• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

2 months ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

12 minutes ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

35 minutes ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

1 hour ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

2 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

3 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

5 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

5 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

8 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

8 hours ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?

নতুন আইনত কি কি শাস্তি বিধানৰ সম্ভাৱনা?

editor by editor
July 24, 2026
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে আহিব নেকি নতুন আইন?
0
SHARES
55
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

NEET প্ৰশ্নকাকত ফাদিলৰ সমস্যাক লৈ যন্তৰ মন্তৰত প্ৰতিবাদ অব্যাহত আছে। সমাজকৰ্মী ছোনম ৱাংচুকেও দোষীসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ আশ্বাস লাভ কৰাৰ পিছতে অনশন বন্ধ কৰিছে। ৱাংচুকে ধৰ্মঘট সমাপ্ত কৰাৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই এই বিষয়টোক অৱশেষত গুৰুত্ব সহকাৰে লৈছিল। বিগত ২৪ ঘণ্টাত প্ৰধানমন্ত্ৰীয়ে দুটা বাৰ্তাৰ জৰিয়তে স্পষ্ট কৰিবলৈ চেষ্টা কৰিছে যে চৰকাৰে বিষয়টো গুৰুত্ব সহকাৰে লৈছে। বৃহস্পতিবাৰে নিশা প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰে যে অহা সপ্তাহত সংসদত এখন বিধেয়ক উত্থাপন কৰা হ’ব, য’ত প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে কঠোৰ বিধান থাকিব। প্ৰায় ৩ মিনিটৰ ভিডিঅ’ বাৰ্তাত প্ৰধানমন্ত্ৰী মোদীয়ে উল্লেখ কৰে যে শুকুৰবাৰে কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত এই খচৰা বিধেয়কখনৰ বিষয়ে আলোচনা কৰা হ’ব, য’ত প্ৰস্তাৱিত আইনখন চূড়ান্ত কৰা হ’ব।

প্ৰশ্নকাকত ফাদিলৰ দোষীৰ বিৰুদ্ধে কঠোৰ শাস্তিৰ বিধান

সূত্ৰ অনুসৰি, ২০২৪ চনৰ ২১ জুনৰ পৰা কাৰ্যকৰী হোৱা ৰাজহুৱা পৰীক্ষা আইন, ২০২৪ত কেইবাটাও সংশোধনী হ’ব পাৰে। ইয়াক অধিক কঠোৰ কৰাৰ সম্ভাৱনা আছে। গোচৰৰ শুনানিৰ বাবে ফাষ্ট ট্ৰেক আদালত স্থাপনৰ ব্যৱস্থা সংযোজন হব। লগতে ফাষ্ট ট্ৰেক আদালতকো অধিক ক্ষমতা প্ৰদান কৰা হব বুলি আশা কৰা হৈছে। তদুপৰি শাস্তি আৰু জৰিমনা বৃদ্ধি কৰাৰ ক্ষেত্ৰতো চিন্তা চৰ্চা কৰা হৈছে। বৰ্তমান ব্যক্তিগত গোচৰত ৩ বছৰৰ পৰা ৫ বছৰৰ শাস্তি আৰু ১০ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হয়। আনহাতে সেৱা প্ৰদানকাৰীসকলে এক কোটি টকা পৰ্যন্ত জৰিমনা ভৰিব লাগিব। সংগঠিত অপৰাধত ৫ৰ পৰা ১০ বছৰৰ শাস্তি আৰু নূন্যতম এক কোটি টকা জৰিমনা বিহা হয়।

কঠোৰ বিধান থকা এখন বিধেয়ক অনাৰ প্ৰতিশ্ৰুতি

প্ৰধানমন্ত্ৰীয়ে লগতে তেওঁ কয় যে আজি কেবিনেটে প্ৰশ্নকাকত ফাদিলৰ বিষয়টো আলোচনা কৰি কেবিনেটৰ সহযোগীসকলৰ পৰামৰ্শৰ ভিত্তিত প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে অধিক ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত লোৱা হ’ব। লগতে মোদীয়ে কয় যে যেতিয়া সোমবাৰৰ পৰা সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ দ্বিতীয় সপ্তাহ আৰম্ভ হ’ব। এই অধিৱেশনত প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত গোচৰত কঠোৰ ব্যৱস্থা লোৱাৰ বিধান থকা এখন বিধেয়ক উত্থাপন কৰা হ’ব। এই বিধেয়কখনক শীঘ্ৰেই গৃহীত কৰাৰো চেষ্টা কৰা হব বুলি প্ৰতিশ্ৰুতি দিয়ে মোদীয়ে।

ফাষ্ট ট্ৰেক আদালতৰ ঘোষণা প্ৰধানমন্ত্ৰী মোদীয়ে

প্ৰশ্নকাকত ফাদিলৰ গোচৰৰ সৈতে জড়িতসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “দোষী ধৰা পৰিছে। এতিয়া তেওঁলোক জেলত আছে। ছাত্ৰ-ছাত্ৰীৰ বছৰটো যাতে অপচয় নহয় তাৰ প্ৰতি লক্ষ্য ৰখাটো আমাৰ প্ৰাথমিক দায়িত্ব আছিল। সেয়েহে অতি সোনকালে পৰীক্ষা অনুষ্ঠিত কৰাটো প্ৰয়োজনীয় হৈ পৰিল। সকলো সম্পদ ব্যৱহাৰ কৰি চৰকাৰে নিশ্চিত কৰিলে যে ২২ লাখ ছাত্ৰ-ছাত্ৰীয়ে পুনৰ পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ ব্যৱস্থাটো সুকলমে হৈ যায়।”

এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24cjp protestPM Modi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!
বাণিজ্য

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

September 27, 2026
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন
বিনোদন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

September 27, 2026
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…
জীৱনশৈলী

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

September 27, 2026
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…
বিনোদন

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

September 27, 2026
Next Post
পুনৰ আৰম্ভ হ’ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

পুনৰ আৰম্ভ হ'ব নেকি OPS? সংসদত চৰকাৰৰ উত্তৰে সকলো বিতৰ্ক কৰিলে অন্ত!

বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

বাৰে বাৰে ভৰি ফুলাৰ সমস্যা? এয়া কি ৰোগৰ সংকেত জানক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.