• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

2 hours ago
হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

11 minutes ago
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

1 hour ago
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

2 hours ago

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

3 hours ago
কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

কাপোৰে সলাব আপোনাৰ ভাগ্য! কোনটো বাৰত কি ৰঙৰ কাপোৰ পিন্ধিব জানক

4 hours ago
কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

কালসৰ্প দোষ থাকিলে সাৱধান হওক, এটা ভুলে মাতিব বিপদ!

5 hours ago
খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

খামেইনীৰ কাষৰ সৰু কফিনত ৰখা ১৪ মহীয়া শিশুটো কোন? শোকবিহ্বল ইৰাণ

6 hours ago
বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

বিৱাহপাশত আৱদ্ধ পপ তাৰকা টেইলৰ ছুইফট, কোন সেই ভাগ্যৱান ফুটবলাৰ?

7 hours ago
নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

নৱবিবাহিত পত্নীক স্পৰ্শ কৰিলেই স্বামীক হ*ত্যাৰ ভাবুকি, প্ৰাণৰ মমতাত স্বামীয়ে কৰিলে এই কাম

8 hours ago
নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক

নিকৃষ্ট কাণ্ড! ১২০ জন পুৰুষৰ সৈতে স্বামীয়ে শা*ৰীৰিক সম্পৰ্কৰ বাবে বাধ্য কৰোৱালে পত্নীক

9 hours ago
শনিবাৰে ভুলতো নিকিনিব এইকেইবিধ সামগ্ৰী, হ’ব পাৰে বৃহৎ আৰ্থিক ক্ষতি

শনিবাৰে ভুলতো নিকিনিব এইকেইবিধ সামগ্ৰী, হ’ব পাৰে বৃহৎ আৰ্থিক ক্ষতি

9 hours ago
খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?

খাৰুৱা তেলৰ দাম কমাৰ পিছতো ভাৰতত কিয় কমা নাই পেট্ৰল-ডিজেলৰ দাম?

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বাণিজ্য

সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?

সোণ কিনাৰ পৰিকল্পনা কৰিছে নেকি?

editor by editor
July 4, 2026
in বাণিজ্য, বিবিধ, লেখা
0
সোণৰ মূল্যত বৃহৎ পৰিৱৰ্তন! ১ গ্ৰামত কিমান টকা কমিল বা বাঢ়িল?
0
SHARES
733
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সোণ-ৰূপৰ মূল্য প্ৰতিদিনে উত্থান-পতন হৈ থাকে। আজি ২২ কেৰেট আৰু ২৪ কেৰেট সোণৰ মূল্যৰ পৰিৱৰ্তন হৈছে। ১০ গ্ৰাম সোণৰ মূল্য আজিৰ দিনটোত কিমান আছিল জানো আহক…

৪ জুলাই শনিবাৰে সোণৰ দাম কিমান?

২২ কেৰেট সোণৰ মূল্য ১৩,৮২৫ টকালৈ বৃদ্ধি পাইছে। ১৮ কেৰেটৰ মূল্য ১১,৩৫০ টকালৈ বৃদ্ধি পাইছে। ১ কেজি ৰূপৰ মূল্য ২,৩৫,৯২২ টকালৈ বৃদ্ধি পাইছে। সোণ-ৰূপ ক্ৰয় কৰাৰ সময়ত ওপৰৰ মূল্যত অতিৰিক্ত ৩ শতাংশ জি এছ টি যোগ কৰা হ’ব।

গুড ৰিটাৰ্ণছৰ তথ্যনুসৰি ৪ জুলাইত গুৱাহাটী মহাানগৰীত ২৪ কেৰেট সোণৰ মূল্য ১৪,৬৭৩ টকা, ২২ কেৰেট সোণৰ মূল্য ১৩, ৪৫০ টকা আৰু ১৮ কেৰেট সোণৰ মূল্য ১১,০০৫ টকা।

একাধিক ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় কাৰকৰ ওপৰত নিৰ্ভৰ কৰি সোণৰ মূল্য প্ৰতিদিনে সলনি হয়। আন্তঃৰাষ্ট্ৰীয় বজাৰত সোণৰ মূল্যৰ উঠা-নমা, মাৰ্কিন ডলাৰৰ বিপৰীতে টকাৰ বিনিময় হাৰ, আমদানি শুল্ক আৰু চৰকাৰী নীতিৰ সিদ্ধান্ত – এই সকলোবোৰৰ প্ৰত্যক্ষ প্ৰভাৱ সোণৰ মূল্যত পৰে। ইয়াৰ উপৰিও ঘৰুৱা চাহিদা আৰু গহনা বজাৰৰ পৰিস্থিতিও মূল্যৰ পৰিৱৰ্তনৰ অন্যতম কাৰণ। ইয়াৰ উপৰিও বিশ্বৰ অৰ্থনৈতিক অনিশ্চয়তা, মুদ্ৰাস্ফীতি, কেন্দ্ৰীয় বেংকৰ নীতি আৰু বিভিন্ন ভূ-ৰাজনৈতিক পৰিঘটনাইও সোণৰ মূল্যত যথেষ্ট প্ৰভাৱ পেলায়। সেয়ে প্ৰতিদিনে সোণৰ দামত কিছু পৰিৱৰ্তন দেখা যায়।

গহনা কিনাৰ আগতে কি কি কথা মনত ৰাখিব লাগে?

বিভিন্ন জুৱেলাৰীৰ মেকিং চাৰ্জ বেলেগ বেলেগ হ’ব পাৰে। জি এছ টি সংযোজনৰ বাবে চূড়ান্ত মূল্য আৰু বৃদ্ধি পাব পাৰে। সদায় বিআইএছৰ হলমাৰ্কযুক্ত সোণ কিনিব। ক্ৰয় কৰাৰ সময়ত বিল নিশ্চয়কৈ সংগ্ৰহ কৰক।

দীৰ্ঘম্যাদীভাৱে সোণক জনপ্ৰিয় আৰু তুলনামূলকভাৱে নিৰাপদ বিনিয়োগৰ মাধ্যম হিচাপে গণ্য কৰা হয়। কিন্তু একেলগে বৃহৎ পৰিমাণৰ বিনিয়োগ কৰাৰ পৰিৱৰ্তে পৰ্যায়ক্ৰমে বিনিয়োগ কৰিলে মূল্যৰ উঠা-নমাৰ আশংকা কিছু পৰিমাণে হ্ৰাস পাব পাৰে।

যোৱা কেইবছৰমানৰ পৰা সোণৰ মূল্য দ্ৰুতগতিত বৃদ্ধি পোৱাৰ বাবে এতিয়া বহুতে আন বিনিয়োগৰ সমান্তৰালভাৱে সোণত বিনিয়োগ কৰাটো লাভজনক বুলি বিবেচনা কৰিছে। উৎসঃ ছেভ দ্য গোল্ড ইণ্ডাষ্ট্ৰী কমিটি (এছ এছ বি চি)।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস
বিনোদন

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

July 4, 2026
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ
বিনোদন

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

July 4, 2026
জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!
জীৱনশৈলী

জীৱনত কিছুমান লোকৰ পৰা থাকক আঁতৰি, ধ্বংস হ’ব আপুনি!

July 4, 2026
জীৱনশৈলী

ভৰিৰ অসহ্যকৰ বিষ? এয়া কেলচিয়ামৰ অভাৱ নে অন্য কিবা জানক

July 4, 2026
Next Post
প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

প্ৰেম এনেকুৱাই! বৰষুণৰ মাজতো মুম্বাইত বিবাহৰ প্ৰস্তুতি চলিছে আমিৰ খানৰ

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

হাঁহৰ আঁৰৰ সত্যঃ ‘চুপা-চুপি’ আৰু অসমীয়া চলচ্চিত্ৰৰ নতুন আত্মবিশ্বাস

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.