• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

3 hours ago
এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

12 seconds ago
টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ চুৰি হ’ল ৩খনকৈ বেট

29 minutes ago
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

1 hour ago
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

2 hours ago
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

2 hours ago
বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

3 hours ago
জুবিনবিহীন অসম, জুবিনময় অসম

জুবিনবিহীন অসম, জুবিনময় অসম

4 hours ago
বাংলাদেশত হাহাকাৰ! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্যৰ পিছতে ক্ষোভৰ উদগীৰণ বাংলাদেশত

‘মোৰ জালুকবাৰী সমষ্টিৰ জীয়ৰী নিমিষা, আৰক্ষীয়ে এক্সন ল’বই’, ক’লে মুখ্যমন্ত্ৰীয়ে

7 hours ago
আমেৰিকাৰ অস্ত্ৰ বিচাৰিছে চীনে, ট্ৰাম্পে দিলে ছি জিনপিঙক অফাৰ

আমেৰিকাৰ অস্ত্ৰ বিচাৰিছে চীনে, ট্ৰাম্পে দিলে ছি জিনপিঙক অফাৰ

7 hours ago
কেনেকুৱা পুৰুষে আকৰ্ষণ কৰে মডাৰ্ণ নাৰীক? জানি হ’ব আচৰিত!

কোনসকল পুৰুষৰ প্ৰেমত বেছিকৈ পৰে মহিলা? মহিলাৰ মন জয় কৰা পুৰুষৰ কেইটামান বিশেষ গুণ 

8 hours ago
এফালে মূল্যবৃদ্ধি, আনফালে চৰকাৰে ক’লে ভাৰতত LPG ৰ মূল্য বিশ্বৰ ভিতৰতে সৰ্বনিম্ন

LPG চিলিণ্ডাৰৰ ৰং ৰঙা কিয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

8 hours ago
কণীয়ে বঢ়াব শক্তি, প্ৰতিদিনে কেইটা কণী খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী?

কণীয়ে বঢ়াব শক্তি, প্ৰতিদিনে কেইটা কণী খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি

সংকটজনক-অসংযত অৱস্থাত উদ্ধাৰ এগৰাকী যুৱতী

editor by editor
September 28, 2026
in অপৰাধ, অসম, লেখা
0
জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি
0
SHARES
1.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুৱাহাটীৰ জালুকবাৰীত পুনৰ নিমিষা কাণ্ডৰ পুনৰাবৃত্তি ঘটিছে। জালুকবাৰীৰ ছানফ্লাৱাৰ গেষ্টহাউছৰ এটা কোঠাৰ পৰা এগৰাকী যুৱতীক সংকটজনক অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰাৰ পিছতে ঘটনাটোৱে ব্যাপক চৰ্চা লাভ কৰিছে। প্ৰাথমিকভাৱে লাভ কৰা তথ্য অনুসৰি, যুৱতীগৰাকী যোৰহাটৰ বাসিন্দা বুলি জানিব পৰা গৈছে। যুৱতীগৰাকীয়ে এজন যুৱকৰ সৈতে গেষ্টহাউছটোত নিশা কটাইছিল। নিশাৰ ভাগত দুয়োজনে গেষ্টহাউছৰ কোঠাত আছিল বুলি জানিব পৰা গৈছে। পুৱা যুৱকজনে যুৱতীগৰাকীক কোঠাত অকলে এৰি থৈ পলায়নৰ অভিযোগ উত্থাপন হৈছে।

পিছত গেষ্টহাউছৰ কোঠাত যুৱতীগৰাকীক অসুস্থ অৱস্থাত প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়া হয়। জালুকবাৰী আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ উলংগ অৱস্থাত যুৱতীগৰাকীক উদ্ধাৰ কৰে। পৰৱৰ্তী সময়ত তেওঁক সংকটজনক অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)ত ভৰ্তি কৰোৱা হয়। বৰ্তমান তেওঁ চিকিৎসাধীন হৈ আছে।

ঘটনাটোৰ তদন্তৰ অংশ হিচাপে আৰক্ষীয়ে ছানফ্লাৱাৰ গেষ্টহাউছৰ মেনেজাৰক জিম্মাত লৈ সোধা-পোছা চলাইছে। লগতে আন এজন যুৱককো আৰক্ষীয়ে আটক কৰিছে। আটক কৰা যুৱকজনৰ নাম চান মিঞা বুলি জানিব পৰা গৈছে। অৱশ্যে যুৱকজনৰ বিৰুদ্ধে সঠিকভাৱে কি অভিযোগ আছে, সেয়া আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে স্পষ্ট হ’ব। ঘটনাটোৰ সৈতে জড়িত আন কোনো লোক আছে নেকি, সেই বিষয়েও আৰক্ষীয়ে তদন্ত চলাই আছে।

প্ৰাথমিক তথ্য অনুসৰি, যুৱক আৰু যুৱতীগৰাকী নিশা গেষ্টহাউছৰ কোঠাত আছিল। দুয়োজনে নিশাৰ সময়ত পাৰ্টী কৰিছিল বুলিও জানিব পৰা গৈছে। অৱশ্যে ইয়াৰ মাজত সঠিকভাৱে কি ঘটিছিল আৰু যুৱতীগৰাকী কেনেদৰে অসুস্থ হৈ পৰিল, সেই বিষয়ে এতিয়াও স্পষ্ট তথ্য পোহৰলৈ অহা নাই। ঘটনাটোৰ প্ৰকৃত কাৰণ জানিবলৈ আৰক্ষীয়ে গেষ্টহাউছৰ CCTV ফুটেজ, বুকিং ৰেকৰ্ড আৰু অন্যান্য তথ্য পৰীক্ষা কৰিব পাৰে। যুৱতীগৰাকীৰ চিকিৎসা প্ৰতিবেদনো তদন্তৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ হ’ব পাৰে।

ইফালে ঘটনাটোৰ বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিকৰ সৈতেও গেষ্টহাউছটোৰ মালিক আৰফট শ্বাহে দুৰ্ব্যৱহাৰ কৰা বুলি অভিযোগ উত্থাপন হৈছে। এই ঘটনাক লৈও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বৰ্তমান গেষ্টহাউছটোৰ মেনেজাৰ জালুকবাৰী আৰক্ষীৰ জিম্মাত আছে বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে গেষ্টহাউছৰ বুকিং, উপস্থিত লোকসকল আৰু ঘটনাৰ সময়ৰ CCTV ফুটেজ আদি পৰীক্ষা কৰি ঘটনাৰ সম্পূৰ্ণ তথ্য উদ্ধাৰৰ চেষ্টা চলাইছে।

কিছু বিশেষ সূত্ৰই যুৱকজন দৰং অঞ্চলৰ বুলি দাবী কৰিছে যদিও আৰক্ষীৰ পৰা এই বিষয়ে এতিয়ালৈকে কোনো স্পষ্ট আনুষ্ঠানিক তথ্য প্ৰকাশ পোৱা নাই। আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে যুৱতীগৰাকীৰ অসুস্থতাৰ প্ৰকৃত কাৰণ, গেষ্টহাউছৰ কোঠাত কি ঘটিছিল আৰু ঘটনাটোত কাৰ কিমান ভূমিকা আছিল, সেই বিষয়ে স্পষ্ট ছবি পোহৰলৈ আহিব। বৰ্তমান ঘটনাটোক লৈ জালুকবাৰী অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। আৰক্ষীৰ তদন্ত আৰু যুৱতীগৰাকীৰ চিকিৎসা প্ৰতিবেদনৰ পিছতহে সমগ্ৰ ঘটনাটোৰ প্ৰকৃত তথ্য অধিক স্পষ্ট হোৱাৰ সম্ভাৱনা আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24CRIME
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!
জীৱনশৈলী

এই ৪ ৰাশিৰ হাতলৈ আহিব প্ৰচুৰ পৰিমাণে ধন!

September 28, 2026
কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?
অসম

কেনেকৈ হ*ত্যা কৰা হৈছিল নিমিষাক?

September 28, 2026
বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…
ভাৰত

বিয়াৰ আনন্দ নিমিষতে সলনি হ’ল চকুপানীলৈ…

September 28, 2026
ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?
প্ৰযুক্তি

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

September 28, 2026
Next Post
বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

বিগত ৫ বছৰত হোমষ্টেসমূহত সংঘটিত ১০টা হ*ত্যাকাণ্ড

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

ভাৰততো নাবালকৰ বাবে বন্ধ হ’ব নেকি ছ’চিয়েল মিডিয়া?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.