• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

2 hours ago
GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

12 seconds ago
বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

26 minutes ago
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

3 hours ago
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

5 hours ago
অসম মোৰ দ্বিতীয় ঘৰ, ইচ্ছা কৰিও বন্যাৰ্তৰ কাষত থাকিব পৰা নাইঃ আনন্দ মিশ্ৰ

অসম মোৰ দ্বিতীয় ঘৰ, ইচ্ছা কৰিও বন্যাৰ্তৰ কাষত থাকিব পৰা নাইঃ আনন্দ মিশ্ৰ

5 hours ago
হকী ইণ্ডিয়াৰ মিথ্যাচাৰ ফাদিল! জাৰ্ছীৰ গেৰুৱাকৰণ সন্দৰ্ভত লোৱা নাছিল খেলুৱৈৰ পৰামৰ্শ

হকী ইণ্ডিয়াৰ মিথ্যাচাৰ ফাদিল! জাৰ্ছীৰ গেৰুৱাকৰণ সন্দৰ্ভত লোৱা নাছিল খেলুৱৈৰ পৰামৰ্শ

6 hours ago
‘মোৰ হৃদয়খন অসমতে থাকি যাব…’

‘মোৰ হৃদয়খন অসমতে থাকি যাব…’

7 hours ago
বিয়াৰ নামত লাখ লাখ টকা খৰচ কৰা নে ভৱিষ্যতৰ বাবে সঞ্চয় কৰা?

বিয়াৰ নামত লাখ লাখ টকা খৰচ কৰা নে ভৱিষ্যতৰ বাবে সঞ্চয় কৰা?

7 hours ago
অচিৰেই কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ব নেকি স্মাৰ্ট ফোনৰ ব্যৱহাৰ?

অচিৰেই কিশোৰ-কিশোৰীৰ বাবে নিষিদ্ধ হ’ব নেকি স্মাৰ্ট ফোনৰ ব্যৱহাৰ?

8 hours ago
হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি

হাৰিয়ানাত পশুধনৰ বাবে বিউটী পাৰ্লাৰ খুলি ব্যাপক সঁহাৰি

9 hours ago
Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে’ললৈ? জানক RBIৰ নিয়ম

Loanৰ EMI পৰিশোধ নকৰিলে যাব লাগিব নেকি জে’ললৈ? জানক RBIৰ নিয়ম

9 hours ago
শিৱসাগৰত অনন্যা বিৰলা, বন্যাৰ্তলৈ বলীউডৰ এইজন অভিনেতাৰ ১ কোটি টকা

শিৱসাগৰত অনন্যা বিৰলা, বন্যাৰ্তলৈ বলীউডৰ এইজন অভিনেতাৰ ১ কোটি টকা

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 31, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা

এফালে বানৰ দুৰ্দশা আনফালে চুৰৰ উপদ্ৰৱ, লুটি নিলে অলংকাৰৰ লগতে টন সম্পত্তি

editor by editor
July 31, 2026
in অসম, বিবিধ, লেখা
0
জীয়ৰীৰ বিয়াৰ সপোন আধাতে শেষ! বানৰ মাজতে চোৰে লুটি নিলে সোণৰ আ-অলংকাৰ আৰু টকা
0
SHARES
147
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বান শুকাল, কিন্তু দুৰ্দশা কমা নাই ৰাইজৰ। নৰক যন্ত্ৰণা, আৱৰ্জনা, দুৰ্গন্ধই অশান্তিকৰ পৰিৱেশ সৃষ্টি কৰিছে চৌদিশে। এই বানে কেৱল মানুহৰ ঘৰে উটুৱাই নিয়া নাই! বহুতৰে সপোন ঠানবান কৰিলে হঠাতে অহা প্ৰলয়ংকাৰী বানে। ৰাজপথেই যেন এতিয়া একমাত্ৰ আশ্ৰয়স্থলী হৈ পৰিছে বহুতৰে বাবে।

কিন্তু এই বিপৰ্যয়ৰ সময়তে একাংশই লৈছে সুবিধা। জীয়ৰীক কইনাৰ সাঁজেৰে বিদায় দিবলৈ সাজু হৈছিল এহাল পিতৃ-মাতৃয়ে, পিছে জীয়ৰী কইনা হোৱাৰ পূৰ্বেই বানৰ মাজতে গঢ়াই থোৱা আ অলংকাৰ লৈ গ’ল চোৰে।

বানপানী হ্ৰাস পোৱাৰ পিছতে বেতবাৰীৰ লুথুৰি চেতিয়াগাঁৱৰ জিতু মালাকাৰৰ বাসগৃহত চুৰিকাণ্ড সংঘটিত হয়। চোৰে জিতু মালাকাৰৰ জীয়ৰী নিহাৰিকা মালাকাৰৰ বিয়াৰ বাবে তৈয়াৰ কৰা সকলো আ-অলংকাৰ লৈ যায়। বানে সকলো সপোন চূৰ্ণ-বিচূৰ্ণ কৰাৰ সময়তে চোৰে অপাৰেচনৰ বাবে সাঁচি থোৱা ৭০ হাজাৰ টকাও লৈ উধাও হয়।

জীয়ৰী নিহাৰিকা মালাকাৰৰ ডিচেম্বৰ মাহত বিয়াৰ দিন ধাৰ্য্য কৰা হৈছিল। পিতৃয়ে ই-ৰিক্সা চলোৱাৰ লগতে হাজিৰা কৰি পৰিয়াৰটো পোহপালন কৰিছিল, কিন্তু জীয়ৰীৰ বাবে এপদ-দুপদকৈ আ-অলংকাৰ গোটোৱা জীতুৰ ঘৰত চকু পৰে চোৰৰ। সকলো হেৰুৱাই এতিয়া কান্দোনত ভাগি পৰিছে পৰিয়ালটো।

সবিশেষ জানক

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam floodAssam News
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম
বাণিজ্য

GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

July 31, 2026
বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?
বিনোদন

বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

July 31, 2026
মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ
জীৱনশৈলী

মাহেকীয়াৰ সময়ত পেড ব্যৱহাৰ কৰে নেকি? ভুলতো অৱজ্ঞা নকৰিব স্ত্ৰীৰোগ বিশেষজ্ঞৰ এই পৰামৰ্শ

July 31, 2026
কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ
জীৱনশৈলী

কাইলৈৰ পৰা এইকেইটাৰ ৰাশিৰ লোকৰ খুলিব সৌভাগ্যৰ দুৱাৰ

July 31, 2026
Next Post
বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

বিৰিয়ানী খাই খাই মূৰত বেজী! চলমানৰ সৈতে এয়া কি হ’ল?

GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

GPay, PhonePe-ৰ পৰা ধন পঠোৱাৰ ক্ষেত্ৰত ডাঙৰ পৰিৱৰ্তন! জানি লওক এই নিয়ম

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.