• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

1 hour ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

1 minute ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

33 minutes ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

2 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

2 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

3 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

3 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

4 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

4 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

5 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

5 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

6 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

গান্ধীক আটক কিয় কৰিলে আৰক্ষীয়ে?

editor by editor
October 6, 2026
in বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ
0
SHARES
195
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

নতুন দিল্লীত আজি মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত কংগ্ৰেছসহ বিৰোধী দলসমূহে সাব্যস্ত কৰা প্ৰতিবাদক কেন্দ্ৰ কৰি পৰিস্থিতি উত্তপ্ত হৈ পৰে। সংসদ ভৱনৰ পৰা নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ বিৰোধী সাংসদসকলে উলিওৱা প্ৰতিবাদী সমদল আৰক্ষীয়ে বেৰিকেড দি বাধা দিয়ে। ইয়াৰ পাছতে ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধীসহ কেইবাগৰাকীও বিৰোধী নেতাক আৰক্ষীয়ে আটক কৰে।

মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীক কেন্দ্ৰ কৰি কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলসমূহে প্ৰতিবাদ কৰি আহিছে। বিশেষকৈ ভোটাৰ তালিকাৰ SIR প্ৰক্ৰিয়াক লৈ বিৰোধী দলসমূহে প্ৰশ্ন উত্থাপন কৰিছে। কংগ্ৰেছৰ অভিযোগ, SIRৰ নামত ভোটাৰ তালিকাৰ পৰা যোগ্য ভোটাৰৰ নাম বাদ পৰাৰ আশংকা আছে আৰু ইয়াৰ ফলত বহু সাধাৰণ ভোটাৰ সমস্যাৰ সন্মুখীন হ’ব পাৰে। বিৰোধী দলসমূহে এই প্ৰক্ৰিয়াত স্বচ্ছতা আৰু নিৰপেক্ষতা নিশ্চিত কৰাৰ দাবী জনাইছে। অৱশ্যে নিৰ্বাচন আয়োগে এই অভিযোগ অস্বীকাৰ কৰি আহিছে। আয়োগৰ মতে, ভোটাৰ তালিকাৰ সংশোধনৰ উদ্দেশ্য হৈছে ভুৱা, ডুপ্লিকেট বা অযোগ্য নাম চিনাক্ত কৰি ভোটাৰ তালিকা অধিক নিৰ্ভৰযোগ্য কৰা।

মঙলবাৰে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খৰ্গে, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধী আৰু অন্যান্য INDI মৰ্চাৰ সাংসদসকলে সংসদ ভৱন চৌহদৰ পৰা নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ সমদল উলিয়ায়। সমদলটো আগবাঢ়ি যোৱাৰ সময়তে দিল্লী আৰক্ষীয়ে সংসদ ষ্ট্ৰীটৰ ওচৰত বেৰিকেড স্থাপন কৰি তেওঁলোকৰ পথ বন্ধ কৰি দিয়ে। আৰক্ষীয়ে বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰিছিল। আৰক্ষীয়ে পথ বন্ধ কৰাৰ পাছত প্ৰতিবাদকাৰী সাংসদসকলে পথতে বহি ধৰ্ণা আৰম্ভ কৰে। প্ৰতিবাদস্থলীত বিভিন্ন শ্লোগান দিয়া হয় আৰু জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবী পুনৰ উত্থাপন কৰা হয়।

প্ৰতিবাদৰ মাজতে ৰাহুল গান্ধীয়ে আৰক্ষীৰ বেৰিকেডৰ ওপৰত উঠি প্ৰতিবাদ সাব্যস্ত কৰে। ইয়াৰ কিছুসময় পাছতে আৰক্ষীয়ে তেওঁক আটক কৰি লৈ যায়। প্ৰিয়ংকা গান্ধী আৰু অন্যান্য বিৰোধী নেতাসকলকো আৰক্ষীয়ে আটক কৰে। পিছত তেওঁলোকক এৰি দিয়া হয় বুলি প্ৰতিবেদনত প্ৰকাশ পাইছে।

প্ৰতিবাদৰ আগতেই সংসদ ভৱন, Parliament Street আৰু নিৰ্বাচন আয়োগৰ কাৰ্যালয়ৰ আশে-পাশে কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছিল। আৰক্ষীয়ে বেৰিকেড স্থাপন কৰাৰ লগতে বৃহৎ সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰিছিল। বিৰোধী সাংসদসকলে নিৰ্বাচন আয়োগৰ কাৰ্যালয়লৈ গৈ নিজৰ দাবী জনাব বিচাৰিছিল যদিও আৰক্ষীয়ে তেওঁলোকক আগবাঢ়িবলৈ নিদিলে। ফলত প্ৰতিবাদ ধৰ্ণালৈ পৰিণত হয় আৰু পৰিস্থিতি অধিক উত্তপ্ত হৈ পৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24rahul gandhi
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?
জীৱনশৈলী

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

October 6, 2026
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ
বিনোদন

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

October 6, 2026
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব
জীৱনশৈলী

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

October 6, 2026
Next Post
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.