• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আপোনাৰ আধাৰ কাৰ্ড এতিয়াও হোৱা নাই? এই প্ৰক্ৰিয়াৰেহে এতিয়া কৰিব লাগিব আবেদন

আপোনাৰ আধাৰ কাৰ্ড এতিয়াও হোৱা নাই? এই প্ৰক্ৰিয়াৰেহে এতিয়া কৰিব লাগিব আবেদন

3 years ago
ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

12 hours ago
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

13 hours ago
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

14 hours ago
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

14 hours ago
ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

ভাতৃ-ভগ্নীৰ মাজত প্ৰেমৰ সম্পৰ্কৰ কৰুণ পৰিণতি

14 hours ago
বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

বিজ্ঞানীসকলৰ বৃহৎ আৱিষ্কাৰ, সৌৰজগতৰ বাহিৰত আছে পৃথিৱীৰ দৰে গ্ৰহ!

15 hours ago
আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

আৰক্ষীৰ কি ভুলৰ বাবে জামিন পালে অমৃতপ্ৰভাই?

16 hours ago
জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

জিবুতিত ১৫ টি শিশুসহ ১০৯ গৰাকী লোকৰ মৃত্যু

16 hours ago
‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

‘অমিতাভ বচ্চন সহজে সম্পৰ্কত অহা প্ৰেমিক নাছিল’

17 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, এই ৫ ৰাশিৰ লোক হওক সাৱধান

17 hours ago
‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

‘অমৃতপ্ৰভাই কেনেকৈ জামিন পালে?’ হাজাৰটা প্ৰশ্ন বুকুত লৈ ‘জুবিনক্ষেত্ৰ’ত গৰিমা শইকীয়া গাৰ্গৰ প্ৰতিবাদ

18 hours ago
১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

১৭ বছৰে ভুৱা MBBS ডিগ্ৰীৰে চৰকাৰী চাকৰি!

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আপোনাৰ আধাৰ কাৰ্ড এতিয়াও হোৱা নাই? এই প্ৰক্ৰিয়াৰেহে এতিয়া কৰিব লাগিব আবেদন

editor by editor
December 26, 2023
in বিবিধ, ভাৰত
0
আপোনাৰ আধাৰ কাৰ্ড এতিয়াও হোৱা নাই? এই প্ৰক্ৰিয়াৰেহে এতিয়া কৰিব লাগিব আবেদন
0
SHARES
687
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আধাৰ নাগৰিক হোৱাৰ পৰিচয়পত্ৰ নহ’লেও এই নথি এতিয়া প্ৰত্যেকজন ব্যক্তিৰ অধিকাৰ। বিভিন্ন যোজনাৰ পৰা আৰম্ভ কৰি বেংক, এল পি জি সকলোতেই আধাৰ কাৰ্ডৰ প্ৰয়োজন। এই আধাৰ কাৰ্ডক লৈ এইবাৰ কঠোৰ হৈছে কেন্দ্ৰীয় চৰকাৰ। আধাৰ কাৰ্ডৰ বাবে নতুন ব্যৱস্থা আৰম্ভ কৰিছে কেন্দ্ৰই। ইয়াৰ বাবে নতুন আধাৰ কাৰ্ডৰ আৱেদনকাৰীসকলৰ ভেৰিফিকেছনৰ কাম কৰিব ৰাজ্য চৰকাৰে। প্ৰায় পাছপৰ্ট ভেৰিফিকেছনৰ দৰেই হ’ব এই ভেৰিফিকেছন। এছডিএম স্তৰৰ অফিচাৰৰ অনুমোদনৰ পাছতহে আধাৰ কাৰ্ড লাভ কৰিব আৱেদনকাৰীয়ে। এবাৰ আধাৰ কাৰ্ড তৈয়াৰ হোৱাৰ পাছত স্বাভাৱিক প্ৰক্ৰিয়াৰে আপুনি আপডেট কৰিব পাৰিব। যিসকলৰ পূৰ্বেই আধাৰ কাৰ্ড তৈয়াৰ হৈ আছে তেওঁলোকে এই কাম কৰাৰ প্ৰয়োজন নাই।

নতুন নিৰ্দেশনাত কি আছে?
নতুন নিৰ্দেশনা অনুসৰি চৰকাৰে আধাৰ আৱেদনৰ ভেৰিফিকেছনৰ বাবে জিলা স্তৰৰ অতিৰিক্ত জিলা মেজিষ্ট্ৰেট আৰু মহকুমা স্তপপ এছডিএমক দায়িত্ব দিব পাৰে। এই অধিকাৰীসকলৰ দ্বাৰা অনুমোদন লাভ কৰাৰ পাছত নতুন আধাৰ কাৰ্ড তৈয়াৰ হ’ব। নতুন আধাৰ কাৰ্ড লাভ কৰিবৰ বাবে পূৰ্বৰ দৰেই শাৰীৰিক ভেৰিফিকেশ্ব্যন কৰিব পাৰে। এইক্ষেত্ৰত আৱেদনকাৰীয়ে জিলাৰ মুল পোষ্ট অফিচ বা অন্য আধাৰ কেন্দ্ৰত হাজিৰ হ’ব লাগিব।

ৰাজ্য চৰকাৰৰ অনুমতি বাধ্যতামূলক

নতুন নিৰ্দেশনা অনুসৰি চৰকাৰে আধাৰ আবেদনৰ ভেৰিফিকেছনৰ বাবে জিলা স্তৰৰ অতিৰিক্ত জিলা মেজিষ্ট্ৰেট আৰু মহকুমা স্তৰৰ এছডিএমক মনোনীত কৰিব পাৰে। এই অধিকাৰীসকলৰ দ্বাৰা অনুমোদনৰ পাছত নতুন আধাৰ কাৰ্ড ইছ্যু কৰিব। নতুন আধাৰ কাৰ্ড ইছ্যু কৰাৰ বাবে শাৰীৰিক ভেৰিফিকেছনৰ প্ৰয়োজন হ’ব। এইক্ষেত্ৰত আৱেদনকাৰীয়ে জিলাৰ মুল পোষ্ট অফিচ বা অন্য আধাৰ কেন্দ্ৰত হাজিৰ হোৱাটো বাধ্যতামূলক।

আধাৰ কাৰ্ড তৈয়াৰৰ বাবে লাগিব পাৰে ১৮০ দিন
নতুন নিয়মৰ আওতাত এটা নতুন আধাৰ ইছ্যু কৰিবলৈ মুঠ ১৮০ দিন পৰ্যন্ত সময় লাগিব পাৰে। কাৰণ আধাৰৰ আবেদন কৰাৰ পাছত UIDAI ডাটাৰ গুণমান পৰীক্ষা কৰি তাৰপাছত পৰিসেৱা প্লাছ পৰ্টেলত আবেদন কৰিব। আবেদনকাৰীৰ জমা দিয়াৰ সমস্ত নথিৰ পুনৰীক্ষণ কৰা হ’ব। ইয়াৰ পাছতহে এছডিএম স্তৰৰ পৰা আধাৰ ইছ্যু কৰাৰ অনুমতি দিয়া হ’ব। যদি কাগজপত্ৰত কোনো ভুল পোৱা যায় তেন্তে এই আবেদন বাতিল কৰা হ’ব।

আবেদনকাৰী উপস্থিত থকাটো বাধ্যতামূলক

নিৰ্দেশ অনুসৰি আবেদনকাৰী শাৰীৰিকভাৱে ঘটনাস্থলীত উপস্থিত থকাটো বাধ্যতামূলক। ইয়াৰ বাবে অন্য ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলত বসবাসকাৰী আবেদনকাৰীসকলে নিজৰ এলেকাত গৈ এই ভেৰিফিকেছনত অংশ ল’ব লাগিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabaraxom live 24axom live 24 digitalbest news channel in assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?
জীৱনশৈলী

ফিটমেণ্ট ফেক্টৰ কমিলেও কেনেকৈ বাঢ়িব আপোনাৰ দৰমহা?

October 12, 2026
নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM
অপৰাধ

নাইটি পিন্ধা চোৰে লুটিলে SBIৰ ATM

October 12, 2026
দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ
অপৰাধ

দলবদ্ধ অপকৰ্মৰ ভুৱা কাহিনীৰে কন্যাক হ*ত্যাৰ অভিযোগ! গ্ৰেপ্তাৰ কন্যাৰ পিতৃ

October 12, 2026
৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!
জীৱনশৈলী

৫ ৰাশিৰ জীৱনলৈ আহিব সুখ-সমৃদ্ধি!

October 12, 2026
Next Post
মহানগৰীৰ ৰাজপথত বৰদিনৰ বাবেই যান-জঁট! অন্যফালে বৰদিনতো কিয় নিটাল-নিস্তব্ধ হৈ থাকিল যীশুৰ জন্মস্থান বেথলেহেম?

মহানগৰীৰ ৰাজপথত বৰদিনৰ বাবেই যান-জঁট! অন্যফালে বৰদিনতো কিয় নিটাল-নিস্তব্ধ হৈ থাকিল যীশুৰ জন্মস্থান বেথলেহেম?

বাৰে বাৰে মহাকাশলৈ যায়, কেইবাদিনো থাকি আকৌ উভতি আহে! কিয় যায়, কি লৈ পৃথিৱীলৈ উভতি আহে নাছাৰ এই যানখনে? ৰহস্যময় এক্স-৩৭ বি প্ৰকৃততে কি?

বাৰে বাৰে মহাকাশলৈ যায়, কেইবাদিনো থাকি আকৌ উভতি আহে! কিয় যায়, কি লৈ পৃথিৱীলৈ উভতি আহে নাছাৰ এই যানখনে? ৰহস্যময় এক্স-৩৭ বি প্ৰকৃততে কি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.