• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাজত মাত্ৰ ৩দিন পাছতেই আদিত্য মঙ্গল যোগ, ফেব্ৰুৱাৰীত সাফল্যৰ চূড়াত ৫ৰাশি

মাজত মাত্ৰ ৩দিন পাছতেই আদিত্য মঙ্গল যোগ, ফেব্ৰুৱাৰীত সাফল্যৰ চূড়াত ৫ৰাশি

2 years ago
মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

2 hours ago
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

3 hours ago
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

3 hours ago
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

4 hours ago
ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

5 hours ago
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

5 hours ago
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

5 hours ago
আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

আপোনাৰ শৰীৰত কমিছে টেষ্টোষ্টেৰণৰ মাত্ৰা, কেনেকৈ বুজিব? কি কৰিলে মুক্তি পাব?

6 hours ago
ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

ফাকুৱাৰ পূৰ্বেই ভৰিব ৪ৰাশিৰ পকেট, শুক্ৰৰ কৃপা কোন কোন ৰাশিৰ ওপৰত?

7 hours ago
পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

পোষ্ট অফিচত ১ লাখ টকা জমা কৰিলেই পাব ৪৪,৯৯৫ টকা সুদ, কিন্তু কেনেকৈ?

7 hours ago
শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

শনিৰ সৈতে সূৰ্যৰ যুঁটি, য’তেই হাত দিয়ে তাতেই লাভ, শনি-সূৰ্যৰ মিলনত সুফল লাভ কৰিব এই ৫ৰাশিয়ে

8 hours ago
ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

ফেব্ৰুৱাৰীৰ শেষ সপ্তাহত লক্ষ্মী নাৰায়ণ ৰাজযোগৰ চমক, সুদিন উভতিব ৫ৰাশিৰ জীৱনলৈ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, February 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

মাজত মাত্ৰ ৩দিন পাছতেই আদিত্য মঙ্গল যোগ, ফেব্ৰুৱাৰীত সাফল্যৰ চূড়াত ৫ৰাশি

editor by editor
February 2, 2024 - Updated on February 5, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত
0
মাজত মাত্ৰ ৩দিন পাছতেই আদিত্য মঙ্গল যোগ, ফেব্ৰুৱাৰীত সাফল্যৰ চূড়াত ৫ৰাশি
0
SHARES
43.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আৰম্ভ হ’ল ফেব্ৰুৱাৰী মাহ। এই মাহটো জ্যোতিষশাস্ত্ৰৰ দিশৰ পৰা অত্যন্ত উল্লেখযোগ্য। কাৰণ এই মাহত বহু গ্ৰহই স্থান পৰিবৰ্তন কৰিব। ইয়াৰোপৰি এই মাহত অস্ত যাব বুধ আৰু শনি গ্ৰহ। ফেব্ৰুৱাৰী মাহত স্থান সলনি কৰিবলগা গ্ৰহসমূহৰ ভিতৰত আছে সূৰ্য, বুধ, শুক্ৰ আৰু মঙ্গল। হিন্দু কেলেণ্ডাৰ অনুসৰি মাহৰ প্ৰথমদিনতেই মকৰ ৰাশিত গোচৰ কৰিছে বুধে। তাতেই পূৰ্বৰে পৰা অৱস্থান কৰি আছে সূৰ্যই। ইয়াৰ পাছতেই আগন্তুক ৫ফেব্ৰুৱাৰীত মকৰ ৰাশিত গোচৰ কৰিব মঙ্গলে। সূৰ্য আৰু মঙ্গলৰ মিলনত মকৰ ৰাশিত গঠিত হ’ব আদিত্য মঙ্গল যোগ। ১৩ফেব্ৰুৱাৰীত সূৰ্যই মকৰ এৰি কুম্ভ ৰাশিত গোচৰ কৰিব। অৰ্থাৎ ৫ৰ পৰা ১২ তাৰিখ পৰ্যন্ত মকৰ ৰাশিত থাকিব আদিত্য মঙ্গল যোগ। চাই লওক এই শুভ যোগৰ প্ৰভাৱত ভাগ্য খুলিব এইকেইটা ৰাশিৰ জাতকৰ।

সিংহ ৰাশি
সিংহ ৰাশিৰ জাতক প্ৰস্তুত হওক আৰু মাত্ৰ তিনি দিন পাছতেই আপোনাৰ জীৱনত বৃহৎ কিছু পৰিবৰ্তন আহিব? এই সময়ত স্বাস্থ্য ভালেই থাকিব। সংসাৰত সুখ আৰু সমৃদ্ধিয়ে বিৰাজ কৰিব। ৰৈ থকা ধন এই সময়ত উভতাই পাব। প্ৰেমত শুভ। জীৱনসংগীৰ পৰা প্ৰয়োজনীয় সাহায্য পাব সিংহ ৰাশিৰ জাতক। জীৱনত উন্নতি কৰাৰ প্ৰচুৰ সুযোগ লাভ কৰিব আপুনি।

কন্যা ৰাশি
আদিত্য মঙ্গল যোগৰ শুভ প্ৰভাৱত পেছাগত জীৱনত ডাঙৰ সাফল্য অৰ্জন কৰিব কন্যা ৰাশিৰ জাতকে। আপোনাৰ কামৰ পথত যিসমূহ বাধা আছে সেই সমূহ আঁতৰি যাব। কেৰিয়াৰত উন্নতি কৰাৰ এটাৰ পাছত আনটো সুযোগ পাব আপুনি। ছাত্ৰ-ছাত্ৰীসকলে প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফল লাভ কৰাৰ সুযোগ পাব। আপোনাৰ মনৰ ভয় আঁতৰি যাব, আত্মবিশ্বাস বৃদ্ধি পাব।

তুলা ৰাশি
আদিত্য মঙ্গল যোগৰ শুভ প্ৰভাৱত এই সময়ত জীৱনত ভাল সময় উপভোগ কৰিব পাৰিব তুলা ৰাশিৰ জাতকে। বন্ধুৰ সহায়ত সকলো বাধা অতিক্ৰম কৰিব পাৰিব আপুনি। দাম্পত্য জীৱনত মাধুৰ্য বাঢ়িব। নিজৰ লক্ষ্যৰ প্ৰতি মন স্থিৰ কৰি আগুৱাই যাব পাৰিব তুলা ৰাশিৰ জাতক। আপোনাৰ ব্যৱহাৰে সকলোকে মুগ্ধ কৰিব। প্ৰেমৰ সম্পৰ্ক আৰু মজবুত হ’ব তুলা ৰাশিৰ জাতকৰ।

মকৰ ৰাশি
মকৰ ৰাশিত গঠিত হ’ব আদিত্য মঙ্গল যোগ। এই যোগৰ শুভ প্ৰভাৱত জীৱনত কিছু পৰিবৰ্তন দেখা যাব মকৰ ৰাশিৰ জাতকে। এই সময়ত হঠাৎ বেছ কিছু ধন আপোনাৰ হাতলৈ আহিব পাৰে। খেলাধুলাৰ সৈতে যিসকল যুক্ত, তেওঁলোকে এই সময়ত সাফল্য পাব। পাৰিবাৰিক জীৱনত সুখ আৰু সমৃদ্ধি থাকিব। পুৰণা আঘাতৰ পৰা মুক্তি পাব।

মীন ৰাশি
আদিত্য মঙ্গল যোগৰ শুভ প্ৰভাৱত আগন্তুক ৫ফেব্ৰুৱাৰীৰ পৰা ১২ ফেব্ৰুৱাৰী পৰ্যন্ত কাম কৰিব মীন ৰাশিৰ জাতকৰ ওপৰত। এই সময়ত কৰ্মক্ষেত্ৰত ডাঙৰ কোনো উন্নতি হ’ব পাৰে আপোনাৰ। ৰাজনীতিৰ সৈতে যিসকল যুক্ত তেওঁলোকো লাভৱান হ’ব। উত্তৰাধিকাৰ সূত্ৰেও সম্পত্তি লাভ কৰিব পাৰে মীন ৰাশিৰ জাতকে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব
জীৱনশৈলী

মাৰ্চত কপাল ফুলিব ৫ৰাশিৰ, আয়ৰ নতুন নতুন ৰাস্তা খুলি যাব

February 21, 2026
শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ
জীৱনশৈলী

শনিৰ ৰাশিত ৰাহু-মঙ্গলৰ অশুভ যোগ, অশুভ যোগতেই ভাগ্য খুলিব ৪ৰাশিৰ জাতকৰ

February 21, 2026
হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ
জীৱনশৈলী

হোলিৰ পাছতেই তৈয়াৰ হৈছে নৱপঞ্চম ৰাজযোগ, ভাগ্য খুলিব ৩ৰাশিৰ

February 21, 2026
জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?
জীৱনশৈলী

জীৱনলৈ বেয়া সময় আহিবই, গীতাত থকা শ্ৰীকৃষ্ণৰ কি কি বাণীয়ে দিয়ে দুঃসময়ৰ পৰা উঠি অহাৰ শক্তি?

February 21, 2026
Next Post
৩২তেই সামৰিলে জীৱন নাট, হঠাৎ চিৰবিদায় মাগিলে বলীউড ডিভা পুনম পাণ্ডেই

৩২তেই সামৰিলে জীৱন নাট, হঠাৎ চিৰবিদায় মাগিলে বলীউড ডিভা পুনম পাণ্ডেই

দান কৰাটো অতি শুভ, কিন্তু কেতিয়া কি দান কৰিব লাগে, কিমান পৰিমানে কৰিব লাগে? শাস্ত্ৰই কি কয়?

দান কৰাটো অতি শুভ, কিন্তু কেতিয়া কি দান কৰিব লাগে, কিমান পৰিমানে কৰিব লাগে? শাস্ত্ৰই কি কয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.