• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাঙি পৰিছে আমিৰৰ প্ৰাক্তন পত্নী ৰীণা, প্ৰাক্তন পত্নীৰ কাষত আমিৰ খান

ভাঙি পৰিছে আমিৰৰ প্ৰাক্তন পত্নী ৰীণা, প্ৰাক্তন পত্নীৰ কাষত আমিৰ খান

2 years ago
কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

কিম জং উনৰ উত্তৰ কোৰিয়াৰ ১০টাকৈ বেলিষ্টিক মিছাইল নিক্ষেপ

11 hours ago
এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

এই ৩ ৰাশিৰ লোক কাইলৈ হ’ব অত্যন্ত ভাগ্যশীল, সকলো কামতে পাব সুফল

11 hours ago
এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

এইবাৰ BIG BOSS 20ত গোবিন্দৰ ENTRY!

12 hours ago
যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

যন্তৰ মন্তৰৰ CJPৰ প্ৰতিবাদৰ সময়ত হোৱা হিংসাত্মক ঘটনাৰ এটা BIG UPDATE

12 hours ago
‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

‘বিজেপিত অধিকাংশই কেৱল ধন উপাৰ্জনহে কৰি আছে’

13 hours ago
WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

WWEত নিষ্ঠুৰতা দেখুওৱা খালিৰ মমৰ দৰে গলিল হৃদয়, অসমলৈ আহিল দ্য গ্ৰেট খালি

14 hours ago
৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

৫ আমেৰিকান নাগৰিক, সংবাদকৰ্মীসহ ৭ জনৰ থিতাতে মৃ*ত্যু

14 hours ago
অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

অ*পহৰণ, ধ*ৰ্ষণৰ অভিযোগত ৰঙাঘৰৰ আলহী আৰক্ষী বিষয়াৰ পুত্ৰ

14 hours ago
ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

ৰাস্তাত টকাৰ নোট বা মুদ্ৰা পোৱাটো শুভ নে অশুভ?

16 hours ago
কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

কংগ্ৰেছ আধুনিক যুগৰ মুছলিম লীগ- নীতিন নবীন

16 hours ago
‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

‘জীৱনৰ নিৰাপত্তা নাই, শ্বিলঙলৈ কোনেও নাযাব’

17 hours ago
নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

নক্ষত্ৰ পৰিৱৰ্তন! এই ৩ ৰাশিৰ লোকৰ ভাল দিন আৰম্ভ, মাথোঁ কৰক এইকেইটা কাম

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, August 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

ভাঙি পৰিছে আমিৰৰ প্ৰাক্তন পত্নী ৰীণা, প্ৰাক্তন পত্নীৰ কাষত আমিৰ খান

ভাঙি পৰিছে আমিৰৰ প্ৰাক্তন পত্নী ৰীণা, প্ৰাক্তন পত্নীৰ কাষত আমিৰ খান

editor by editor
October 3, 2024
in Uncategorized
0
ভাঙি পৰিছে আমিৰৰ প্ৰাক্তন পত্নী ৰীণা, প্ৰাক্তন পত্নীৰ কাষত আমিৰ খান
0
SHARES
405
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমিৰ খানৰ প্ৰাক্তন পত্নী ৰীণা দত্তৰ পিতৃৰ মৃত্যু৷ মৃত্যুৰ কাৰণ বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই যদিও সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে এই খবৰ৷ বুধবাৰে শেষ নিশ্বাস ত্যাগ কৰিছে ৰীণা দত্তৰ পিতৃয়ে৷ আমিৰ খানক এই কঠিন সময়ত পৰিয়ালৰ কাষত দেখা গৈছে৷ প্ৰাক্তন পত্নীৰ পৰিয়ালক সান্তনা দিবলৈ ৰীণাৰ ঘৰত উপস্থিত হৈছে আমিৰ খান৷

ৰীণাৰ পিতৃৰ মৃত্যুত দুখৰ সমভাগী হ’বলৈ কেৱল আমিৰেই গৈছে তেনে নহয়৷ আমিৰৰ বৃদ্ধা মাতৃও উপস্থিত হৈছে ৰীণাৰ বাসগৃহত৷ আমিৰ খান আৰু ৰীণাই ১৯৮৬ চনত গোপনে বিবাহপাশত আৱদ্ধ হৈছিল৷ তেওঁলোকৰ দুই সন্তান ক্ৰমে জুনায়েদ আৰু আইৰা খান৷ ২০০২ চনত তেওঁলোকৰ আইনী প্ৰক্ৰিয়াৰে বিবাহ বিচ্ছেদ হয়৷ আমিৰে যেতিয়া প্ৰথম বিয়া কৰাইছিল তেতিয়া তেওঁৰ বয়স আছিল মাত্ৰ ১৯ বছৰ৷ আমিৰ আৰু ৰীণাই তেওঁলোকৰ বিয়াৰ খবৰটো বহু দিনলৈকে গোপনেই ৰাখিছিল৷৷

আমিৰে যেতিয়া কয়ামত চে কয়ামত তকৰ শ্বুটিং কৰি আছিল তেতিয়াই তেওঁ ৰীণাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল৷ এই ছবি মুক্তিৰ এবছৰ পূৰ্বে দুয়োৰে মাজত প্ৰেমৰ আৰম্ভণি হৈছিল৷ দুই পৰিয়ালৰ মতপাৰ্থক্য থকাৰ বাবে তেওঁলোকে এই বিবাহ মানি নল’ব বুলি গোপনে বিবাহৰ সিদ্ধান্ত লয়৷ তাৰপাছতেই আইনি প্ৰক্ৰিয়াৰে দুয়োৱে বিয়া কৰায়৷ বিয়াৰ পাছত দুজনেই নিজৰ নিজৰ ঘৰতেই সময় কটাইছিল৷

এনেকৈ থাকোতে ৰীণাৰ ভনীয়েকে ৰীণাৰ ওপৰত সন্দেহ কৰি সমগ্ৰ বিষয়টো পিতৃক জনাইছিল৷ এই কথা শুনামাত্ৰকেই পিতৃ হঠাৎ অসুস্থ হৈ পৰে৷ তাৰপাছতেই হাস্পতালত ভৰ্তিও হয়৷ কিন্তু পাছলৈ তেওঁৰ মন আমিৰৰ ব্যৱহাৰে জয় কৰিবলৈ সক্ষম হৈছিল৷ আনকি ৰীণা আৰু আমিৰে বিচ্ছেদৰ সিদ্ধান্ত গ্ৰহণ কৰাটোতো মনত দুখ পাইছিল ৰীণাৰ পিতৃয়ে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24Best News Portal in AssamBollywood
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

৯ আগষ্টত ৪ ৰাশিৰ জাতক-জাতিকাৰ ঘূৰিব ভাগ্যৰ চকৰি!

August 9, 2026 - Updated on August 10, 2026
গা ধুলে প্ৰস্ৰাৱ কৰে নেকি? তেন্তে পৰিব পাৰে ভয়ংকৰ বিপদত!
জীৱনশৈলী

সঘনাই শৌচ কৰাৰ অনুভৱ? এয়া কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 2, 2026
দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি
জীৱনশৈলী

দীৰ্ঘদিনীয়া সম্পত্তিৰ সমস্যা আজি হ’ব পাৰে নিষ্পত্তি

July 1, 2026
পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?
Uncategorized

পৰকীয়া প্ৰেমক আইনত কি বোলে? স্বামীয়ে বিশ্বাসঘাতকতা কৰিলে আইন অনুসৰি কিমান ভৰণপোষণ দাবী কৰিব পাৰে পত্নীয়ে?

May 28, 2026
Next Post
ধোনী অনিশ্চিত, ২০২৫ৰ মেগা নিলামত কোন প্লেয়াৰক ধৰি ৰাখিব চেন্নাই চুপাৰ কিংছে?

ধোনী অনিশ্চিত, ২০২৫ৰ মেগা নিলামত কোন প্লেয়াৰক ধৰি ৰাখিব চেন্নাই চুপাৰ কিংছে?

লেবাননত ৰক্তক্ষয়ী আক্ৰমণত নিহত ৮ইজৰাইলী সেনা, পশ্চিম এছিয়াত জটিল পৰিস্থিতি

লেবাননত ৰক্তক্ষয়ী আক্ৰমণত নিহত ৮ইজৰাইলী সেনা, পশ্চিম এছিয়াত জটিল পৰিস্থিতি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.