• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

38 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

12 seconds ago
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

1 hour ago
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

2 hours ago
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

2 hours ago
জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ…, জানক ক’ৰ পৰা আহিল ইংৰাজী মাহৰ নাম

3 hours ago
নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

নৱবিৱাহিত মহিলাক স্বামীৰ আপত্তিজন চৰ্ত

4 hours ago
সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

সংস্কৃত গুৰুকুলামত শোকাৱহ ঘটনা, পানীৰ টেংকিত ৪ ছাত্ৰৰ মৃ*তদেহ উদ্ধাৰ

5 hours ago
আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

আজি খুলিব পাৰে এই ৩ ৰাশিৰ ভাগ্যৰ দুৱাৰ

5 hours ago
অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

অধিকাংশ পুৰুষে নিজতকৈ ওখ মহিলাক জীৱনসংগী হিচাপে নিৰ্বাচন নকৰে কিয়?

14 hours ago
স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

স্মৃতি মন্ধানাৰ নেতৃত্বত টীম ইণ্ডিয়াত যুৱ প্ৰতিভাক সুযোগ

15 hours ago
নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

নিশা উত্তপ্ত ৰাজধানী দিল্লী! হঠাতে ৰাহুল গান্ধীক আটক আৰক্ষীৰ

15 hours ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!

গৃহৰক্ষী জোৱানৰ শাৰীৰিক পৰীক্ষাত উত্তীৰ্ণ বিধৱা মাতৃ

editor by editor
October 7, 2026
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
খালী ভৰি, শাৰী পিন্ধিয়েই ৬ মিনিটত ১,৬০০ মিটাৰ দৌৰ!
0
SHARES
162
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঝাৰখণ্ডৰ ৰামগড়ৰ এগৰাকী বিধৱা মাতৃৰ সাহস আৰু পৰিশ্ৰমে এতিয়া সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। নাম তেওঁৰ কবিতা। স্বামীৰ মৃত্যুৰ পিছত দুই সন্তান আৰু বৃদ্ধ শহুৰ-শাহুৱেকৰ দায়িত্ব কান্ধত লৈ জীৱন-সংগ্ৰাম কৰি অহা কবিতাই এটা চৰকাৰী চাকৰিৰ আশাত কঠিন পৰিশ্ৰমেৰে নিজকে প্ৰস্তুত কৰি তুলিছে।

কবিতাৰ নাছিল কোনো উন্নতমানৰ দৌৰৰ জোতা, স্পাইকছ বা ট্ৰেকছুট। তথাপিও তেওঁ হাৰ মনা নাছিল। খালী ভৰিৰে, শাৰী পিন্ধিয়েই প্ৰচণ্ড গৰমৰ মাজত ১,৬০০ মিটাৰ দৌৰি তেওঁ ৰামগড়ৰ গৃহৰক্ষী জোৱানৰ নিযুক্তিৰ শাৰীৰিক পৰীক্ষাত অংশগ্ৰহণ কৰে। আটাইতকৈ উল্লেখযোগ্য কথাটো হ’ল, এই শাৰীৰিক পৰীক্ষাত কবিতাই কেৱল উত্তীৰ্ণ হোৱাই নহয়, অতি ভাল নম্বৰ লাভ কৰি নিজৰ যোগ্যতা প্ৰমাণ কৰে। ১,৬০০ মিটাৰৰ দৌৰ সম্পূৰ্ণ কৰিবলৈ ১০ মিনিটৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল। কিন্তু কবিতাই সেই দৈৰ্ঘ্য কেৱল প্ৰায় ৬ মিনিটততে সম্পূৰ্ণ কৰি সকলোকে আচৰিত কৰি তোলে।

স্বামীৰ মৃত্যুৰ পিছত পৰিয়ালটো চলাবলৈ কবিতাই বৰ্তমান ইটা ভাটা এটাত কাম কৰি আছে। দৈনিক কঠোৰ পৰিশ্ৰমৰ মাজতো তেওঁ নিজৰ লক্ষ্যৰ পৰা আঁতৰি যোৱা নাছিল। প্ৰতিদিনে পুৱা প্ৰায় ৪ বজাত উঠি বালিময় মাটিত দৌৰৰ অনুশীলন কৰিছিল। কোনো বিশেষ প্ৰশিক্ষণৰ সুবিধা বা উন্নত ক্ৰীড়া সামগ্ৰী নথকাৰ পাছতো নিজৰ ইচ্ছাশক্তি আৰু অধ্যৱসায়ৰ ওপৰত ভৰসা কৰি তেওঁ প্ৰস্তুতি চলাইছিল। কবিতাৰ বাবে এই দৌৰ কেৱল এটা শাৰীৰিক পৰীক্ষা নাছিল। এই দৌৰ আছিল তেওঁৰ দুই সন্তানৰ উজ্জ্বল ভৱিষ্যতৰ বাবে এক সংগ্ৰাম। স্বামীক হেৰুৱাৰ পিছত পৰিয়ালৰ দায়িত্ব অকলেই বহন কৰি অহা কবিতাই এটা স্থায়ী চাকৰি লাভ কৰি সন্তান দুটাক ভালদৰে ডাঙৰ-দীঘল কৰাৰ সপোন দেখিছে।

তেওঁৰ এই অসাধাৰণ প্ৰচেষ্টাৰ খবৰ বিয়পি পৰাৰ পিছত স্থানীয় লোকসকলৰ মাজতো যথেষ্ট প্ৰশংসা লাভ কৰে। স্থানীয় এটা দৌৰবিদৰ গোটে কবিতাৰ ঘৰলৈ গৈ তেওঁক সন্মান জনায় আৰু তেওঁৰ সাহসক প্ৰশংসা কৰে। ৰামগড়ৰ গৃহৰক্ষী জোৱান নিযুক্তি প্ৰক্ৰিয়াত মহিলাৰ বাবে ৫০ শতাংশ সংৰক্ষণ থকাৰ লগতে বিধৱাসকলৰ বাবেও অতিৰিক্ত সুযোগৰ ব্যৱস্থা আছে। সেয়ে কবিতাৰ বাবে এই নিযুক্তি কেৱল এটা চাকৰিৰ সুযোগ নহয়, বৰং জীৱনটো নতুনকৈ গঢ়ি তোলাৰ এক ডাঙৰ সম্ভাৱনা।

খালী ভৰি, শাৰী আৰু প্ৰচণ্ড ৰ’দ—কোনোটোৱেই কবিতাৰ লক্ষ্যৰ বাটত বাধা হ’ব নোৱাৰিলে। তেওঁৰ এই কাহিনীয়ে প্ৰমাণ কৰিলে যে পৰিস্থিতি যিমানেই কঠিন নহওক কিয়, দৃঢ় সংকল্প, পৰিশ্ৰম আৰু পৰিয়ালৰ বাবে কিবা এটা কৰাৰ অদম্য ইচ্ছাই মানুহক অসাধ্য সাধন কৰাৰ শক্তি দিব পাৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24Jobs in india
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

October 7, 2026
শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক
বিবিধ

শেষকৃত্যৰ ১২ দিন পিছত সুস্থ শৰীৰেৰে ঘৰলৈ উভতিল যুৱক

October 7, 2026
১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন
জীৱনশৈলী

১৫০০ গৰাকী লোকক ৰূপৰ থালিত আপ্যায়ন

October 7, 2026
মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা
অপৰাধ

মাত্ৰ ১০০ টকাৰ বাবে বৃদ্ধাক হত্যা

October 7, 2026
Next Post
বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

বাবা ভাংগাৰ ভৱিষ্যদ্বাণীঃ এই ৫ ৰাশিৰ জীৱনলৈ আহিব পাৰে বৃহৎ পৰিৱৰ্তন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.