• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰশাসনে বন্ধ কৰিলে তিনিচুকীয়াৰ আদিত্য হাস্পতাল, আঁৰি দিয়া হ’ল CLOSED ফলক

প্ৰশাসনে বন্ধ কৰিলে তিনিচুকীয়াৰ আদিত্য হাস্পতাল, আঁৰি দিয়া হ’ল CLOSED ফলক

7 months ago
ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

33 minutes ago
উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

উজবেকিস্তানৰ পৰা যুৱতী সৰবৰাহ, পৰিচয় গোপনে ৰাখিবলৈ যুৱতীসকলৰ প্লাষ্টিক ছাৰ্জাৰী!

1 hour ago
বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

বান সাহায্য! ৭২টা বিশেষ বেংক একাউণ্টৰ ওপৰত শেন-দৃষ্টি চৰকাৰৰ

2 hours ago
পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

পাকিস্তান-তুৰ্কী-চৌদি আৰৱৰ নতুন চুক্তি! ভাৰতৰ বাবে এয়া ভয়ংকৰ ভাবুকি!

3 hours ago
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

3 hours ago

গুৱাহাটীত অপেনাৰ ৰোহিতৰ ছিক্সাৰৰ বৰষুণ, ৫টাকৈ মাইলষ্টোন স্পৰ্শ

15 hours ago
ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

16 hours ago
এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

এইবাৰ CJPৰ বিদ্যালয়ে বিদ্যালয়ে নতুন অভিযান, অভিজিৎ দীপকেৰ ঘোষণা

16 hours ago
কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

17 hours ago
এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

এইবাৰ চীনে মহাকাশত সফলতাৰে কৰিলে ধান খেতি

17 hours ago
এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

এইবাৰ ভোটাৰ তালিকাৰ পৰা বাদ পৰিল অভিনেতা প্ৰকাশ ৰাজৰ নাম!

18 hours ago
প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

প্ৰতিখন গাঁৱতে থাকিব GYM-ৱেলনেছ চেণ্টাৰ, লগতে আৰু কেইবাটাও ঘোষণা মুখ্যমন্ত্ৰীৰ?

18 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 12, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

প্ৰশাসনে বন্ধ কৰিলে তিনিচুকীয়াৰ আদিত্য হাস্পতাল, আঁৰি দিয়া হ’ল CLOSED ফলক

প্ৰশাসনে বন্ধ কৰিলে তিনিচুকীয়াৰ আদিত্য হাস্পতাল, আঁৰি দিয়া হ’ল CLOSED ফলক

editor by editor
January 10, 2026
in জীৱনশৈলী
0
প্ৰশাসনে বন্ধ কৰিলে তিনিচুকীয়াৰ আদিত্য হাস্পতাল, আঁৰি দিয়া হ’ল CLOSED ফলক
0
SHARES
379
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰশাসনে বন্ধ কৰিলে তিনিচুকীয়াৰ আদিত্য হাস্পতাল৷

আদিত্য হাস্পতালৰ বিৰুদ্ধে ভুল চিকিসাৰ অভিযোগ৷

ম্যাদ উকলিবলৈ কেইদিনমান বাকী থকা বেজী ব্যৱহাৰৰ অভিযোগ৷

সন্তান প্ৰসৱ কৰি সুস্থ প্ৰসূতিৰ হঠাৎ মৃত্যু৷

শুকুৰবাৰে মৃত্যু হৈছিল হেমামণি মৰাণৰ৷

সাংবাদিক প্ৰতাপ মৰাণৰ পত্নী হেমামণি বড়া মৰাণে এটি কন্যা সন্তান জন্ম দি মৃত্যুক আকোঁৱালি লৈছিল৷

প্ৰতাপ মৰাণৰ পত্নী হেমামণি মৰাণৰ মৃত্যুৰ পাছতেই সৃষ্টি হৈছিল হুলস্থুলৰ৷

দল-সংগঠনে মুখ্য়মন্ত্ৰীক দিছিল স্মাৰক পত্ৰ৷

পূৰ্বেও হাস্পতালখনৰ বিৰুদ্ধে উত্থাপন হৈ আহিছে বহু অভিযোগ৷

ৰোগীক লৈ গাফিলতি কৰাৰ বাবে তদন্তৰ ঘোষণা কৰিছিল প্ৰশাসনে৷

বহু বিতৰ্কিত আদিত্য হাস্পতাল অৱশেষত বন্ধ কৰিলে প্ৰশাসনে৷

শনিবাৰে নিশা ১ বজাত প্ৰশাসনে ছীল কৰে আদিত্য হাস্পতাল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?
প্ৰযুক্তি

ঘৰ নিৰ্মাণৰ বাবে কোনবিধ ইটা আটাইতকৈ ভাল?

August 12, 2026
আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?
জীৱনশৈলী

আজি মেষৰ পৰা মীনলৈ কোনটো ৰাশিত কেনে প্ৰভাৱ?

August 12, 2026
ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!
জীৱনশৈলী

ভয়ংকৰ! পাইলটে মদ্যপান কৰি উৰুৱাইছিল বিমান!

August 11, 2026
কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!
জীৱনশৈলী

কাইলৈ এই ৬ ৰাশিৰ উদয় হ’ব ভাগ্য!

August 11, 2026
Next Post
ভাৰতৰ প্ৰতিটো শিশু, প্ৰতিগৰাকী কন্যা, প্ৰতিজন যুৱকৰ বাবে আছিল এই সপোন… পুত্ৰৰ মৃত্যুৰ পাছতেই সম্পদৰ ৭৫ শতাংশ দান কৰিলে বেদান্ত গ্ৰুপৰ চেয়াৰমেনে

ভাৰতৰ প্ৰতিটো শিশু, প্ৰতিগৰাকী কন্যা, প্ৰতিজন যুৱকৰ বাবে আছিল এই সপোন... পুত্ৰৰ মৃত্যুৰ পাছতেই সম্পদৰ ৭৫ শতাংশ দান কৰিলে বেদান্ত গ্ৰুপৰ চেয়াৰমেনে

আজি নিশা পৃথিৱীৰ একেবাৰে কাষলৈ আহিব বৃহস্পতি, দেৱগুৰুৰ প্ৰভাৱত সৌভাগ্য লাভ কৰিব এই ৪ৰাশিয়ে

আজি নিশা পৃথিৱীৰ একেবাৰে কাষলৈ আহিব বৃহস্পতি, দেৱগুৰুৰ প্ৰভাৱত সৌভাগ্য লাভ কৰিব এই ৪ৰাশিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.