• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
প্ৰথমে ২৫ শতাংশ শুল্ক, এইবাৰ ৬টা ভাৰতীয় কোম্পানীৰ ওপৰত নিষেধাজ্ঞা ট্ৰাম্পৰ

প্ৰথমে ২৫ শতাংশ শুল্ক, এইবাৰ ৬টা ভাৰতীয় কোম্পানীৰ ওপৰত নিষেধাজ্ঞা ট্ৰাম্পৰ

1 year ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

30 minutes ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

1 hour ago
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

2 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমান পূজা কৰাৰ সময়ত নকৰিব ভুল, নহ’লে নাপাব পূজাৰ ফল!

2 hours ago
Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

Auto Rickshaw Facts: অটো ৰিক্সাত কিয় তিনিটা চকা থাকে? ৯৯% লোকে নাজানে এই কথা

3 hours ago
IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

IndiGo Fair Charge: ব্যয়বহুল হ’ব বিমানৰ ভাড়া, কিমান দূৰত্বত কিমান ধন ব্যয় কৰিব আপুনি?

3 hours ago
Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

Hotel Check In Time: হোটেলত চেক-ইনৰ সময় দুপৰীয়া ১২ বজা কিয় দিয়ে?

4 hours ago
বিজেপিৰ প্ৰাৰ্থী তালিকা ঘোষণা, কাৰ কাৰ স্বপ্ন ভংগ দিছপুৰ যোৱাৰ?

নগাঁও উপ-নিৰ্বাচনৰ ভোটগ্ৰহণ, কাৰ দখললৈ নগাঁও লোকসভা সমষ্টি?

5 hours ago
Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

Luckiest zodiac sign: আজিৰ দিনটোত কাৰ ভাগ্য জিলিকিব? লাভৰ সুযোগ পাব এই ৰাশিৰ জাতকে

6 hours ago
8th Pay Commission: ১৮ হাজাৰৰ মৌলিক দৰমহা হ’ব পাৰে ৬৮ হাজাৰ ক্লাবৰ অংশ! সম্পূৰ্ণ হিচাপ জানি লওক

পুনৰ ৰাজ্যত ভূমিকম্পৰ জোকাৰণি, আপোনাৰ অঞ্চলত অনুভূত হৈছেনে?

7 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

আজি কোন ৰাশিৰ ভাগ্যত ধন লাভ, কোনে পাব নতুন সুযোগ? জানক আজিৰ দিনটোৰ সম্পূৰ্ণ ৰাশিফল

7 hours ago
মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

মহিলাক হাৰাশাস্তি কৰি আছিল যুৱকে! ঘৰলৈ মাতি মহিলাই যুৱকৰ কাঢ়িলে প্ৰাণ

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

প্ৰথমে ২৫ শতাংশ শুল্ক, এইবাৰ ৬টা ভাৰতীয় কোম্পানীৰ ওপৰত নিষেধাজ্ঞা ট্ৰাম্পৰ

editor by editor
July 31, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
প্ৰথমে ২৫ শতাংশ শুল্ক, এইবাৰ ৬টা ভাৰতীয় কোম্পানীৰ ওপৰত নিষেধাজ্ঞা ট্ৰাম্পৰ
0
SHARES
686
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰথমে ২৫ শতাংশ শুল্ক, এইবাৰ ৬টা ভাৰতীয় কোম্পানীৰ ওপৰত নিষেধাজ্ঞা ট্ৰাম্পৰ

ভাৰতক সমুখেৰে বন্ধু ৰাষ্ট্ৰ আখ্যা দিয়া আমেৰিকাই পাছে পিছফালৰ পৰা আক্ৰমণ কৰিলে। ৰাছিয়াৰ সৈতে ভাল বন্ধুত্ব ৰখা বাবে কালি ভাৰতৰ ওপৰত ২৫ শতাংশ টেৰিফ তথা শুল্ক লগোৱাৰ পাছত এইবাৰ পুনৰ আন এক আঘাত। ভাৰতৰ ৬ টাকৈ কোম্পানীৰ ওপৰত নিষেধাজ্ঞা আৰোপ ট্ৰাম্প প্ৰশাসনৰ।

ইয়াৰ মূলতে তেল। এইবাৰ ইৰাণৰ সৈতে ভাৰতে পেট্ৰ’লিয়াম সামগ্ৰীৰ লেনদেনৰ বাবেই আমেৰিকাই এইদৰে এক্সন গ্ৰহণ কৰে আৰু ভাৰতৰ ৬ টাকৈ কোম্পানীৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে। আমেৰিকাৰ বৈদেশিক মন্ত্ৰালয়ে সদৰি কৰে এই বিষয়ে।

এই ৬ কোম্পানী হৈছে- কঞ্চন পলিমাৰ্চ (Kanchan Polymers), অলকেমিকেল ছলিউচনছ প্ৰাইভেট লিমিটেড (Alchemical Solutions), ৰমনিকলাল এছ গোচালিয়া এণ্ড কোম্পানী (ramniklal S Gosalia and Company), জুপিটাৰ ডাই কেম প্ৰাইভেট লিমিটেড (Jupiter Dye Chem), গ্ল’বেল ইণ্ডাষ্ট্ৰিয়েল কেমিকেলছ লিমিটেড (Global Industrial Chemicals), পাৰ্চিচটেন্ট পেট্ৰ’কেম (Persistent Petrochem).

আমেৰিকা প্ৰশাসনে কেৱল এই ৬ কোম্পানীৰ ওপৰতে নিষিদ্ধতা আৰোপ কৰা নাই, ইয়াৰ উপৰি অন্য ৬ টা মুঠ ১২ টা কোম্পানীৰ ওপৰতে নিষিদ্ধ আৰোপ কৰিছে। এই কোম্পানী সমুহ ভাৰতৰ লগতে চীন, ইণ্ডোনেছিয়া, তুৰ্কী, আৰৱৰ কোম্পানীয়ো অন্তৰ্ভুক্ত।

আমেৰিকাৰ এই সিদ্ধান্তৰ পিছতে ভাৰতত হাহাকাৰ। ক্ষতিগ্ৰস্ত হ’ব ভাৰতৰ বস্ত্ৰ, ৰত্ন, অলংকাৰ, মোবাইল ফোন, যন্ত্ৰপাতি, ঔষধ, ৰাসায়নিক সামগ্ৰী, কৃষি সামগ্ৰী, জোতা আদি শিল্প উদ্যোগত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 25 tariffAmericaDonald TrumpIndian America relation
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?
অসম

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

October 6, 2026
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই
অসম

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

October 6, 2026
৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!
জীৱনশৈলী

৫৮ বছৰৰ পাছত দুৰ্গা পূজাত বিশেষ যোগ, ভাগ্য উদয় হ’ব আপোনাৰ!

October 6, 2026
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…
জীৱনশৈলী

হনুমান পূজা কৰাৰ সময়ত নকৰিব ভুল, নহ’লে নাপাব পূজাৰ ফল!

October 6, 2026
Next Post
হোষ্টেলৰ পৰা উভতি অহাৰ পাছতে কন্যাৰ সৈতে জঘন্য কাণ্ড পিতৃৰ, মাতৃয়ে ৰাখিলে লুকাই

হোষ্টেলৰ পৰা উভতি অহাৰ পাছতে কন্যাৰ সৈতে জঘন্য কাণ্ড পিতৃৰ, মাতৃয়ে ৰাখিলে লুকাই

২১ ছেপ্তেম্বৰত লাগিব বছৰটোৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ, সাৱধানে থাকিব ৪ ৰাশিৰ লোক

২১ ছেপ্তেম্বৰত লাগিব বছৰটোৰ দ্বিতীয়টো সূৰ্যগ্ৰহণ, সাৱধানে থাকিব ৪ ৰাশিৰ লোক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.