• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

1 hour ago
৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

42 seconds ago
সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

42 minutes ago
নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

1 hour ago
বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

2 hours ago
‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

‘লোকলৈ হুল পুতি নিজে মৰে ফুটি’ উপায়বিহীন আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্প!

4 hours ago
আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

আনৰ বন্দুকেৰে দেশক গৌৰৱান্বিত কৰা নীৰু ধাণ্ডাৰ অনন্য কাহিনী

5 hours ago
কেনে যাব আপোনাৰ আজিৰ দিনটো?

কেনে যাব আপোনাৰ আজিৰ দিনটো?

6 hours ago
৫০০ টকাৰে পাব ২৫ লাখ টকা, ডাকঘৰৰ এই আঁচনিৰ বিষয়ে জানেনে?

কোটিপতি হোৱাৰ সহজ উপায়! ডাকঘৰৰ এই আঁচনি সহায় কৰিব আপোনাক

14 hours ago
বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

বিয়াৰ পিছত বোৱাৰীসকল শহুৰেকৰ সম্পত্তিৰ মালিক হয় নেকি? আইনে কি কয় জানক

14 hours ago
মানুহৰ শৰীৰৰ ভংগীমাই উদঙাই চৰিত্ৰ, চাণক্যৰ এই নিয়ম জানি থওক

Chanakya Niti for Wealth: হাতলৈ ধন আহিলে নকৰিব এই কাম, ধ্বংস হ’ব জীৱন!

14 hours ago
শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

শনিবাৰে ভাগ্যৰ সহায় লাভ কৰিব পাৰে এই ৫টা ৰাশিয়ে!

15 hours ago
মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

মৃণ্ময় মূৰ্তিৰ নহয়, দেৱীৰ ৰূপত কলগছক কিয় পূজা কৰে এইটো মন্দিৰত? জানক ৰহস্য আৰু ইতিহাস

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, October 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’

ব্যৰ্থ মন্দিৰত আক্ৰমণৰ পৰিকল্পনা, কথমপি প্ৰাণৰক্ষা শ শ ভাৰতীয়ৰ

editor by editor
October 17, 2026
in অপৰাধ, বিশ্ব, ভাৰত, লেখা
0
কি সাংঘাটিক মানসিকতা! ‘ভাৰতীয়সকল জীয়াই থকাৰ অধিকাৰ নাই’
0
SHARES
119
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমেৰিকাৰ চিকাগোৰ উপকণ্ঠ অঞ্চলত থকা এটা হিন্দু মন্দিৰত গণহ*ত্যা সংঘটিত কৰাৰ পৰিকল্পনা কৰাৰ অভিযোগত ১৯ বছৰীয়া এজন যুৱকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। আদালতৰ নথি অনুসৰি, অভিযুক্ত যুৱকজনে দুবছৰতকৈও অধিক সময় ধৰি এই আক্ৰমণৰ পৰিকল্পনা কৰি আহিছিল।

কুক কাউণ্টিৰ চৰকাৰী অধিবক্তাৰ কাৰ্যালয়ৰ তথ্য অনুসৰি, অভিযুক্তই পেলেটাইন অঞ্চলৰ টেকো বেল নামৰ খাদ্য বিপণীত কৰ্মৰত অৱস্থাত সহকৰ্মীসকলৰ আগত ভাৰতীয় লোকক হ*ত্যা কৰিবলৈ তেওঁ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থকা বুলি মন্তব্য কৰিছিল।
আৰক্ষীয়ে আক্ৰমণৰ নিৰ্দিষ্ট লক্ষ্য এতিয়াও আনুষ্ঠানিকভাৱে ঘোষণা কৰা নাই। অৱশ্যে, পেলেটাইন আৰক্ষী আৰু FBIৰ তদন্তকাৰীসকলৰ তথ্য অনুসৰি, চিকাগোৰ পৰা প্ৰায় ৪০ মাইল পশ্চিমে অৱস্থিত অৰোৰা অঞ্চলৰ এটা বৃহৎ হিন্দু মন্দিৰত আক্ৰমণৰ পৰিকল্পনা কৰিছিল যুৱকজনে।

কেনেকৈ ৰক্ষা পৰিল বহু লোকৰ জীৱন?

পেলেটাইনৰ আৰক্ষী প্ৰধান উইলিয়াম নৰ্ডে সদৰী কৰা অনুসৰি, দেওবাৰে দুপৰীয়া প্ৰায় ১২.২৫ বজাত অভিযুক্তৰ নামত পঞ্জীয়নভুক্ত ৰঙা ৰঙৰ এখন একুৰা RDX বাহন মন্দিৰৰ পাৰ্কিং স্থানত প্ৰৱেশ কৰিছিল। ১৫ মিনিটতকৈও কম সময়ৰ ভিতৰতে বাহনখন সেই স্থানৰ পৰা ওলাই যায়। পিছত দুপৰীয়া প্ৰায় ২ বজাত অভিযুক্তক তেওঁৰ ঘৰৰ সমীপত বাহনৰ ভিতৰত অকলে থকা দেখা গৈছিল।
আৰক্ষীয়ে মন্দিৰটোৰ নাম আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা নাছিল। অৱশ্যে, অঞ্চলটোৰ বৃহত্তম মন্দিৰ হিচাপে পৰিচিত অৰোৰাৰ শ্ৰী ভেংকটেশ্বৰ স্বামী (বালাজী) মন্দিৰৰ কৰ্তৃপক্ষই পিছত সদস্যসকলক নিৰাপত্তাজনিত ভাবুকিৰ বিষয়ে সতৰ্ক কৰি দিয়ে। ‘নিউয়ৰ্ক টাইমছ’ক মন্দিৰৰ এগৰাকী কৰ্মচাৰীয়ে এই মন্দিৰটোতে আক্ৰমণৰ পৰিকল্পনা কৰা হৈছিল বুলি নিশ্চিত কৰে।

অভিযুক্তৰ এজন সহকৰ্মীয়ে আৰক্ষীক খবৰ দিয়াৰ ফলত এই ভয়ংকৰ পৰিকল্পনা বিফল হয়। মাউণ্ট প্ৰস্পেক্ট আৰু পেলেটাইন আৰক্ষী বিভাগে সমন্বয়ৰে অভিযান চলাই দেওবাৰে বিয়লিৰ ভাগত ঘৰৰ পৰা ওলাই অহাৰ সময়তে অভিযুক্তক গ্ৰেপ্তাৰ কৰে। অভিযুক্তই মাতৃৰ সৈতে বাস কৰা ঘৰটোত আৰক্ষীয়ে তালাচী চলাই এটা ৰাই*ফল, গু*লী ভৰ্তি কেইবাটাও মে*গাজিন, শ শ সক্ৰিয় গু*লী, শৰীৰৰ সুৰক্ষাৰ বাবে ব্যৱহৃত বিশেষ পোছাক আৰু শ্বেতাংগ শ্ৰেষ্ঠত্ববাদী মতাদৰ্শৰ প্ৰতীক থকা এটা পেচ উদ্ধাৰ কৰে। ইয়াৰ উপৰি, নাজী প্ৰতীক থকা বিভিন্ন সামগ্ৰী, স্বস্তিকা চিহ্ন আৰু ভাৰতীয়সকলৰ বিৰুদ্ধে বৰ্ণবাদী গালি লিখা এটা গেছৰ কেনো উদ্ধাৰ কৰা হয়। তদন্তকাৰীসকলে অভিযুক্তৰ ইলেক্ট্ৰনিক যোগাযোগ আৰু অন্যান্য নথি পৰীক্ষা কৰি ‘Why I Fought: A.K.A. Aurora Shooter’s Manifesto’ শীৰ্ষক এখন নথি লাভ কৰে। এই নথিখনত ভাৰতীয়, ইহুদী আৰু আফ্ৰিকান-আমেৰিকান লোকসকলক হীন বুলি বৰ্ণনা কৰাৰ লগতে তেওঁলোকক হ*ত্যা কৰাৰ পৰিকল্পনাৰ কথাও উল্লেখ আছিল বুলি তদন্তকাৰীসকলে জানিবলৈ দিয়ে।

আৰক্ষীৰ তথ্য অনুসৰি, অভিযুক্তই দেওবাৰৰ দিনটো এটা বিশেষ দিন হ’ব বুলি তেওঁৰ সহকৰ্মীক কৈছিল। আক্ৰমণৰ চেষ্টা চলোৱাৰ সময়ত বন্দুকত বিজুতি ঘটাত অস্ত্ৰটো গুলী চলাবলৈ সক্ষম হোৱা নাছিল বুলি অভিযোগ উত্থাপন হৈছে। ইয়াৰ পিছত অভিযুক্তই এজন সহকৰ্মীক ফোন কৰি ঘটনাস্থলীৰ পৰা পলাই যোৱাৰ কথা জনায়। তেওঁ সহকৰ্মীজনলৈ এটা ভিডিঅ’ও প্ৰেৰণ কৰিছিল, য’ত AR-ধৰণৰ ৰাই*ফলটোৱে গু*লী চলাবলৈ ব্যৰ্থ হোৱা দেখা গৈছিল। ৰাইফ*লটো মেৰামতি কৰি পুনৰ আক্ৰমণৰ চেষ্টা চলাব বুলিও তেওঁ উল্লেখ কৰিছিল বুলি অভিযোগ কৰা হৈছে। ইয়াৰ লগতে অভিযুক্তই আঠ পৃষ্ঠাৰ এখন নথি প্ৰেৰণ কৰিছিল। নথিখনত বৰ্ণবাদী গালি-গালাজৰ লগতে নিজকে শ্বেতাংগ শ্ৰেষ্ঠত্ববাদী আৰু নব্য-নাজী বুলি বৰ্ণনা কৰাৰ লগতে গণহ*ত্যা সংঘটিত কৰাৰ কল্পনাৰ কথাও উল্লেখ আছিল। এই তথ্য লাভ কৰাৰ পিছতে সহকৰ্মীজনে ৯১১ নম্বৰত ফোন কৰি আৰক্ষীক খবৰ দিয়ে। তাৰ পিছতে আৰক্ষীয়ে অভিযান চলাই অভিযুক্তক গ্ৰেপ্তাৰ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24indians
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?
অসম

৪ জানুৱাৰীত অসমত চূড়ান্ত ভোটাৰ তালিকা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই প্ৰক্ৰিয়া?

October 17, 2026
সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!
জীৱনশৈলী

সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

October 17, 2026
নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!
জীৱনশৈলী

নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

October 17, 2026
বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব
বিনোদন

বলীউডৰ ১০গৰাকী অভিনেতা-অভিনেত্ৰী যাৰ আছে বিদেশী নাগৰিকত্ব

October 17, 2026
Next Post
নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

নুডলছ খাই একেটা পৰিয়ালৰ ৫গৰাকীকৈ সদস্যৰ মৃ*ত্যু!

সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

সপ্তমীৰ দিনাই ৬টা ৰাশিৰ উজলিব ভাগ্য!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.