰ কৰিছিল, যাৰ বাবে প্ৰায় দুঘণ্টাৰ বাবে শ্বুটিং বন্ধ কৰিবলগীয়া হৈছিল। জানেনে এই অভিনেত্ৰী কোন?

প্ৰায়বোৰ ছবিতে নেতিবাচক চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মাজত চিৰস্থায়ী চাপ পেলাইছিল অভিনেত্ৰীগৰাকীয়ে। এবাৰ ‘যোশিলা’ আৰু ‘অৰ্জুন পণ্ডিত’ ছবিৰ কথা কওঁতে তেওঁৰ এটা স্মৃতি শ্বেয়াৰ কৰে। এসময়ত যশ চোপ্ৰাৰ ছবি ‘যোশিলা’ৰ শ্বুটিং প্ৰায় দুঘণ্টা ধৰি কেনেদৰে বন্ধ কৰি দিছিল অভিনেত্ৰীগৰাকীয়ে। ‘অৰ্জুন পণ্ডিত’ ছবিখনত সঞ্জীৱ কুমাৰে তেওঁক ‘মা’ বুলি কোৱাটো যথেষ্ট কঠিন বুলিও কয়।

বিকি লালৱানীৰ সৈতে হোৱা কথা-বতৰাত অভিনেত্ৰী বিন্দুৱে নিজৰ কেৰিয়াৰৰ কিছুমান স্মৰণীয় মুহূৰ্তৰ কথা মনত পেলাই দিয়ে। ১৯৭০ৰ দশকত হিন্দী চিনেমাৰ অভিনেতাসকলৰ মাজত হোৱা কথা বৰ্ণনা কৰিছিল। ‘যোশিলা’ৰ শ্বুটিঙৰ কথা সুৱৰি বিন্দুৱে কয় যে চেটত উপস্থিত হৈ তেওঁ স্তম্ভিত হৈ পৰিছিল। সেই ছবিৰ এটা দৃশ্যৰ বাবে বিকিনি পিন্ধিবলৈ কোৱা হৈছিল। তেওঁ কয়, “বিকিনি পিন্ধিবলৈ সাজু নোহোৱাৰ বাবেই দুঘণ্টা ধৰি শ্বুটিং বন্ধ কৰি দিয়ে। তেওঁ কয়, “মই যশজীক কৈছিলো ‘প্লিজ, আপুনি মোক এই বিষয়ে আগতে কেতিয়াও কোৱা নাছিল।’ চেটত অহাৰ পিছতহে এই বিষয়ে জানিব পাৰিলোঁ।”

অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ লগে লগে তেওঁৰ কষ্টুম ডিজাইনাৰক ফোন কৰে, আৰু গোটেই ইউনিটটোৱে ৰৈ থাকে। তাৰ পিছত যশজীয়ে কৈছিল, ‘যিমান পাৰি পানীৰ তলত থাকক। আমি তেনেকৈয়ে শ্বুটিং কৰিম, আৰু কেৱল চাইড আৰু বেক শ্বটহে লম।’ বেচেৰা দেৱ আনন্দজীয়ে মনে মনে বহি একো নক’লে মই ভাবি আছিলোঁ তেওঁ কি ভাবিছে, কিন্তু যশে মোক আশ্বাস দি ক’লে, ‘আমি চম্ভালিম।’

যশ চোপ্ৰাই প্ৰথমে বিন্দুক আৰামদায়ক অনুভৱ কৰিবলৈ দৃশ্যপট সলনি কৰিছিল। সেই দৃশ্যটো মনত পেলাই বিন্দুৱে কয়, “তেওঁলোকে মোক পানীত নমাই তাৰ পৰাই শ্বুটিং কৰিছিল, আৰু তাৰ পিছত তেওঁলোকে কেৱল কাষৰ পৰা আৰু পিছফালৰ পৰাই চিত্ৰগ্ৰহণ কৰিছিল। পিছত মই চিনেমাটোগ্ৰাফাৰ ফালি মিষ্ট্ৰীক সুধিলোঁ যে কেনেকুৱা লাগিছে। তেওঁ ক’লে, ‘চিন্তা নকৰিবা, আপুনি ভাল দেখা গৈছে, ই অশ্লীল নহয়।’ ফালি জীৰ কথাই মোক আশ্বস্ত কৰিলে।”

১৯৭৩ চনত মুক্তি পোৱা যোশিলাত দেৱ আনন্দ, হেমা মালিনী, ৰাখী আৰু বিন্দুৰ অভিনয়ত দেৱ আনন্দই দ্বৈত চৰিত্ৰত অভিনয় কৰিছিল। সংগীত আৰু উৎকৃষ্ট অভিনয়ৰ বাবে চিনেমাখন স্মৰণীয়। বিন্দুৱে সঞ্জীৱ কুমাৰকে ধৰি সেই যুগৰ সকলো প্ৰধান তাৰকাৰ সৈতে কাম কৰিছিল। লগতে কিংবদন্তি অভিনেতাগৰাকীৰ বিষয়ে এটা আমোদজনক ঘটনাও শ্বেয়াৰ কৰে। এই ঘটনা সংঘটিত হয় যেতিয়া দুয়োগৰাকী তাৰকাই একেদিনাই দুখন বেলেগ বেলেগ ছবিৰ শ্বুটিং কৰি আছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়
ভাৰত

প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে Gen-Zৰ প্ৰতিবাদ, Gen-Zয়ে জ্বলাই দিলে শিক্ষা মন্ত্ৰালয়, ন্যায় মন্ত্ৰালয়

October 15, 2026
অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ
অসম

অসমকে ধৰি ১৭খন ৰাজ্যত হ’ব SSR, ভোটাৰ তালিকাৰ বৃহৎ সংশোধনৰ বাবে SSRৰ নিৰ্দেশনা আয়োগৰ

October 15, 2026
১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা
জীৱনশৈলী

১৬ অক্টোবৰত ৫ ৰাশিৰ জীৱনলৈ আহিব সুখবৰ! ধন-সম্পত্তি আৰু কৰ্মক্ষেত্ৰত লাভৰ সম্ভাৱনা

October 15, 2026
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক
জীৱনশৈলী

মা দুৰ্গাৰ পাব আশীৰ্বাদ, কাইলৈ কোন ৰাশিৰ জাতক-জাতিকাৰ ফুলিব কপাল?

October 15, 2026
Next Post
সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ'ল নতুন SOP

অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল

অসুস্থ নেকি অৰিজিৎ সিং? চিকিৎসকৰ চেম্বাৰত দেখাৰ পিছতে চিন্তিত অনুৰাগীসকল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.