• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ওড়িশাত মিছাইল ‘অগ্নি-প্ৰাইম’ৰ সফল পৰীক্ষণ

ওড়িশাত মিছাইল ‘অগ্নি-প্ৰাইম’ৰ সফল পৰীক্ষণ

5 years ago
জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

জ্যেষ্ঠ নাগৰিকৰ বাবে ভাল খবৰ! FD ত পাব ৮.১০% লৈ সুত

2 minutes ago
২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

২৩ জুনৰ পৰা বিপদে আগুৰি ধৰিব এই ৪ ৰাশিক, শুক্ৰই দিব সকলোতে বাধা!

23 minutes ago
১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

১ জুলাইৰ পৰা সলনি হ’ব ৰে’লৱেৰ নিয়ম, নাজানিলে পৰিব বিপদত!

48 minutes ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

4 hours ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

5 hours ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

6 hours ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

7 hours ago
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

8 hours ago
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

8 hours ago
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

9 hours ago
কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

9 hours ago
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

ওড়িশাত মিছাইল ‘অগ্নি-প্ৰাইম’ৰ সফল পৰীক্ষণ

editor by editor
June 28, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী, প্ৰযুক্তি, ভাৰত
0
ওড়িশাত মিছাইল ‘অগ্নি-প্ৰাইম’ৰ সফল পৰীক্ষণ
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ ওড়িশাত মিছাইল ‘অগ্নি-প্ৰাইম’ৰ সফল পৰীক্ষণ। সোমবাৰে পুৱা ১০.৫৫ বজাত ওড়িশাৰ ড০ আব্দুল কালাম দ্বীপত সফল পৰীক্ষণ কৰা হয় অগ্নি ছিৰিজৰ নতুন মিছাইল ‘অগ্নি-প্ৰাইম’ৰ। শীঘ্ৰেই অগ্নি-প্ৰাইম ভাৰতীয় সেনাৰ ক্ষেপনাস্ত্ৰৰ তালিকাত অন্তৰ্ভুক্ত কৰা হ’ব। এই মিছাইলে ১০০০-২০০০ কিলোমিটাৰ পৰ্যন্ত লক্ষ্য কৰি ব্যৱহাৰ কৰিব পৰা যাব। পাৰমাণৱিক অস্ত্ৰৰ দৰেই ব্যৱহাৰ কৰিব পৰা যাব ক্ষেপনাস্ত্ৰ ‘অগ্নি-প্ৰাইম’। অগ্নি ছিৰিজৰ অন্য মিছাইলৰ তুলনাত ‘অগ্নি প্ৰাইম’ বহুত সৰু আৰু পাতল। উল্লেখ্য, drdoই শুকুৰবাৰে ওড়িশাৰ চন্দিপুৰৰ itrৰ পৰা ভাৰতীয় পিনাকা ৰকেটৰ এটি বৰ্দ্ধিত সংস্কৰণৰ সফল পৰীক্ষণ সম্পন্ন কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: agni primeasom live 24assam live 24axom live 24missile
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট
বিনোদন

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

June 20, 2026
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!
বিশ্ব

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

June 20, 2026
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক
বিজ্ঞান

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

June 20, 2026
কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা
বিনোদন

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

June 20, 2026
Next Post
কিম জং উনৰ ওজন কমিছে

কিম জং উনৰ ওজন কমিছে

শীঘ্ৰেই উপলব্ধ হ’ব কোভিড ভেকচিন ZyCoV-D

শীঘ্ৰেই উপলব্ধ হ’ব কোভিড ভেকচিন ZyCoV-D

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.