• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আদানীৰ নামত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰ

আদানীৰ নামত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰ

5 years ago
ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!

ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!

36 seconds ago
বিপদঘণ্টা বাজিছে গৌতম গম্ভীৰৰ!

বিপদঘণ্টা বাজিছে গৌতম গম্ভীৰৰ!

42 minutes ago
তিতা কেৰেলাই ভয়ংকৰ বিপদ মাতিব পাৰে আপোনাৰ

তিতা কেৰেলাই ভয়ংকৰ বিপদ মাতিব পাৰে আপোনাৰ

2 hours ago
মুখৰ পৰা দুৰ্গন্ধ ওলায় নেকি? এইকেইটা সহজ উপায়েৰে দূৰ কৰক মুখৰ দুৰ্গন্ধৰ সমস্যা

মুখৰ পৰা দুৰ্গন্ধ ওলায় নেকি? এইকেইটা সহজ উপায়েৰে দূৰ কৰক মুখৰ দুৰ্গন্ধৰ সমস্যা

2 hours ago
বিচ্ছেদ হ’লেই জৰ্জিয়ানাই লাভ কৰিব কোটি কোটি টকাসহ সম্পত্তিৰ পাহাৰ

বিচ্ছেদ হ’লেই জৰ্জিয়ানাই লাভ কৰিব কোটি কোটি টকাসহ সম্পত্তিৰ পাহাৰ

3 hours ago
অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ

অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ

3 hours ago
ফটো বা মূৰ্তিত দেখাতকৈও ধুনীয়া নেকি ভগৱান শিৱৰ প্ৰকৃত ৰূপ?

ফটো বা মূৰ্তিত দেখাতকৈও ধুনীয়া নেকি ভগৱান শিৱৰ প্ৰকৃত ৰূপ?

4 hours ago
‘পকেটমাৰৰ দৰে কাপোৰ পিন্ধে…’ বলীউডৰ কোন অভিনেত্ৰীক এইদৰে ক’লে কংগনা ৰানাৱটে?

‘পকেটমাৰৰ দৰে কাপোৰ পিন্ধে…’ বলীউডৰ কোন অভিনেত্ৰীক এইদৰে ক’লে কংগনা ৰানাৱটে?

5 hours ago
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ সমষ্টিতে অসমৰ জোঁৱাইৰ সমুখত বিজেপিৰ মুখ-ঠেকেচা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ সমষ্টিতে অসমৰ জোঁৱাইৰ সমুখত বিজেপিৰ মুখ-ঠেকেচা

5 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ!

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ!

7 hours ago
কল খাই ভাল পায় নেকি? প্ৰতিদিনে এটা কলে আনিব পাৰে শৰীৰত আচৰিত পৰিৱৰ্তন

কল খাই ভাল পায় নেকি? প্ৰতিদিনে এটা কলে আনিব পাৰে শৰীৰত আচৰিত পৰিৱৰ্তন

7 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

কাইলৈ কেনে যাব আপোনাৰ দিনটো? পঢ়ক ১২টা ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যদ্বাণী

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

আদানীৰ নামত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰ

editor by editor
August 18, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী, ভাৰত
0
আদানীৰ নামত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰ
0
SHARES
179
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰ সম্প্ৰতি আদানীৰ নামত। বিজেপি চৰকাৰৰ আশিসধন্য বহিৰাগত বণিয়া গোষ্ঠীয়ে ঘৰতেই ভগনীয়া কৰিলে লোকপ্ৰিয় গোপীনাথ বৰদলৈক। বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তর্জাতিক বিমানবন্দৰৰ নতুন নাম হ’ল ‘আদানী গুৱাহাটী আন্তর্জাতিক বিমানবন্দৰ’। ইতিমধ্যে আদানী গুৱাহাটী আন্তর্জাতিক বিমানবন্দৰৰ নামত নিবিদা আহ্বানৰ বিজ্ঞাপনো প্ৰকাশ পালে। non-aeronautical servicesৰ বাবে ই-টেণ্ডাৰ প্ৰক্ৰিয়াত ভাগ ল’বলৈ ইচ্ছুক পক্ষক আহ্বান জনোৱা হৈছে এই নিবিদাৰ জৰিয়তে। ৯ অক্টোবৰৰ পৰা আদানীৰ অধীনত বিমান উৰিব। ৯ আগষ্টত আৰম্ভ হোৱা নিৰীক্ষণপর্বৰ অন্তত ৯ অক্টোবৰৰ পৰা সম্পূর্ণৰূপে আদানী গ্ৰুপৰ অধীনত বৰঝাৰ বিমানবন্দৰৰ বাণিজ্যক কাম-কাজ চলোৱাৰ সিদ্ধান্ত লোৱা হৈছে। পূর্বৰে পৰা কংগ্ৰেছ, অসম জাতীয় পৰিষদ আদিয়ে বৰঝাৰ বিমানবন্দৰক ব্যক্তিগত খণ্ডলৈ হস্তান্তৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে যদিও ওজৰ-আপত্তি নৰজিল চৰকাৰৰ ওচৰত। এই সিদ্ধান্তত খর্গহস্ত বিভিন্ন পক্ষ। বৰ্তমানেও আদানীৰ নামত গুৱাহাটীৰ বিমানবন্দৰক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিভিন্ন মহলে। সংবাদমেলযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে। ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাইয়ো তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে এই কাৰ্যৰ বিৰুদ্ধে। কিন্তু মুখ্যমন্ত্ৰীৰ মতে পূর্বৰ নামেই বাহাল থাকিব বিমানবন্দৰৰ। নাম সলনিৰ সম্ভাৱনাক নস্যাৎ কৰিছে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতায়ো। ইয়াৰ বিপৰীতে, ইতিমধ্যে কাগজে-কলমে আদানী গ্ৰুপে নাম সলনি কৰিছেই। নিবিদা আহ্বান জনাইছে আদানী গ্ৰুপৰ নামত। তাৰ পাছতো হিমন্ত বিশ্ব শর্মা আৰু ভৱেশ কলিতাই ভাষ্যই আচম্বিত কৰিছে ৰাইজক। দৰাচলতে এই সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে জাপি দিছে ওপৰৰ পৰা। এই ক্ষেত্ৰত airport authority of indiaৰ বিভাগীয় সংবিধান উলংঘাৰ উপৰি এই সংক্ৰান্তীয় আইনো উলংঘা কৰা হৈছে। বিমানবন্দৰৰ যিকোনো ধৰণৰ সিদ্ধান্তৰ বাবে airport authorityএ প্ৰিন্সিপাল প্ৰপ’জেল কেন্দ্ৰলৈ পঠোৱাটো নিয়ম। কিন্তু বৰঝাৰ বিমানবন্দৰৰ ক্ষেত্ৰত দেখা গ’ল ওলোটা নিয়ম। কেন্দ্ৰইহে সিদ্ধান্ত জাপি দিছে airport authorityৰ ওপৰত আনহাতে airport authorityৰ ৰুল মতে ৩০ বছৰলৈহে লিজত দিয়াৰ সিদ্ধান্ত হ’ব পাৰে। কিন্তু বৰঝাৰ বিমানবন্দৰ আদানীক দিয়া হ’ল ৫০ বছৰৰ বাবে। অন্যহাতে, এটা পার্টীক দুখন বিমানবন্দৰহে লীজত দিব পৰা যায়। আদানীক কিন্তু ৬ খনকৈ বিমানবন্দৰ লীজত দিয়া হ’ল। দৰাচলতে বিজেপি চৰকাৰৰ আশিস লৈ আদানীৰ লোলুপ দৃষ্টি বৰঝাৰ বিমানবন্দৰৰ বিস্তীর্ণ ভূমিদৰালৈ। যদি ব্যৱসায়িক কাম-কাজেই চলাবলগীয়া আছিল, সেই কামত মনোনিৱেশ কৰিলেই হ’লহেঁতেন। কিন্তু বিমানবন্দৰৰ কর্মচাৰীৰ আৱাসসমূহ খালী কৰাৰ তৎপৰতাৰ আঁৰৰ ৰহস্য কি? বিমানবন্দৰটোক ব্যক্তিগত খণ্ডলৈ হস্তান্তৰৰ বিৰোধিতাৰে পূর্বেই কেইগৰাকীমান বিশিষ্ট ব্যক্তিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বার্থজড়িত আবেদন দাখিল কৰিছে। এই সন্দর্ভত ন্যায়ালয়ৰ ৰায় কি হয়, সেয়া সময়ত স্পষ্ট হ’ব। কিন্তু এই গুৰুত্বপূর্ণ বিষয়টো সন্দৰ্ভত সততে তৎপৰ অধিকাংশ দল-সংগঠনেই নিমাত। ৰাইজৰো সচেতনতাৰ অভাৱ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: adani international airportasom live 24assam live 24axom live 24gopinath bordoloigopinath bordoloi international airport
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!
অসম

ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!

August 3, 2026
বিপদঘণ্টা বাজিছে গৌতম গম্ভীৰৰ!
বিনোদন

বিপদঘণ্টা বাজিছে গৌতম গম্ভীৰৰ!

August 3, 2026
অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ
উত্তৰ-পূব

অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ

August 3, 2026
ফটো বা মূৰ্তিত দেখাতকৈও ধুনীয়া নেকি ভগৱান শিৱৰ প্ৰকৃত ৰূপ?
জীৱনশৈলী

ফটো বা মূৰ্তিত দেখাতকৈও ধুনীয়া নেকি ভগৱান শিৱৰ প্ৰকৃত ৰূপ?

August 3, 2026
Next Post
‘বিশাল ভাৰতত BJPৰ স্থান নাই কিয়?’

‘বিশাল ভাৰতত BJPৰ স্থান নাই কিয়?’

ৰাজ্যত পুনৰ সৰৱ কিডনীৰ দালাল চক্ৰ

ৰাজ্যত পুনৰ সৰৱ কিডনীৰ দালাল চক্ৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.