• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
একেলগে একেটা দলৰ হৈ খেলপথাৰত খেলা দেখা পাব বিৰাট-বাবৰ, ৰোহিত-ৰিজৱানক

একেলগে একেটা দলৰ হৈ খেলপথাৰত খেলা দেখা পাব বিৰাট-বাবৰ, ৰোহিত-ৰিজৱানক

1 year ago
গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

4 hours ago
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

4 hours ago
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

5 hours ago
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

6 hours ago
IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

IPL 2026 ৰ সৈতে শেষ কলকাতা নাইট ৰাইডাৰ্ছৰ এই ৩ গৰাকী তাৰকাৰ কেৰিয়াৰ!

7 hours ago
১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব নতুন আয়কৰ আইন, কৰদাতাসকলৰ ওপৰত পৰিব প্ৰভাৱ!

7 hours ago
বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

বন্ধ নাক খুলিব আৰু চৰ্দিৰ পৰা পাব উপশম, আয়ুৰ্বেদে কেনেকৈ কৰিব সহায়?

8 hours ago
দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

দৰিদ্ৰতা অহাৰ পূৰ্বে পাব সংকেত, ভুলতো নকৰিব আওকাণ!

8 hours ago
অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

অত্যাধিক চুলি সৰা আৰু ছালৰ সমস্যা, ই কি ৰোগৰ ইংগিত?

9 hours ago
ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

ভাগ্যৰ উদয় হ’ব বহু ৰাশিৰ, মংগলে কৰিব বুধত প্ৰৱেশ!

9 hours ago
পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

পৰিৱৰ্তিত বতৰত AC ব্যৱহাৰ কৰাটো কিমান বিপদজনক?

9 hours ago
নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

নিৰ্বাচনৰ বতৰতে চোৰৰ তাণ্ডৱ, বিজেপি নেত্ৰী অংকিতা দত্তৰ বাসগৃহত চলালে চাফাই অভিযান

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

একেলগে একেটা দলৰ হৈ খেলপথাৰত খেলা দেখা পাব বিৰাট-বাবৰ, ৰোহিত-ৰিজৱানক

editor by editor
November 6, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
একেলগে একেটা দলৰ হৈ খেলপথাৰত খেলা দেখা পাব বিৰাট-বাবৰ, ৰোহিত-ৰিজৱানক
0
SHARES
846
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

একেলগে একেটা দলৰ হৈ খেলপথাৰত খেলা দেখা পাব বিৰাট-বাবৰ, ৰোহিত-ৰিজৱানক

চিৰ বৈৰী বুলি নাম থকা ভাৰতৰ ক্ৰিকেট দল আৰু পাকিস্তানৰ ক্ৰিকেট দলৰ খেলুৱৈক এইবাৰ দেখা যাব একেলগে একেখন খেলপথাৰত তাকো একেটা দলৰ হৈ । হয় বিশ্বাস কৰিবলৈ টান হলেও এয়া সত্য, এইবাৰ একেলগে একেটা দলৰ হৈ খেলা দেখা যাব বিৰাট কোহলী, বাবৰ আজম, ৰোহিত শৰ্মা আৰু মহম্মদ ৰিজৱানক।

কাৰণ প্ৰায় দুটা দশকৰ ব্যৱধানৰ অন্তত এছিয়া একাদশ আৰু আফ্ৰিকা একাদশৰ মাজত হোৱাইট বলৰ খেল অনুষ্ঠিত হ’বলগীয়া আফ্ৰিকান এছিয়া কাপ পুনৰ আৰম্ভ কৰাৰ পৰিকল্পনা কৰা হৈছে।

আফ্ৰিকান ক্ৰিকেট এছ’চিয়েশ্যনে বাৰ্ষিক সন্মিলনত প্ৰতিযোগিতাখন পুনৰ আৰম্ভ কৰাৰ বিষয়ে আলোচনা কৰে, য’ত ছয়জনীয়া অন্তৱৰ্তীকালীন সমিতিও গঠন কৰা হয়। এই সমিতিৰ উদ্দেশ্য হৈছে আফ্ৰিকান এছিয়া কাপক শক্তিশালী কৰা আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আফ্ৰিকান খেলুৱৈসকলৰ বাবে অধিক প্ৰতিযোগিতামূলক সুযোগ সৃষ্টি কৰা।

যদিহে এই প্ৰতিযোগিতাখন পুনৰ ঘটে তেন্তে ভাৰতীয় আৰু পাকিস্তানী খেলুৱৈক একেটা দলতে খেলা দেখা যাব। যিসকলে বৰ্তমান কেৱল আই চি চি প্ৰতিযোগিতাত ইজনে সিজনৰ বিৰুদ্ধে খেলে। এয়া দৰ্শকৰ বাবে এক বিশেষ ৰোমাঞ্চকৰ খেল হিচাপে পৰিগণিত হব। কাৰণ বিৰাট কোহলী, বাবৰ আজম, ৰোহিত শৰ্মা, মহম্মদ ৰিজৱানৰ দৰে খেলুৱৈ থাকিব এই দলত।

এচিএৰ অন্তৱৰ্তীকালীন সভাপতি তথা জিম্বাবুৱে ক্ৰিকেটৰ অধ্যক্ষ টাভেংগা মুখলানীয়ে কয় যে আফ্ৰিকান এছিয়া কাপ কেৱল ক্ৰীড়াৰ বাবেই নহয় অৰ্থনৈতিক দৃষ্টিকোণৰ পৰাও গুৰুত্বপূৰ্ণ। দুয়োখন মহাদেশৰ দৰ্শক আৰু খেলুৱৈসকলৰ মাজতো এই খেলক লৈ উৎসাহ দেখা পোৱা গৈছে। যদিও এছিয়ান ক্ৰিকেট কাউন্সিল (এচিচি)ৰ পৰা এতিয়াও এই ইভেণ্ট সন্দৰ্ভত কোনো আনুষ্ঠানিক সঁহাৰি পোৱা নাই, তথাপিও প্ৰতিযোগিতাখন পুনৰ আৰম্ভ কৰাৰ প্ৰবল সম্ভাৱনা আছে।

উল্লেখ্য যে, এই আফ্ৰিকান এছিয়া কাপ এতিয়ালৈকে মাত্ৰ দুবাৰহে খেলা হৈছে, ২০০৫ চনত দক্ষিণ আফ্ৰিকাত আৰু ২০০৭ চনত ভাৰতত। ২০০৫ চনৰ আফ্ৰিকান এছিয়া কাপত তিনিখন মেচৰ এদিনীয়া শৃংখলা অনুষ্ঠিত হৈছিল, য’ত বৰষুণৰ বাবে এখন খেল বাতিল কৰা হৈছিল আৰু বাকী মেচসমূহৰ পিছত শৃংখলা ১-১ ত অমীমাংসীত হৈ ৰৈছিল।

আনহাতে ২০০৭ চনৰ প্ৰতিযোগিতাখনত এছিয়া একাদশে তিনিওখন খেলতে জয়লাভ কৰিছিল। অন্তিমবাৰ ২০০৯ চনত কেনিয়াত এই প্ৰতিযোগিতাখনৰ পৰিকল্পনা কৰা হৈছিল যদিও ইয়াক আয়োজন কৰিব পৰা নগ’ল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Africa CricketcricketCricket teamCricket TournamentIndia AfricaIndian Cricket
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং
বিনোদন

গুপ্তাংগত চুবলৈ চেষ্টা! ভয়ংকৰ ঘটনাৰ বলি ৰণবীৰ সিং

March 27, 2026
হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প
বাণিজ্য

হাইঠা মাটিত পৰিল! মোদীৰ প্ৰশংসাত পঞ্চমুখ ট্ৰাম্প

March 27, 2026
IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?
বিনোদন

IPLৰ সম্পূৰ্ণ সময়সূচী, গুৱাহাটীত কোনদিনা কোনদিনা অনুষ্ঠিত হ’ব খেল?

March 27, 2026
বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক
জীৱনশৈলী

বেগে সলাব ভাগ্য! মানুহৰ জীৱনত বেগৰ ৰঙৰ আছে যথেষ্ট গভীৰ প্ৰভাৱ, জানক

March 27, 2026
Next Post
কাইলৈ দেৱী লক্ষ্মী আৰু ষঠী মাতাৰ একেলগে আগমণৰ দিন, দুটাকৈ বিৰল যোগৰ ফলত লাভৱান হ’ব ৩ ৰাশি

কাইলৈ দেৱী লক্ষ্মী আৰু ষঠী মাতাৰ একেলগে আগমণৰ দিন, দুটাকৈ বিৰল যোগৰ ফলত লাভৱান হ'ব ৩ ৰাশি

হোৱাটছ এপত আহি আছে বিশেষ সুবিধা, গুগলৰ দৰে কৰিব পাৰিব কাম, মিছা বতৰিৰ পৰা পাব সকাহ

হোৱাটছ এপত আহি আছে বিশেষ সুবিধা, গুগলৰ দৰে কৰিব পাৰিব কাম, মিছা বতৰিৰ পৰা পাব সকাহ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.