• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!

ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!

1 day ago
মোদী বনাম ৰাহুল গান্ধী নে মোদী বনাম অভিজিৎ দীপকে? সমীক্ষাত চমকপ্ৰদ তথ্য

মোদী বনাম ৰাহুল গান্ধী নে মোদী বনাম অভিজিৎ দীপকে? সমীক্ষাত চমকপ্ৰদ তথ্য

37 minutes ago
‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?

‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?

1 hour ago
দুগুণ দামত কিনিব লাগিব LPG চিলিণ্ডাৰ! দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম

দুগুণ দামত কিনিব লাগিব LPG চিলিণ্ডাৰ! দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম

2 hours ago
প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

2 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

3 hours ago
১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

১৬২ কিলোমিটাৰ বেগত ভয়ংকৰ ৰূপত আহি আছে ঘূৰ্ণীবতাহ

12 hours ago
হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

হৰমুজ ষ্ট্ৰেইটক লৈ এইবাৰ ইৰানৰ নতুন খেল ‘আমেৰিকাৰ বাবে ভয়ংকৰ হব এই চুক্তি’

12 hours ago
কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

কাইলৈ এই ৫ ৰাশিৰ লোকৰ হাতলৈ আহিব প্ৰচুৰ ধন

13 hours ago
‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

‘বলীউডৰ এগৰাকী অভিনেত্ৰীয়ে ধনৰ বিনিময়ত কৰে শাৰীৰিক সম্পৰ্ক’

13 hours ago
পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

পাকিস্তান, ছৌদি আৰব, তুৰ্কীৰ মাজত প্ৰতিৰক্ষা চুক্তি সম্পন্ন

14 hours ago
চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

চ্যুয়িংগামে কমাব মূৰ আৰু ডিঙিৰ কেন্সাৰ! নতুন গৱেষণাই আনিছে আশাৰ সঞ্চাৰ

14 hours ago
কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

কিয় হুকহুকাই কান্দি উঠিল শুকুৰ আলী?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 9, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!

থাইলেণ্ডত নৱম শ্ৰেণীৰ ছাত্ৰই প্ৰাণ কাঢ়িলে ৮ জন লোকৰ।

editor by editor
August 8, 2026
in বিবিধ, বিশ্ব, লেখা
0
ভিডিঅ’ গেমে কাঢ়িলে প্ৰাণ, সন্তানক গেম খেলিবলৈ দিয়াৰ পূৰ্বে হওক সাৱধান!
0
SHARES
326
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শুকুৰবাৰে থাইলেণ্ডৰ এখন বিদ্যালয়ত নৱম শ্ৰেণীৰ এজন ছাত্ৰই গুলীচালনা কৰি তিনিজন শিক্ষক আৰু তিনিজন ছাত্ৰকে ধৰি ৬ জন লোকৰ প্ৰাণ কাঢ়ি লয়। এই ঘটনাত ১৫ জন আহত হয়। ইয়াৰ পিছতে ১৪ বছৰীয়া ছাত্ৰজনে নিজকে শেষ কৰি দিয়ে।

আৰক্ষীৰ মতে, ৰাজধানী বেংককৰ সমীপৰ দেবছিৰিন ননথাবুৰী স্কুলত সংঘটিত হৈছে এই ঘটনা। স্কুলত উপস্থিত হোৱাৰ পূৰ্বে ছাত্ৰজনে ঘৰতে ককা-আইতাকক হত্যা কৰে। পিছত তেওঁলোকৰো মৃতদেহ উদ্ধাৰ কৰা হয়।

গুলীচালনাত ব্যৱহৃত ৯ এম এম পিষ্টলটো ছাত্ৰজনৰ ককাকৰ, তেওঁ পেছাত এজন শিক্ষক। সম্প্ৰতি আৰক্ষীয়ে এই আক্ৰমণৰ আঁৰৰ উদ্দেশ্যৰ তদন্ত অব্যাহত ৰাখিছে।

আৰক্ষীয়ে জনোৱা মতে আক্ৰমণৰ ৩টা সম্ভাৱ্য কাৰণ হৈছেঃ

অধ্যয়ন আৰু পৰীক্ষাৰ মানসিক চাপঃ প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে আক্ৰমণ কৰা ছাত্ৰজন পঢ়াৰ বাবে যথেষ্ট মানসিক চাপত আছিল। তেওঁৰ ঘনিষ্ঠ বন্ধুসকলেও আৰক্ষীক জনাইছে যে তেওঁ কিছুদিন ধৰি অনবৰতে পঢ়া-শুনাৰ চাপৰ কথা কৈ আহিছে।

ঘৰুৱা কঠোৰ পৰিৱেশঃ ছাত্ৰজনে ককা-আইতাকৰ লগত বাস কৰিছিল। তেওঁৰ আইতাক এগৰাকী শিক্ষয়িত্ৰী আছিল, আৰু আৰক্ষীৰ মতে, তেওঁ ছাত্ৰীগৰাকীৰ লগত শৈক্ষিক দিশৰ ক্ষেত্ৰত অতি কঠোৰ আছিল। বিশ্বাস কৰা হয় যে এই হেঁচাত তেওঁ ঘৰতে ককা-আইতাকক গুলীয়াই শেষ কৰিছিল।

ভিডিঅ’ গেমৰ কাম: উপ-গৃহমন্ত্ৰী পোলাপি সুৱানচাৱীয়ে কয় যে আৰক্ষীৰ তদন্তত প্ৰকাশ পাইছে যে ছাত্ৰজনে ভিডিঅ’ গেম খেলি ভাল পাইছিল। গেমৰ কোনো টাস্ক পূৰণৰ বাবে এনে ঘটনা কৰাৰো সম্ভাৱনা থাকিব পাৰে। এতিয়া ইয়াৰ তদন্ত চলি আছে।

আৰক্ষীয়ে জনোৱা মতে, ছাত্ৰজনে প্ৰথমে নিজৰ শ্ৰেণীকোঠাৰ ভিতৰত গুলীচালনা কৰাৰ পিছত বাহিৰলৈ ওলাই যায়। ২০টাতকৈও অধিক গুলীচালনা কৰে। আত্মহননৰ পিছত তেওঁৰ হাতত পৰা ত্ৰিশটা লাইভ ৰাউণ্ড উদ্ধাৰ কৰা হয়।

প্ৰত্যক্ষদৰ্শীয়ে জনোৱা মতে, ব ন্দুকৰ গুলীৰ শব্দ হোৱাৰ লগে লগে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ জীৱন ৰক্ষাৰ বাবে শ্ৰেণীকোঠাত আত্মগোপন কৰে। অলপ পিছতে আৰক্ষীয়ে দুৱাৰত টুকুৰিয়াই তেওঁলোকক নিৰাপদে উলিয়াই আনে। এই ঘটনাই বিদ্যালয়খনৰ ভিতৰত বিশৃংখলতাৰ সৃষ্টি কৰে, বাহিৰৰ মানুহে ইজনে সিজনক সহায় কৰিবলৈ চেষ্টা কৰা দেখা যায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মোদী বনাম ৰাহুল গান্ধী নে মোদী বনাম অভিজিৎ দীপকে? সমীক্ষাত চমকপ্ৰদ তথ্য
ভাৰত

মোদী বনাম ৰাহুল গান্ধী নে মোদী বনাম অভিজিৎ দীপকে? সমীক্ষাত চমকপ্ৰদ তথ্য

August 9, 2026
‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?
বিশ্ব

‘মোজতাবা খামেনেইৰ অৱস্থা সংকটজনক, মৃত্যুৰ খবৰ পালেও আচৰিত নহ’ব’- কাৰ এই দাবী?

August 9, 2026
দুগুণ দামত কিনিব লাগিব LPG চিলিণ্ডাৰ! দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম
জীৱনশৈলী

দুগুণ দামত কিনিব লাগিব LPG চিলিণ্ডাৰ! দুগুণ দামৰ পৰা পৰিত্ৰাণ পাবলৈ আজিয়েই কৰক এই কাম

August 9, 2026
প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?
ভাৰত

প্ৰধানমন্ত্ৰী মোদীলৈ মাৰ্কিন উপ ৰাষ্ট্ৰপতি ভেন্সৰ ফোনৰ উদ্দেশ্য কি?

August 9, 2026
Next Post
বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক

বতৰৰ ৰঙা, কমলা আৰু হালধীয়া সংকেতৰ অৰ্থ কি? কেনেকৈ এই সতৰ্কবাণীৰ সিদ্ধান্ত লয় জানক

বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

বানৰ মাজতে ধুমুহাৰ তাণ্ডৱ, ধুমুহাই উৰুৱাই নিলে বন্যাৰ্তৰ আশ্ৰয় শিবিৰ!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.