• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আধাৰ কাৰ্ডত এই খেলিমেলি নকৰিব, কৰিলেই ১০ হাজাৰৰ জৰিমনা আৰু ৩ বছৰৰ কাৰাদণ্ড

আধাৰ কাৰ্ডত এই খেলিমেলি নকৰিব, কৰিলেই ১০ হাজাৰৰ জৰিমনা আৰু ৩ বছৰৰ কাৰাদণ্ড

2 years ago
একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

6 hours ago
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

6 hours ago
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

7 hours ago
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

7 hours ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

8 hours ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

8 hours ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

9 hours ago
‘হত শৈশৱ’

‘হত শৈশৱ’

10 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

11 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

12 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

12 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আধাৰ কাৰ্ডত এই খেলিমেলি নকৰিব, কৰিলেই ১০ হাজাৰৰ জৰিমনা আৰু ৩ বছৰৰ কাৰাদণ্ড

আধাৰ কাৰ্ডত এই খেলিমেলি নকৰিব, কৰিলেই ১০ হাজাৰৰ জৰিমনা আৰু ৩ বছৰৰ কাৰাদণ্ড

editor by editor
August 29, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
আধাৰ কাৰ্ডত এই খেলিমেলি নকৰিব, কৰিলেই ১০ হাজাৰৰ জৰিমনা আৰু ৩ বছৰৰ কাৰাদণ্ড
0
SHARES
251
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

“আধাৰ কাৰ্ড” হৈছে ভাৰতীয় নাগৰিকে চিনাক্তকৰণ বাবে ব্যৱহাৰ কৰা এখন নথি। বেংক একাউণ্ট খোলা, স্কুলত নামভৰ্তি, কলেজত নামভৰ্তি, চৰকাৰী আঁচনিৰ সুবিধা লাভ আদি বহু কামত আধাৰ ব্যৱহাৰ কৰা হয়। আধাৰ কাৰ্ড বেছিভাগ ঠাইতে বাধ্যতামূলক হৈ পৰিছে, আনকি জে’লৰ শাস্তি লাভ কৰা কয়দীকো লাগে আধাৰ কাৰ্ড৷ কিন্তু যদি আপুনি ভুৱা আধাৰ কাৰ্ড ব্যৱহাৰকাৰী তেন্তে ভাৰতৰ ইউনিক আইডেন্টিফিকেশন অথৰিটি (ইউ আইডি এ আই)ৰ দ্বাৰা জৰিমনা বিহা হ’ব পাৰে আপোনাৰ৷

চৰকাৰৰ বিশেষ নিৰ্দেশনা

ক্ৰমাৎ বৃদ্ধি পোৱা অনলাইন প্ৰৱঞ্চনা ৰোধ কৰিবলৈ চৰকাৰে ভুৱা আধাৰ কাৰ্ড ব্যৱহাৰকাৰীৰ ওপৰত বিশেষ দৃষ্টি ৰাখিছে। যিসকল আধাৰ কাৰ্ডধাৰীৰ আধাৰ কাৰ্ড ভুল কামত ব্যৱহাৰ কৰা হৈছে তেওঁলোকক চৰকাৰে জে’ললৈ প্ৰেৰণ কৰিব পাৰে। ভুৱা আধাৰৰ বিৰুদ্ধে আইনী ব্যৱস্থা আছে চৰকাৰৰ৷ ধৰা পৰিলে ৩ বছৰৰ কাৰাদণ্ড আৰু ১০ হাজাৰ টকা জৰিমনা বিহা হ’ব। আধাৰৰ অপব্যৱহাৰ ৰোধৰ বাবে এই নিয়ম প্ৰণয়ন কৰা হৈছে।

মিনিটৰ ভিতৰতে ভুৱা আধাৰ চিনাক্ত কৰিব পাৰি

ইউআইডিএআইৰ তথ্য অনুসৰি কেইমিনিটমানৰ ভিতৰতে ভুৱা আধাৰ কাৰ্ড চিনাক্ত কৰিব পৰা যায়। অনলাইন পদ্ধতি গ্ৰহণ কৰি আপুনি জানিব পাৰিব যে আধাৰ প্ৰকৃত আৰু ইয়াৰ বৈধতা প্ৰমাণিত। যদি পৰীক্ষণ প্ৰক্ৰিয়া কৰা হোৱা নাই, তেন্তে আপুনি অনলাইন প্ৰক্ৰিয়া গ্ৰহণ কৰি সত্যাপন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিব পাৰে।

আধাৰৰ পৰীক্ষণ প্ৰক্ৰিয়া কেনেকৈ সম্পূৰ্ণ কৰিব?

  1. প্ৰথমে ইউআইডিএআইৰ অফিচিয়েল ৱেবছাইটলৈ যাওক।
  2. ‘এটা আধাৰ নং পৰীক্ষা কৰক।’ বিকল্পটোত ক্লিক কৰক।
  3. ইয়াত আপোনাৰ আধাৰ নম্বৰ আৰু কেপচা ক’ড দিয়ক।
  4. ইয়াৰ পিছত ‘Proceed To Verify’ অপচনত ক্লিক কৰক
  5. এইদৰে আধাৰ পৰীক্ষণ প্ৰক্ৰিয়া সম্পূৰ্ণ হ’ব।

পৰিয়ালৰ সদস্যৰ আধাৰ পৰীক্ষণো প্ৰয়োজনীয়

নিজৰ লগতে পৰিয়ালৰ সদস্যৰ আধাৰ পৰীক্ষণ সম্পূৰ্ণ কৰক। ইয়াৰ দ্বাৰা আপুনি কোনো ডাঙৰ সমস্যাত পৰাৰ পৰা হাত সাৰিব পাৰিব। পৰীক্ষণ অবিহনে ভুৱা আধাৰ কাৰ্ড ৰখাৰ বাবে জে’ল আৰু জৰিমনা বিহাৰ ব্যৱস্থা আছে। ইউআইডিএআইৰ মতে ভুৱা আধাৰ কাৰ্ড ব্যৱহাৰ কৰিলে আৰ্থিক শাস্তি আৰু শাস্তি দুয়োটাই আছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?
বাণিজ্য

একেৰাহে বন্ধ থাকিব বেংক! জানক UPI, ATM আৰু নেট বেংকিং চলি থাকিবনে?

September 27, 2026
মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি
অসম

মুকলি আকাশৰ তলত CJPৰ প্ৰতিবাদকাৰী, প্ৰায় ১২ঘণ্টাৰ অন্তত কৰি দিলে মুকলি

September 27, 2026
SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?
বাণিজ্য

SIP vs Stocks: SIP নে Stocks, ধন বিনিয়োগ কৰিলে আপুনি ক’ত অধিক লাভ পাব?

September 27, 2026
১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!
বাণিজ্য

১ অক্টোবৰৰ পৰা সলনি হ’ব মৃত্যুৰ প্ৰমাণ পত্ৰৰ নিয়ম, ভুল কৰিলে নাপাব!

September 27, 2026
Next Post
মন্নতৰ নিচেই কাষত দীপিকা-ৰণবীৰে ল’লে ১০০ কোটি টকাৰ বিলাসী বাংলো, চাওক ভিডিঅ’

মন্নতৰ নিচেই কাষত দীপিকা-ৰণবীৰে ল’লে ১০০ কোটি টকাৰ বিলাসী বাংলো, চাওক ভিডিঅ’

সাধাৰণ জনতাক লোভ দি পাতিছে জাল! SBIৰ এটা শাখাতেই ১৭৫ কোটিৰ প্ৰতাৰণা, একাউণ্ট খোলাৰ পূৰ্বে আপুনিও কৰক চিন্তা

সাধাৰণ জনতাক লোভ দি পাতিছে জাল! SBIৰ এটা শাখাতেই ১৭৫ কোটিৰ প্ৰতাৰণা, একাউণ্ট খোলাৰ পূৰ্বে আপুনিও কৰক চিন্তা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.