• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

1 hour ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

43 seconds ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

52 minutes ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

1 hour ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

2 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

3 hours ago
জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

জ্যোতিষশাস্ত্ৰত আহিছে বিশেষ সংযোগ

16 hours ago
২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

২ অক্টোবৰত কেৱল UPI PAYMENTক ভৰসা নকৰিব

16 hours ago
প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

প্ৰসংগঃ প্ৰেমানন্দ মহাৰাজৰ শিষ্য মৃ*ত্যু, ঘটনাৰ শেষৰ ১১ মিনিটত কি হৈছিল?

17 hours ago
পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

পূৰ্বেও ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হৈছিল কেপ্টেইন স্মিট মাছাৰ

17 hours ago
এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

এইবাৰ শীতত সলনি হ’ব নেকি সমগ্ৰ বিশ্বৰ জলবায়ু?

18 hours ago
বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

বনভোজলৈ যোৱা ৮গৰাকীকৈ ছাত্ৰ-ছাত্ৰীৰ সলিল সমাধি

19 hours ago
এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

এইবাৰ নৱৰাত্ৰিত ১০০ বছৰ পিছত হ’ব এই সংযোগ

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মুখ্যমন্ত্ৰী নিজেই হ’ল বাছৰ কণ্ডাক্টৰ

editor by editor
October 2, 2026
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা
0
SHARES
136
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গান্ধী জয়ন্তীৰ দিনাই তামিলনাডুৰ মহিলাসকলৰ বাবে এক বিশেষ আঁচনিৰ সম্প্ৰসাৰণ কৰিলে মুখ্যমন্ত্ৰী চি জোচেফ বিজয়ে। চেন্নাইত মহিলাসকলৰ বাবে বিনামূলীয়া বাছ যাত্ৰাৰ সম্প্ৰসাৰিত আঁচনি ‘ভেত্ৰী পয়নম’ৰ শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। আঁচনিৰ শুভাৰম্ভ অনুষ্ঠানত মুখ্যমন্ত্ৰী বিজয়ে নিজেই এখন চৰকাৰী বাছত উঠি মহিলাসকলৰ সৈতে যাত্ৰী হিচাপে যাত্ৰা কৰে। কেৱল যাত্ৰী হিচাপেই নহয়, তেওঁ কিছু সময়ৰ বাবে কণ্ডাক্টৰৰ ভূমিকাও পালন কৰে। বাছত থকা মহিলা যাত্ৰীসকলক নিজ হাতে ‘শূন্য টিকট’ প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। টিকট লোৱাৰ সময়ত মহিলা যাত্ৰীসকলৰ মাজতো যথেষ্ট উৎসাহ দেখা যায়। কেইবাগৰাকীও মহিলাই মুখ্যমন্ত্ৰী বিজয়ক চকলেট দি শুভেচ্ছা জনায়।

কি সুবিধা থাকিব এই আঁচনিত?

‘ভেত্ৰী পয়নম’ আঁচনিৰ সম্প্ৰসাৰণৰ ফলত এতিয়াৰে পৰা মহিলা আৰু কিন্নৰ যাত্ৰীসকলে কেৱল সাধাৰণ চিটি বাছতেই নহয়, বিভিন্ন শ্ৰেণীৰ চৰকাৰী বাছতো বিনামূলীয়াকৈ যাত্ৰা কৰিব পাৰিব। ইয়াৰ ভিতৰত এক্সপ্ৰেছ, ডিলাক্স, লিমিটেড ষ্টপ, দূৰৱৰ্তী পাহাৰীয়া অঞ্চললৈ চলাচল কৰা বাছ আৰু আন্তঃজিলা বা মফচিল বাছ অন্তৰ্ভুক্ত কৰা হৈছে।

এই আঁচনিৰ অধীনত মহিলা যাত্ৰীসকলৰ বাবে কোনো আয়ৰ সীমা ৰখা হোৱা নাই। অৰ্থাৎ আয় বা আৰ্থিক অৱস্থা নিৰ্বিশেষে ৰাজ্যৰ সকলো শ্ৰেণীৰ মহিলাই এই সুবিধা লাভ কৰিব পাৰিব। আনহাতে, এগৰাকী মহিলা যাত্ৰীয়ে এদিনত কিমানবাৰ বাছত উঠিব পাৰিব তাৰ কোনো সীমা নিৰ্ধাৰণ কৰা হোৱা নাই। অৰ্থাৎ প্ৰয়োজন অনুসৰি এগৰাকী মহিলাই এদিনত যিমানবাৰ ইচ্ছা সিমানবাৰ বিনামূলীয়াকৈ চৰকাৰী বাছত যাত্ৰা কৰিব পাৰিব।

কিমান মহিলা উপকৃত হ’ব?

তামিলনাডু চৰকাৰৰ এই সম্প্ৰসাৰিত আঁচনিৰ জৰিয়তে প্ৰতিদিনে ৰাজ্যখনৰ ৮৪ লাখতকৈ অধিক মহিলা উপকৃত হোৱাৰ সম্ভাৱনা আছে। ৰাজ্যৰ সাতটা চৰকাৰী পৰিবহণ নিগমৰ মুঠ ১২,৬৯২খন বাছ এই আঁচনিৰ আওতালৈ অনা হৈছে। ফলত চহৰৰ লগতে দূৰৱৰ্তী অঞ্চলৰ মহিলাসকলেও বিনামূলীয়া বাছ যাত্ৰাৰ সুবিধা লাভ কৰিব পাৰিব। ‘ভেত্ৰী পয়নম’ নামটোৰ অৰ্থ হৈছে ‘বিজয়ী যাত্ৰা’। শাসকীয় দল তামিলাগা ভেত্ৰী কাঝাগামৰ নামৰ পৰাও এই নামটো অনুপ্ৰাণিত হৈছে। মহিলাসকলৰ দৈনন্দিন যাতায়াতৰ খৰচ হ্ৰাস কৰাৰ লগতে তেওঁলোকৰ যাতায়াত অধিক সহজ কৰি তোলাৰ লক্ষ্যৰে এই আঁচনিৰ সম্প্ৰসাৰণ কৰা হৈছে বুলি চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Bijay Thalapathi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন
অপৰাধ

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

October 2, 2026
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ
জীৱনশৈলী

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

October 2, 2026
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?
ভাৰত

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

October 2, 2026
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?
অসম

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

October 2, 2026
Next Post
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.