• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্লাষ্টিকৰ গ্লাছত দৈনিক চাহ খাই? সাৱধান কৰ্কটকে ধৰি এইকেইটা ৰোগ হ’ব পাৰে আপোনাৰ…

প্লাষ্টিকৰ গ্লাছত দৈনিক চাহ খাই? সাৱধান কৰ্কটকে ধৰি এইকেইটা ৰোগ হ’ব পাৰে আপোনাৰ…

3 years ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

10 minutes ago
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

2 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

3 hours ago
EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

EPFO 3.0 ৰ ডাঙৰ পৰিকল্পনা! গিগ কৰ্মী আৰু প্ৰাইভেড কৰ্মচাৰীয়ে পাব পাৰে নতুন পেঞ্চন

3 hours ago
ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

ফিফা বিশ্বকাপৰ ফাইনেলত খ্যাতনামা শিল্পীৰ ভিৰ

5 hours ago
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

6 hours ago
Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

Face Wash পৰ্যাপ্ত নহয়, ঘৰত সহজতে পোৱা এই ৫বিধ বস্তুৰে স্ক্ৰাব কৰক আৰু পাওক উজ্জ্বল মুখমণ্ডল

6 hours ago
2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

2,000 টকাতকৈ অধিক UPI পেমেণ্টত এতিয়াৰে পৰা লাগিব নেকি অতিৰিক্ত চাৰ্জ?

7 hours ago
‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

‘মোদীৰ বাবেই ৰাছিয়াৰ পাৰমাণৱিক আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল ইউক্ৰেইন’

8 hours ago
ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

ৰোমাণ্টিক কেয়াৰ নে TOXIC LOVE? LOVE BOMBINGৰ স্বীকাৰ হৈছে নেকি?

8 hours ago
সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

সঁচাকৈ ছোনম ৱাংচুকৰ জীৱনৰ ওপৰত নিৰ্মাণ কৰা হৈছিল নেকি ‘3 Idiots’?

9 hours ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home Uncategorized

প্লাষ্টিকৰ গ্লাছত দৈনিক চাহ খাই? সাৱধান কৰ্কটকে ধৰি এইকেইটা ৰোগ হ’ব পাৰে আপোনাৰ…

editor by editor
March 11, 2023
in Uncategorized, জীৱনশৈলী, ভাৰত, স্বাস্থ্য
0
প্লাষ্টিকৰ গ্লাছত দৈনিক চাহ খাই? সাৱধান কৰ্কটকে ধৰি এইকেইটা ৰোগ হ’ব পাৰে আপোনাৰ…
0
SHARES
306
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ চাহৰ দোকানসমূহত আজিকালি কাঁচৰ গ্লাছৰ সলনি প্লাষ্টিকৰ কাপ ব্যৱহাৰ কৰা হয়৷ কাঁচৰ কাৰ ধোৱাৰ অসুবিধাৰ বাবে প্ৰায়সমূহ চাহ দোকানীয়ে বৰ্তমান প্লাষ্টিকৰ কাঁপেই ব্যৱহাৰ কৰে৷ এই প্লাষ্টিকৰ গ্লাছ শৰীৰৰ বাবে অতি ক্ষতিকাৰক৷ গৱেষণাত প্ৰকাশ পোৱা অনুসৰি হাইড্ৰফোবিক ফ্লিম নামৰ একধৰণৰ মাইক্ৰপ্লাষ্টিক কাগজৰ কাঁপত থাকে৷ কাগজৰ গ্লাছত গৰম চাহ দিয়াৰ লগে লগে খুব কম সময়ৰ ভিতৰতে কেইবাহাজাৰ মাইক্ৰপ্লাষ্টিক চাহৰ সৈতে মিহলি হৈ পৰে৷ কাগজৰ গ্লাছত চাহ খালে একাধিক ৰোগে শৰীৰত বাহৰ পাতে৷

কৰ্কটত আক্ৰান্ত হোৱাৰ আশংকা বাঢ়ে
প্লাষ্টিকৰ গ্লাছত চাহ খালে শৰীৰত কৰ্কট হোৱাৰ আশংকা বাঢ়ে৷ আমেৰিকান ইণ্টাৰনেশ্যনেল স্কুল অৱ মেডিচিনত প্ৰকাশিত এক প্ৰতিবেদনত উল্লেখ থকা অনুসৰি ভাৰতত প্লাষ্টিকৰ ব্যৱহাৰ বহু বেছি৷ খাদ্য সামগ্ৰী বান্ধি ৰখাৰ পৰা খাদ্য খোৱা পাত্ৰলৈকে সকলোবোৰতেই প্লাষ্টিক ব্যৱহাৰ কৰা হয়৷ সম্প্ৰতি এটা আন্তৰ্জাতিক সমীক্ষাত প্ৰকাশ পোৱা অনুযায়ী বিশ্ব কৰ্কটৰ পৰিসংখ্যাত চীন আৰু আমেৰিকা সবাতোকৈ ওপৰত৷ তৃতীয় স্থানতেই আছে ভাৰতবৰ্ষ৷ প্ৰতি বছৰেই ভাৰতত কৰ্কট আক্ৰান্তৰ সংখ্যা ৪.৫ ৰ পৰা ৫ শতাংশলৈ বৃদ্ধি পাইছে৷

কৰ্কটৰ সৈতে প্লাষ্টিকৰ কি সম্পৰ্ক?
গৱেষণাত প্ৰকাশ পোৱা অনুযায়ী কৰ্কটৰ অন্যতম কাৰক হৈছে প্লাষ্টিকৰ ব্যৱহাৰ৷ বিশেষকৈ কোনো অনুষ্ঠান বা ফুটপাথৰ খাদ্যৰ দোকানসমূহত প্লাষ্টিক বহুপৰিমানে ব্যৱহাৰ কৰা হয়৷ পানীৰ বটলো প্লাষ্টিকেই ব্যৱহাৰ কৰে ভাৰতীয় লোকে৷ নামী-দামী ৰেষ্টুৰেণ্ট বা কফি শ্বপসমূহতো বেছিভাগতে প্লাষ্টিকৰেই ড্ৰিংক পট ব্যৱহাৰ কৰা হয়৷ প্লাষ্টিকৰ কাপত চাহ খালে মুখ আৰু লিভাৰৰ কৰ্কটৰ আশংকা বাঢ়ে৷ প্লাষ্টিকৰ কাপত টাক্সিক পদাৰ্থ, বিছফেনল আছে যি কৰ্কটৰ অন্যতম কাৰক৷ মহিলাসকলৰ ইষ্ট্ৰোজেন হৰমনৰ কাৰ্যকাৰিতাও কমাই এই উপাদানে৷ আনহাতে পুৰুষৰ শুক্ৰাণু কমাই দিয়াৰ ক্ষমতা এই বিছফেনলৰ আছে৷

ভয়াৱহ সকলোবোৰ ৰোগৰেই কাৰক প্লাষ্টিক
মাটিৰ পাত্ৰ বা কাঁচৰ পাত্ৰতকৈ প্লাষ্টিকৰ কাপৰ দাম যথেষ্ট কম৷ প্লাষ্টিকৰ কাপ নিৰ্মাণ কৰা সকলো উপাদানেই শৰীৰৰ বাবে ক্ষতিকৰ। শ্বাসঃপ্ৰশ্বাস জনিত ৰোগৰ লগতে অটিজম, স্তনৰ কৰ্কটৰ দৰে ৰোগ হ’ব পাৰে প্লাষ্টিকৰ পৰাই৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24Best Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, তুলা ৰাশিকে ধৰি এই ৫ টা ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিকে ধৰি ৫ ৰাশিৰ হ’ব লাভ!

July 17, 2026
চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!
বিশ্ব

চীনত বাঢ়িছে বান্দৰৰ চাহিদা, মূল্য জানি চকু কপালত উঠিব আপোনাৰ!

July 17, 2026
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

July 17, 2026
ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়
জীৱনশৈলী

ৰাতি কাপোৰ ধোৱে নেকি? জানক বাস্তু বিশেষজ্ঞই কি কয়

July 17, 2026
Next Post
অসম আৰক্ষীৰ এনকাউণ্টাৰ ভুল আছিল ফ’ৰেন্সিক পৰীক্ষাত মৃতদেহ ডিম্বেশ্বৰ মুছাহাৰীৰ বুলি চিনাক্ত

অসম আৰক্ষীৰ এনকাউণ্টাৰ ভুল আছিল ফ’ৰেন্সিক পৰীক্ষাত মৃতদেহ ডিম্বেশ্বৰ মুছাহাৰীৰ বুলি চিনাক্ত

নলবাৰীৰ ভগা বিয়াৰ দৰাৰ মন্তব্য, ‘এটোপালো মদ খোৱা নাছিলো, মোৰ Anxiety হে হৈছিল’

নলবাৰীৰ ভগা বিয়াৰ দৰাৰ মন্তব্য, ‘এটোপালো মদ খোৱা নাছিলো, মোৰ Anxiety হে হৈছিল’

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.