• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

2 months ago
ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

10 hours ago
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

10 hours ago
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

11 hours ago
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

12 hours ago
এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

এই ৫ ৰাশিৰ লোকে লাভ কৰিব নতুন উদ্দীপনা!

13 hours ago
ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

ফুটবলত চেম্পিয়ন হ’ল, এইবাৰ ক্ৰিকেটতো অধিপত্য বিস্তাৰ কৰিবলৈ সাজু

13 hours ago
ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

ৰাজ্যৰ হাজাৰ হাজাৰ যুৱক-যুৱতীলৈ মুখ্যমন্ত্ৰীৰ ভাল খবৰ

14 hours ago
B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

B GRADE ছবিতো অভিনয় কৰিছিল ‘তাৰক মেহতা কা উলতা চশমা’ৰ এইগৰাকী অভিনেত্ৰীয়ে

15 hours ago
ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

ঘৰতেই পৰি আছে ৩৫,০০০ টন সোণ, তথাপিও ঋণগ্ৰস্ত হৈ হাত পাতিছো আনলৈ…

16 hours ago
সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

সুখ-সমৃদ্ধিৰ বাবে নাগপঞ্চমী উপলক্ষে আজিয়েই কিনক এইকেইবিধ সামগ্ৰী

17 hours ago
এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

এইকেইটা ৰাশিয়ে লাভ কৰিব আৰ্থিক, কৰ্মক্ষেত্ৰত আকৰ্ষণীয় সুযোগ

18 hours ago
কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

কেতিয়াও আৰ্থিক বিপদত নপৰিবলৈ জানক এইকেইটা বিত্তীয় টিপছ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !

মধ্যপ্ৰাচ্যৰ সংঘাতৰ দীৰ্ঘম্যাদী প্ৰভাৱ: বিশ্বজুৰি অৰ্থনৈতি, খাদ্য সংকটৰ আশংকা

editor by editor
July 1, 2026
in খাদ্য, জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, স্বাস্থ্য
0
UNৰ ভয়ংকৰ প্ৰতিবেদন! আচিৰেই দৰিদ্ৰ সীমাৰেখাৰ তললৈ যাব ৪.৫ কোটি লোক !
0
SHARES
300
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মধ্যপ্ৰাচ্যত সংঘটিত ইৰান-আমেৰিকাৰ যুদ্ধ সামৰিক পৰ্যায়ত অৱসান ঘটিলেও ইয়াৰ অৰ্থনৈতিক, সামাজিক আৰু মানৱীয় প্ৰভাৱ এতিয়াও সম্পূৰ্ণৰূপে শেষ হোৱা নাই। এই সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ UNDP-এ প্ৰকাশ কৰা এক প্ৰতিবেদনত বিশ্ব অৰ্থনীতিৰ দুৰ্বল গতি আৰু বৃদ্ধি পোৱা অনিশ্চয়তাৰ বাবে ভৱিষ্যতে কোটি কোটি লোক দাৰিদ্ৰ্যৰ কবলত পৰিব পাৰে বুলি গভীৰ উদ্বেগ প্ৰকাশ কৰিছে। UNDPৰ মতে, যদি বিশ্ব অৰ্থনীতিৰ মন্থৰ গতি অব্যাহত থাকে, তেন্তে উচ্চ-মধ্যম আয়ৰ মান অনুসৰি বিশ্বজুৰি অতিৰিক্ত ১.৭ কোটি লোক দাৰিদ্ৰ সীমাৰ তললৈ নামি যাব পাৰে। পৰিস্থিতি অধিক জটিল হৈ পৰিলে এই সংখ্যা ৪.৫ কোটিলৈ বৃদ্ধি পাব পাৰে। ইয়াৰ পূৰ্বে এপ্ৰিলত বিশ্ব বেংকে প্ৰকাশ কৰা এক প্ৰতিবেদনতো সতৰ্কবাণী দিয়া হৈছিল যে ইৰান-আমেৰিকাৰ সংঘাতৰ ফলত পশ্চিম এছিয়াত বৃদ্ধি পোৱা ভূ-ৰাজনৈতিক উত্তেজনাই বিশ্ব শক্তিৰ বজাৰ, সামগ্ৰীৰ মূল্য আৰু যোগান ব্যৱস্থাৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাব পাৰে। যুদ্ধ শেষ হোৱাৰ পাছতো ইয়াৰ অৰ্থনৈতিক সংকটৰ প্ৰভাৱ বহুদিনলৈ থাকিব পাৰে বুলি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে।

উন্নয়নশীল দেশে বহন কৰিবলগীয়া হৈছে বৃহৎ আৰ্থিক বোজা

সংকটৰ সময়ত বহু উন্নয়নশীল দেশে ইন্ধনৰ মূল্যবৃদ্ধিৰ পৰা জনসাধাৰণ আৰু ব্যৱসায়িক প্ৰতিষ্ঠানসমূহক সুৰক্ষা দিবলৈ ৰাজ সাহায্য, মূল্য নিয়ন্ত্ৰণ, কৰ হ্ৰাস আৰু চাহিদা নিয়ন্ত্ৰণৰ দৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছিল। যদিও এই পদক্ষেপসমূহে কিছু সময়ৰ বাবে জনসাধাৰণক সকাহ দিয়ে, তথাপি ইয়াৰ বাবে চৰকাৰসমূহে বৃহৎ আৰ্থিক বোজা বহন কৰিবলগীয়া হৈছে। বিশেষকৈ আফ্ৰিকা মহাদেশত সাৰৰ যোগান ব্যাহত হোৱাৰ ফলত খাদ্য সুৰক্ষাৰ সংকট অধিক তীব্ৰ হোৱাৰ আশংকা কৰা হৈছে। আনহাতে, পূব এছিয়াৰ বহু দেশত শক্তি ৰাজ সাহায্যৰ জৰিয়তে মুদ্ৰাস্ফীতি কিছু নিয়ন্ত্ৰণত থাকিলেও চৰকাৰসমূহৰ ওপৰত আৰ্থিক চাপ উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। UNDP-ৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, ২০২৬ চনৰ শেষলৈ বিশেষকৈ জীৱাশ্ম ইন্ধন যেনে পেট্ৰ’ল, ডিজেল, প্ৰাকৃতিক গেছৰ ওপৰত বিশ্বজুৰি প্ৰদান কৰা ৰাজসাহায্যৰ পৰিমাণ এক ট্ৰিলিয়ন মাৰ্কিন ডলাৰতকৈ অধিক হ’ব পাৰে। যদি খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেল ১১০ মাৰ্কিন ডলাৰলৈ বৃদ্ধি পায়, তেন্তে এই ৰাজ সাহায্যৰ পৰিমাণ ১.৪৩ ট্ৰিলিয়ন ডলাৰলৈকে বৃদ্ধি পাব পাৰে। এনে পৰিস্থিতিয়ে বহু দেশৰ ৰাজহুৱা বিত্তীয় ব্যৱস্থাক অধিক সংকটৰ মুখলৈ ঠেলি দিব। বৰ্তমান বিশ্বৰ প্ৰায় অধিকাংশ দৰিদ্ৰ দেশ ঋণ সংকটত জৰ্জৰিত অথবা তেনে সংকটৰ উচ্চ আশংকাৰ সন্মুখীন হৈ আছে। ঋণ পৰিশোধৰ ব্যয় বৃদ্ধি আৰু চৰকাৰী সঞ্চয় হ্ৰাস পোৱাৰ ফলত বহু দেশে স্বাস্থ্য, শিক্ষা আৰু আন্তঃগাঁথনি উন্নয়নৰ দৰে গুৰুত্বপূৰ্ণ খণ্ডৰ পৰা ধন আঁতৰাই আন ক্ষেত্ৰত ব্যয় কৰিবলৈ বাধ্য হৈছে।

হ’ব পাৰে তীব্ৰ খাদ্য সংকট

আন এক উদ্বেগজনক দিশ হৈছে কৃষি খণ্ড। বিশ্ব বেংকৰ মূল্যায়ন অনুসৰি, চলিত বৰ্ষৰ শেষৰ ফালে সাৰৰ মূল্য প্ৰায় ৩১ শতাংশ বৃদ্ধি পোৱাৰ আশংকা কৰা হৈছে। ইয়াৰ ফলত কৃষকৰ উৎপাদন ব্যয় বৃদ্ধি, আয় হ্ৰাস আৰু কৃষি উৎপাদন কমি যোৱাৰ আশংকা ব্যক্ত কৰা হৈছে। খাদ্য যোগান ব্যৱস্থাত ব্যাঘাত ঘটিলে বিশ্বজুৰি প্ৰায় ৪.৫ কোটি লোক তীব্ৰ খাদ্য সংকটৰ সন্মুখীন হ’ব পাৰে। সামগ্ৰিকভাৱে চালে স্পষ্ট হয় যে ইৰান-আমেৰিকা সংঘাত প্ৰত্যক্ষভাৱে শেষ হ’লেও ইয়াৰ ফলত হোৱা অৰ্থনৈতিক আৰু সামাজিক সংঘাত এতিয়াও অব্যাহত আছে। এই সংকটৰ পৰা উত্তৰণৰ বাবে বিশেষকৈ দুৰ্বল আৰু উন্নয়নশীল দেশসমূহক শক্তিশালী বহুপাক্ষিক সহযোগিতা, সুদৃঢ় অৰ্থনৈতিক নীতি আৰু আন্তঃৰাষ্ট্ৰীয় সহায়ৰ প্ৰয়োজন। অন্যথা বিশ্বজুৰি দাৰিদ্ৰ্য, খাদ্য সংকট আৰু উন্নয়নৰ ক্ষেত্ৰত নতুন প্ৰত্যাহ্বানৰ সৃষ্টি হোৱাৰ আশংকা নুই কৰিব নোৱাৰি।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24United Nation
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!
ভাৰত

ভয়ংকৰ কূটাঘাতৰ পৰা ৰক্ষা পৰিল ভাৰত!

August 17, 2026
সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?
জীৱনশৈলী

সাৱধান! টয়লেট পেপাৰ, টিছু পেপাৰে আপোনাৰ শৰীৰক ৰুগীয়া কৰা নাইতো?

August 17, 2026
প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?
জীৱনশৈলী

প্ৰধানমন্ত্ৰী মোদী, ৰাহুল গান্ধী তথা দেশৰ আগশাৰীৰ ৰাজনীতিবিদসকলে কেনেদৰে কৰে শৰীৰ চৰ্চা?

August 17, 2026
এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক
বিনোদন

এইবাৰ মেগাষ্টাৰ অমিতাভ বচ্চনৰ সৈতে একেলগে দেখা যাব অসম কন্যা লাভলীনাক

August 17, 2026
Next Post
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ’ব শ্ৰেষ্ঠ মাহ!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী! এই ৫টা ৰাশিৰ বাবে জুলাই মাহটো হ'ব শ্ৰেষ্ঠ মাহ!

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ’লে নষ্ট হ’ব পাৰে আপোনাৰ ছাল

oily skinত ভুলতো এই ৪টা বস্তু নলগাব, নহ'লে নষ্ট হ'ব পাৰে আপোনাৰ ছাল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.