• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

2 hours ago
8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!

মৌলিক দৰমহা ৫০ হাজাৰ টকা? 8th Pay Commissionত দেৰি হ’লে কিমান বকেয়া পাব পাৰে জানক

1 hour ago
ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

2 hours ago
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

2 hours ago
আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

3 hours ago
পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

পানী খোৱা একেবাৰে বন্ধ, কেৱল বৰফৰ টুকুৰাহে আছিল, তৃষ্ণা দূৰ কৰিবলৈ এয়া কি কৰিলে বিজয়ে?

3 hours ago
‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

‘বিবাহৰ পূৰ্বে শাৰীৰিক সম্পৰ্ক স্বাভাৱিক!’ প্ৰেমৰ বিষয়ে এয়া কি ক’লে আমিৰ খানৰ প্ৰাক্তন পত্নীয়ে?

4 hours ago
স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

স্বাধীনতাৰ পিছত গান্ধীজীৰ ফটো নাছিল, কিন্তু এতিয়া সকলো নোটত মহাত্মা গান্ধীৰ ফটো কিয় দেখা যায়?

5 hours ago
Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

Small Savings Scheme: মাহে মাত্ৰ ৫০০ টকাকৈ বিনিয়োগ, পাব দুগুণ ৰিটাৰ্ণ!

6 hours ago
Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

Ketu Gochar 2026: আগন্তুক ৬৭ দিনত উজলিব ভাগ্য, আহিব নতুন সুযোগ!

8 hours ago
কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

কণমানিৰ জীৱন বচাবলৈ ৯ কোটি! অনন্ত আম্বানীৰ মানৱীয় পদক্ষেপত আবেগিক নেটিজেন

8 hours ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৫ অক্টোবৰৰ পূৰ্বে সাৱধান হওক ৫ ৰাশি, আহিব পাৰে বিপদ!

10 hours ago
জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

জীৱনত এবাৰ দৰ্শন কৰক এই মন্দিৰটো, আঁতৰিব সকলো বাধা!

24 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

জ্ঞানশ্ৰী-কুংকীক নাম নোলোৱাকৈ কটাক্ষ মুখ্যমন্ত্ৰীৰ, অগ্নিবীৰৰ বাবেও ডাঙৰ ঘোষণা

editor by editor
October 4, 2026
in অসম, বিবিধ, লেখা
0
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?
0
SHARES
253
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসমৰ ৰাজনীতিত নিৰ্বাচনৰ বতাহ তীব্ৰ হৈ পৰিছে। আজি একাধিক বিষয়ক লৈ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ মন্তব্য। নাম নোলোৱাকৈয়ে জ্ঞানশ্ৰী বৰা আৰু কুংকী চৌধুৰীক কটাক্ষ কৰে মুখ্যমন্ত্ৰীয়ে। লগতে CJP, ৰাইজৰ দল আৰু AJPৰ ৰাজনৈতিক স্থিতিক লৈও প্ৰশ্ন উত্থাপন কৰে মুখ্যমন্ত্ৰীয়ে।

সংবাদমেলত মুখ্যমন্ত্ৰীয়ে কয় যে এই নেতাসকলে বিভিন্ন ৰাজনৈতিক দলৰ সভাত অংশগ্ৰহণ কৰি এক ধৰণৰ ‘খিচিৰি’ পৰিস্থিতিৰ সৃষ্টি কৰিছে। তেওঁ কয়, ‘ মই কোনখন স্মাৰকৰ উত্তৰ দিম, বুজা নাই’। নাম নোলোৱাকৈ জ্ঞানশ্ৰী বৰাৰ ৰাজনৈতিক গতিবিধিক লৈ মুখ্যমন্ত্ৰীয়ে কটাক্ষ কৰি কয় যে তেওঁ কেতিয়াবা CJPৰ সভাত, কেতিয়াবা ৰাইজৰ দলৰ মিটিঙত আৰু কেতিয়াবা AJPৰ কাৰ্যসূচীত দেখা যায়। জ্ঞানশ্ৰী বৰা কেতিয়াবা CJPত যায়, কেতিয়াবা ৰাইজৰ দলৰ মিটিঙত যায়, আকৌ কেতিয়াবা AJPত যায়।’

‘এটা পৰিয়ালে কুংকীক নেতা বনাবলৈ লাগি আছে’

কুংকী চৌধুৰীক লৈ মুখ্যমন্ত্ৰীয়ে আন এক তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে। তেওঁ কয় যে এটা পৰিয়ালে কুংকী চৌধুৰীক নেতা হিচাপে প্ৰতিষ্ঠা কৰাৰ চেষ্টা চলাই আছে।

অৱশ্যে মুখ্যমন্ত্ৰীয়ে কাক বা কোনটো পৰিয়ালক উদ্দেশ্য কৰি এই মন্তব্য কৰিছে, সেয়া স্পষ্টকৈ উল্লেখ কৰা নাই।

CJPক লৈও সৰৱ মুখ্যমন্ত্ৰী

CJPৰ স্কুলে-স্কুলে চলোৱা কাৰ্যসূচীক লৈও মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সমালোচনা কৰে। তেওঁৰ দাবী, কেৱল স্কুলে-স্কুলে গৈ চৰকাৰক সমালোচনা কৰিলে বিশেষ লাভ নহ’ব।

তেওঁ কয়, “CJPয়ে স্কুলে-স্কুলে গৈ লাভ নাই।” অসমৰ ৰাইজৰ বিজেপিৰ ওপৰত অগাধ বিশ্বাস আছে বুলিও দাবী কৰে মুখ্যমন্ত্ৰীয়ে।

পলাশবাৰীৰ এখন বিদ্যালয়লৈ CJP যোৱাৰ প্ৰসংগ উত্থাপন কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আজাৰাৰ বিদ্যালয়লৈ তেওঁলোক যোৱা নাই। তেওঁৰ মতে, ভাল বিদ্যালয় দেখুৱাবলৈ নহয়, নিৰ্বাচনী ৰাজনীতিৰ বাবেহে এনে কাৰ্যসূচী চলোৱা হৈছে।

‘গাঁৱৰ মানুহে আমাৰ ভাল কাম দেখিছে’

মুখ্যমন্ত্ৰীয়ে দাবী কৰে যে চৰকাৰৰ কাম-কাজ গাঁৱৰ সাধাৰণ মানুহে প্ৰত্যক্ষ কৰিছে। সেয়ে গাঁৱৰ মানুহে বিজেপিক সমৰ্থন কৰে বুলি তেওঁ মন্তব্য কৰে। তেওঁ কয়, “আমাৰ ভাল কামবোৰ গাঁৱৰ মানুহে দেখিছে। গতিকে গাঁৱৰ মানুহে আমাক ভাল পায়।”

CJPৰ কাৰ্যকলাপৰ প্ৰভাৱ সীমিত বুলি দাবী কৰি মুখ্যমন্ত্ৰীয়ে কয় যে তেওঁলোকে মাত্ৰ এমুঠিমান মানুহৰ মাজতে ঘূৰি ফুৰিছে। CJPয়ে উত্থাপন কৰা প্ৰতিটো কথাৰ ওপৰত চৰকাৰে সদায় প্ৰতিক্ৰিয়া প্ৰকাশ কৰি থাকিব নোৱাৰে বুলিও তেওঁ স্পষ্ট কৰে।

অগ্নিবীৰসকলৰ বাবে ডাঙৰ ঘোষণা মুখ্যমন্ত্ৰীৰ

ইফালে সংবাদমেলত অসমৰ অগ্নিবীৰসকলৰ বাবেও গুৰুত্বপূৰ্ণ ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে অসমত অগ্নিবীৰসকলৰ বাবে কেইবাটাও চৰকাৰী বিভাগৰ নিযুক্তিত ১২ শতাংশ সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব।

কোন কোন বিভাগত পাব সংৰক্ষণ?

মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি, অগ্নিবীৰসকলৰ বাবে—

অসম আৰক্ষীৰ জে’ল বিভাগৰ কনিষ্টবল পদ

অগ্নিনিৰ্বাপক বাহিনী
SDRF

বন বিভাগ

আবকাৰী বিভাগৰ কনিষ্টবল পদ

এইবোৰ নিযুক্তিত ১২ শতাংশ সংৰক্ষণ থাকিব

এই ঘোষণাই সেনাবাহিনীৰ অগ্নিবীৰ হিচাপে সেৱা আগবঢ়োৱাৰ পিছত ৰাজ্যত চাকৰি বিচৰা যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগ সৃষ্টি কৰিব বুলি আশা কৰা হৈছে।

মধুপুৰ সত্ৰলৈ প্ৰতিমাহে ১ লাখ টকা

ইফালে অসমৰ সত্ৰীয়া ঐতিহ্যৰ সৈতে জড়িত আন এক গুৰুত্বপূৰ্ণ ঘোষণাও কৰে মুখ্যমন্ত্ৰীয়ে। মধুপুৰ সত্ৰৰ দৈনন্দিন কাম-কাজ পৰিচালনাৰ বাবে ৰাজ্য চৰকাৰে প্ৰতিমাহে ১ লাখ টকাকৈ আগবঢ়াব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই ধনৰাশি সত্ৰখনৰ দৈনন্দিন পৰিচালনা আৰু বিভিন্ন কাম-কাজত ব্যৱহাৰ কৰা হ’ব।

বৰদোৱাৰ আৰ্হিত মধুপুৰতো বৃহৎ প্ৰকল্প

কেৱল মাহিলী আৰ্থিক সহায়তেই সীমাবদ্ধ নাথাকি কোচবিহাৰৰ মধুপুৰ সত্ৰতো বৰদোৱাৰ আৰ্হিত এটা বৃহৎ প্ৰকল্প স্থাপন কৰাৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ আছে বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

8th Pay Commission: কৰ্মচাৰীসকলৰ ৫টা ডাঙৰ দাবী, পুৰণি পেঞ্চন পুনৰুদ্ধাৰৰ ওপৰত গুৰুত্ব!
বাণিজ্য

মৌলিক দৰমহা ৫০ হাজাৰ টকা? 8th Pay Commissionত দেৰি হ’লে কিমান বকেয়া পাব পাৰে জানক

October 4, 2026
ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা
জীৱনশৈলী

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

October 4, 2026
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ
বিনোদন

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

October 4, 2026
আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ
অসম

আজমলৰ সভাত ‘মায়াবিনী’! জুবিন গাৰ্গৰ ন্যায়ৰ কথা কৈ ভোটভিক্ষা আজমলৰ

October 4, 2026
Next Post
মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

মাতৃভূমিলৈ উভতিব ‘লৌহকন্যা’ লাভলীনা বৰগোহাঁই, ক্ৰীড়াপ্ৰেমীৰ মাজত উৎসাহ

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ’ব পাৰে সমস্যা

ডালিম খোৱাৰ পূৰ্বে সাৱধান! এই ৫ ধৰণৰ ব্যক্তিৰ হ'ব পাৰে সমস্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.