• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

33 minutes ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

26 seconds ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

1 hour ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

2 hours ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

2 hours ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

3 hours ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

3 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

4 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

4 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

5 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

5 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

6 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবেও আছে সুখবৰ

editor by editor
October 6, 2026
in অসম, ক্ৰীড়া, বিনোদন, ভাৰত
0
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ
0
SHARES
61
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হৰমনপ্ৰীত কৌৰে নেতৃত্বৰ পৰা আঁতৰি দিয়াৰ পিছতে আজি জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 আৰু এদিনীয়া শৃংখলাৰ বাবে স্মৃতি মন্ধানাৰ নেতৃত্বত BCCI মহিলা দলৰ নিৰ্বাচক মণ্ডলীয়ে দল দুটা ঘোষণা কৰিছে। উল্লেখনীয় কথাটো হৈছে দুয়োটা দলতে নেতৃত্বৰ পৰা আঁতৰিলেও হৰমনপ্ৰীত কৌৰে খেলুৱৈ হিচাপে নিজৰ স্থান অক্ষুণ্ণ ৰাখিবলৈ সক্ষম হৈছে। ইপিনে T20 দলটোৰ বাবে যুৱ তাৰকা ছেফালি বৰ্মাক ভাৰপ্ৰাপ্ত অধিনায়কৰ দায়িত্ব দিয়াৰ বিপৰীতে এদিনীয়া দলটোৰ সহঃ অধিনায়িকাৰ দায়িত্ব দিয়া হৈছে অভিজ্ঞ অলৰাউণ্ডাৰ দিপ্তী শৰ্মাক।

ইয়াৰ লগতে অসমৰ ক্ৰীড়াপ্ৰেমীৰ বাবেও আহিছে এক সুখবৰ। অসমৰ ক্ৰিকেটাৰ জিণ্টিমণি কলিতাই প্ৰথমবাৰৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ কৰিছে। জিম্বাবুৱেৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া T20 শৃংখলাৰ বাবে ঘোষণা কৰা ভাৰতীয় দলত জিণ্টিমণিক অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াৰ লগে লগে প্ৰথমবাৰৰ বাবে টীম ইণ্ডিয়াৰ জাৰ্ছী পৰিধান কৰাৰ সুযোগ লাভ কৰিব অসমৰ জিণ্টিমণি কলিতাই। অসমৰ ক্ৰিকেটৰ বাবে এইটো এক উল্লেখযোগ্য সাফল্য হিচাপে বিবেচিত হৈছে।

জিম্বাবুৱেৰ বিৰুদ্ধে T20 শৃংখলাৰ মেচকেইখন ১৬ অক্টোবৰৰ পৰা ২০ অক্টোবৰলৈ ৰায়পুৰত অনুষ্ঠিত হ’ব। এই শৃংখলাৰ বাবে নিৰ্বাচিত ভাৰতীয় দলত অভিজ্ঞ খেলুৱৈৰ লগতে কেইবাগৰাকীও যুৱ ক্ৰিকেটাৰক সুযোগ দিয়া হৈছে। ভাৰতৰ T20I দলটো হৈছে—
স্মৃতি মান্ধানা (অধিনায়ক), শেফালি বাৰ্মা (সহ-অধিনায়ক), নিকি প্ৰসাদ, হৰমনপ্ৰীত কৌৰ, অনুষ্কা শৰ্মা, ৰিচা ঘোষ (উইকেটকীপাৰ), জি কামালিনী (উইকেটকীপাৰ), দীপ্তি শৰ্মা, প্ৰেমা ৰাৱাট, শ্ৰী চৰণী, নন্দিনী শৰ্মা, ক্ৰান্তি গৌড়, অৰুন্ধতী ৰেড্ডী, জিণ্টিমণি কলিতা আৰু মিন্নু মণি।

ইফালে, ভাৰতীয় মহিলা দলৰ ODI দলতো স্মৃতি মান্ধানাক নেতৃত্বৰ দায়িত্ব দিয়া হৈছে। দলটোত শেফালি বাৰ্মা, প্ৰতিকা ৰাৱাল, হৰমনপ্ৰীত কৌৰ, হৰলীন দেউল, তেজল হাছবানিছ, দীপ্তি শৰ্মা (সহ-অধিনায়ক), ৰিচা ঘোষ, যষ্টিকা ভাটিয়া, বৈষ্ণৱী শৰ্মা, নন্দিনী শৰ্মা, শ্ৰী চৰণী, ক্ৰান্তি গৌড়, ছায়ালী সাতঘৰে আৰু ৰেণুকা ঠাকুৰে স্থান লাভ কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24cricketjintimani kalita
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ
ৰাজনীতি

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

October 6, 2026
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা
অসম

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

October 6, 2026
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!
ভাৰত

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

October 6, 2026
Next Post
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.