• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
নাবালিকাক অপ*হৰণ কৰি দলবদ্ধ অ*পকৰ্ম!

নাবালিকাক অপ*হৰণ কৰি দলবদ্ধ অ*পকৰ্ম!

1 hour ago
শুকুৰবাৰে ৰাশিফলে আপোনাৰ কেৰিয়াৰত কেনে প্ৰভাৱ পেলাব?

শুকুৰবাৰে ৰাশিফলে আপোনাৰ কেৰিয়াৰত কেনে প্ৰভাৱ পেলাব?

26 seconds ago
ৰাৱলপিণ্ডিত শ্ৰীলংকাৰ অবিশ্বাস্য ৰেকৰ্ড

ৰাৱলপিণ্ডিত শ্ৰীলংকাৰ অবিশ্বাস্য ৰেকৰ্ড

23 minutes ago
দাঢ়ি ৰখাটো স্বাস্থ্যৰ প্ৰতি ভাবুকিস্বৰূপ নেকি?

দাঢ়ি ৰখাটো স্বাস্থ্যৰ প্ৰতি ভাবুকিস্বৰূপ নেকি?

43 minutes ago
মহাকাশত দেখা গ’ল এক ভয়ংকৰ দৃশ্য

মহাকাশত দেখা গ’ল এক ভয়ংকৰ দৃশ্য

2 hours ago
নবৌৱেকক দিছিল অ*শ্লীল ইংগিত, অগ্নিশৰ্মা ভাতৃয়ে কৰিলে এই কাম

নবৌৱেকক দিছিল অ*শ্লীল ইংগিত, অগ্নিশৰ্মা ভাতৃয়ে কৰিলে এই কাম

3 hours ago
নৱেম্বৰত এই ৬ ৰাশিৰ হ’ব ভাগ্যোদয়

নৱেম্বৰত এই ৬ ৰাশিৰ হ’ব ভাগ্যোদয়

4 hours ago
২৬ লাখ টকাতকৈ অধিক দামৰ বাহন কিনিব নোৱাৰিব মন্ত্ৰীয়ে

২৬ লাখ টকাতকৈ অধিক দামৰ বাহন কিনিব নোৱাৰিব মন্ত্ৰীয়ে

4 hours ago
ব্ৰিটিছসকলৰ অদ্ভূত জীৱনশৈলী! বছৰি শ শ ৰোগীৰ মলদ্বাৰৰ পৰা চিকিৎসকে আঁতৰায় এশ এটা সামগ্ৰী!

ব্ৰিটিছসকলৰ অদ্ভূত জীৱনশৈলী! বছৰি শ শ ৰোগীৰ মলদ্বাৰৰ পৰা চিকিৎসকে আঁতৰায় এশ এটা সামগ্ৰী!

5 hours ago
ধ্বংসস্তুপত পৰিণত হ’ব পাৰে তিব্বত, উত্তৰাখণ্ড

ধ্বংসস্তুপত পৰিণত হ’ব পাৰে তিব্বত, উত্তৰাখণ্ড

5 hours ago
‘মই মুছলমান, কিন্তু নামাজ নপঢ়ো’ কিয় ক’লে বিশিষ্ট অভিনেত্ৰী শ্বাবানা আজমীয়ে?

‘মই মুছলমান, কিন্তু নামাজ নপঢ়ো’ কিয় ক’লে বিশিষ্ট অভিনেত্ৰী শ্বাবানা আজমীয়ে?

6 hours ago
কান্দি থকাৰ বাবেই মাতৃয়ে প্ৰাণ কাঢ়িলে ৮মহীয়া কণমানিৰ

কান্দি থকাৰ বাবেই মাতৃয়ে প্ৰাণ কাঢ়িলে ৮মহীয়া কণমানিৰ

7 hours ago
হাতৰ ৰেখাই দিব ৰাজভোগৰ ইংগিত, ভৱিষ্যতৰ বিষয়ে জানক

হাতৰ ৰেখাই দিব ৰাজভোগৰ ইংগিত, ভৱিষ্যতৰ বিষয়ে জানক

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

নাবালিকাক অপ*হৰণ কৰি দলবদ্ধ অ*পকৰ্ম!

মৃ*ত নৱজাতক সন্তানক লৈ হাস্পতালত নিৰ্যা*তিতা

editor by editor
October 22, 2026
in অপৰাধ, জীৱনশৈলী, স্বাস্থ্য
0
নাবালিকাক অপ*হৰণ কৰি দলবদ্ধ অ*পকৰ্ম!
0
SHARES
71
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ৰাজস্থানৰ দৌছা জিলাত এগৰাকী নাবালিকাক অপহৰণ কৰি দলবদ্ধ ধ*ৰ্ষণ কৰাৰ অভিযোগে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি, দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ সমীপত তিনিজন অভিযুক্তই নাবালিকাগৰাকীক জোৰকৈ গাড়ীত উঠাই লৈ যায় আৰু অপকৰ্ম সংঘটিত কৰে।

ঘটনাৰ পিছত নাবালিকাৰ শাৰীৰিক অৱস্থা গুৰুতৰ হৈ পৰে। ইয়াৰ পিছতে নাবালিকাগৰাকীয়ে এটা মৃত সন্তান জন্ম দিয়ে। ভয় আৰু বিভ্ৰান্তিৰ মাজত নৱজাতকটোক কাপোৰত মেৰিয়াই চিকিৎসালয়লৈ যায়। চিকিৎসকে পৰীক্ষা কৰি নৱজাতকটোক মৃত বুলি ঘোষণা কৰে। ঘটনা জানিব পাৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে আৰু অভিযুক্তসকলক বিচাৰি কেইবাটাও দলে অভিযান চলাই আছে।

ভুক্তভোগীয়ে আৰক্ষীক জনোৱা মতে, নিশাৰ সময়ত ৩ অভিযুক্তই নাবালিকাক জোৰকৈ গাড়ীত উঠাই লৈ যায়। তাৰ পিছত দিল্লী-মুম্বাই এক্সপ্ৰেছৱেৰ ওচৰত অপকৰ্ম সংঘটিত কৰে। পিছত কলেক্টৰেট চৌহদৰ ওচৰত নাবালিকাক এৰি অভিযুক্তসকলে পলায়ন কৰে। ইয়াৰ পিছতে এজন পথচাৰীয়ে নাবালিকাগৰাকীক চিকিৎসালয়লৈ নিয়ে। চিকিৎসালয়ত কিশোৰীগৰাকীয়ে অপকৰ্মৰ অভিযোগ দিয়ে।

নাবালিকাগৰাকী পূৰ্বৰে পৰাই গৰ্ভৱতী আছিল

তদন্তত পোহৰলৈ আহিছে যে নাবালিকাগৰাকী পূৰ্বৰে পৰাই গৰ্ভৱতী আছিল। অভিযোগ অনুসৰি, চলিত বৰ্ষৰ ফেব্ৰুৱাৰীৰ পৰা মে’ মাহৰ ভিতৰত অনিল কুমাৰ নামৰ এজন যুৱকে নাবালিকাগৰাকীৰ সৈতে কেইবাবাৰো শাৰীৰিক সম্পৰ্ক কৰিছিল। কেইবাবাৰো বাইকেৰে হাস্পতাললৈও নাবালিকাগৰাকীক অনিলে আনিছিল বুলি ইতিমধ্য়ে CCTVত ধৰা পৰিছে। ইতিমধ্যে অনিল নামৰ যুৱকজনকো আৰক্ষীয়ে আটক কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শুকুৰবাৰে ৰাশিফলে আপোনাৰ কেৰিয়াৰত কেনে প্ৰভাৱ পেলাব?
জীৱনশৈলী

শুকুৰবাৰে ৰাশিফলে আপোনাৰ কেৰিয়াৰত কেনে প্ৰভাৱ পেলাব?

October 22, 2026
দাঢ়ি ৰখাটো স্বাস্থ্যৰ প্ৰতি ভাবুকিস্বৰূপ নেকি?
জীৱনশৈলী

দাঢ়ি ৰখাটো স্বাস্থ্যৰ প্ৰতি ভাবুকিস্বৰূপ নেকি?

October 22, 2026
নবৌৱেকক দিছিল অ*শ্লীল ইংগিত, অগ্নিশৰ্মা ভাতৃয়ে কৰিলে এই কাম
অপৰাধ

নবৌৱেকক দিছিল অ*শ্লীল ইংগিত, অগ্নিশৰ্মা ভাতৃয়ে কৰিলে এই কাম

October 22, 2026
নৱেম্বৰত এই ৬ ৰাশিৰ হ’ব ভাগ্যোদয়
জীৱনশৈলী

নৱেম্বৰত এই ৬ ৰাশিৰ হ’ব ভাগ্যোদয়

October 22, 2026
Next Post
দাঢ়ি ৰখাটো স্বাস্থ্যৰ প্ৰতি ভাবুকিস্বৰূপ নেকি?

দাঢ়ি ৰখাটো স্বাস্থ্যৰ প্ৰতি ভাবুকিস্বৰূপ নেকি?

ৰাৱলপিণ্ডিত শ্ৰীলংকাৰ অবিশ্বাস্য ৰেকৰ্ড

ৰাৱলপিণ্ডিত শ্ৰীলংকাৰ অবিশ্বাস্য ৰেকৰ্ড

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.