• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

5 months ago
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

17 minutes ago
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

56 minutes ago
১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

১০০০ টকা পৰ্যন্ত হ’ব পাৰে প্ৰতি লিটাৰ পেট্ৰ’লৰ দাম

1 hour ago
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

1 hour ago
নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

নাবালিকাক শাৰীৰিক নি*ৰ্যাতন, জ্ব*লিছে বিহাৰ

2 hours ago
নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

নিবনুৱাসকলৰ বাবে গুৰুত্বপূৰ্ণ খবৰ

3 hours ago
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

4 hours ago
চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

চামগুৰিত প্ৰাক্ নিৰ্বাচনী হিং*সা, গৌৰৱ গগৈৰ বাহনলৈ শিলগুটি নিক্ষেপ কাৰ?

5 hours ago
খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

খুচুৰা দিব নোৱাৰৰ বাবেই অটোৱালাক হ*ত্যা!

6 hours ago
PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

PGৰ ভিতৰত দেহ ব্যৱসায়! আৰক্ষীৰ জোৰদাৰ অভিযান

6 hours ago
সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

সোৱণশিৰিত পূজা দিবলৈ গৈ অঘটন, সন্ধানহীন দুই ভাতৃ

7 hours ago
Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে

editor by editor
April 20, 2026
in জীৱনশৈলী, বিনোদন, বিবিধ
0
১৮ বছৰীয়া বৈবাহিক জীৱনত আজিও সুখী দুয়ো, সুখী বৈবাহিক জীৱনৰ ৰহস্য প্ৰকাশ কৰিলে অভিষেক বচ্চনে
0
SHARES
342
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ঐশ্বৰ্য ৰায় আৰু অভিষেক বচ্চনৰ বিবাহৰ ১৮ বছৰ সম্পূৰ্ণ হৈছে৷ বিগত কেইবছৰমানৰ পৰা তেওঁলোকৰ সম্পৰ্ক আৰু ব্যক্তিগত জীৱনত বিচ্ছেদ অহা বুলি বহুজনে চৰ্চাও কৰি আহিছে৷ ৰাষ্ট্ৰীয় কিছু কিছু সংবাদমাধ্যমেও তেওঁলোকৰ দূৰত্ব অহা বুলি বাতৰি প্ৰচাৰ কৰিছে৷ বিবাহ বিচ্ছেদৰ উৰাবাতৰি কেইবাবাৰো শুনা গৈছে। কিন্তু তাৰকা দম্পতীয়ে কেতিয়াও এই বিষয়ে কোনো কথা মুকলিকৈ প্ৰকাশ কৰা নাই৷। অৱশেষত এইবাৰ অভিষেক বচ্চনে নিজেই জনাইছে তেওঁলোকৰ বিবাহৰ গোপন কিছু কথা৷

শেহতীয়াকৈ এক সাক্ষাৎকাৰত অভিষেকে নিজৰ ব্যক্তিগত জীৱন, পত্নীৰ সৈতে সম্পৰ্ক আৰু কন্যাক ডাঙৰ-দীঘল কৰাৰ বিষয়ে মুকলিকৈ আলোচনা কৰে। বিবাহৰ পিছৰে পৰা তেওঁলোকে বিবাহিত জীৱনত বিভিন্ন ধৰণৰ ট্ৰলিঙৰ সন্মুখীন হ’বলগীয়া হৈছে। এই প্ৰসংগত অভিষেকে কয়, ‘কোন বেছি সফল হ’ব সেই বিষয়ে বহু কথাই চৰ্চা হৈছে। কিন্তু মা-দেউতাৰ বিয়া হোৱাৰ সময়তো মা দেউতাতকৈ ডাঙৰ তাৰকা আছিল। গতিকে, আমাৰ বাবে এইয়া অস্বাভাৱিক নহয়।’

অভিষেকে কেৰিয়াৰৰ আৰম্ভণিৰ পৰাই ঐশ্বৰ্যক লগ পাইছিল। ঐশ্বৰ্যৰ সৈতে তেওঁৰ দ্বিতীয়খন ছবি ‘ধাই অক্ষৰ প্ৰেম কি’তো কাম কৰিছিল। অভিষেকে কয়, ‘তেতিয়া আমাৰ কোনো সম্পৰ্ক নাছিল, আমি মাত্ৰ ভাল বন্ধু আছিলোঁ’। অভিষেকৰ মতে তেওঁলোকৰ সম্পৰ্কৰ মূল ভিত্তি হৈছে অংশীদাৰিত্ব। আৰু তাৰ বাবেই তেওঁলোকৰ সংসাৰে সুখেৰে ১৮ বছৰ অতিক্ৰম কৰিলে৷ 

অভিষেকে কৈছে, “মই বাহিৰত কাম কৰিম আৰু তুমি ঘৰৰ যত্ন ল’বা বুলি কোনো কথা নাই আমাৰ মাজত।” তেওঁৰ মতে যেতিয়া ‘ইগো’  সম্পৰ্কৰ মাজলৈ আহে তেতিয়া এটা সম্পৰ্ক নষ্ট হৈ যায়। অভিষেকে কয় যে ঐশ্বৰ্যেও সম্পৰ্কত একে ধৰণে চিন্তা কৰে। অভিষেকে ধেমালিতে ক’লে, ‘মোৰ পত্নীয়ে নিজৰ যত্ন ল’ব পাৰে। বেলেগে তেওঁৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন নাই৷’

অভিষেকে অভিভাৱকত্বৰ বিষয়েও মুকলিকৈ আলোচনা কৰিছে৷ তেওঁৰ মতে পিতৃসকল ভাল শিক্ষক নহয়। কাৰণ, বহু সময়ত তেওঁলোকৰ আৱেগ বাধা হৈ পৰে। ইয়াৰ বিপৰীতে মাতৃসকল বহুত বেছি সংবেদনশীল। অৱশ্যে ঘৰত তেওঁ আৰু ঐশ্বৰ্য দুয়োজনে নিজৰ কন্যা আৰাধ্যাৰ সন্মুখত সঠিক আদৰ্শ দাঙি ধৰিবলৈ চেষ্টা কৰে। অভিষেকে কয় যে বচ্চন পৰিয়ালত কোন ‘পুৰুষ’ আৰু কোন ‘মহিলা’ ​​তাৰ কোনো তুলনা নাই। তেওঁলোকৰ পৰিয়ালত সকলো সমান৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া
বিবিধ

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

September 21, 2026
পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু
জীৱনশৈলী

পিতৃ পক্ষৰ আগতে ঘৰৰ পৰা আঁতৰাওক এই ৫ বিধ বস্তু

September 21, 2026
CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?
বিনোদন

CSKৰ মুখ্য প্ৰশিক্ষকৰ দায়িত্ব কিয় দিয়া হ’ল জাহিৰ খানক?

September 21, 2026
Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?
ভাৰত

Indian Railways: ১ ​​নৱেম্বৰৰ পৰা সম্পূৰ্ণ বিনামূলীয়া ৰে’ল যাত্ৰা! কোনে কোনে পাব এই সুবিধা?

September 21, 2026
Next Post
প্ৰেম জীৱনত এবাৰেই হয়…, সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

প্ৰেম জীৱনত এবাৰেই হয়..., সঁচা প্ৰেম সঁচাকৈয়ে জীৱনত এবাৰেই আহে নেকি?

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

কুম্ভ ৰাশিত ৰাহু ট্ৰেনজিট! এই সময় ৩ৰাশিৰ বাবে ভাল সময়, ভাল খবৰ লাভ কৰিব কোন কোন ৰাশিয়ে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.