• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শিঙৰা বিক্ৰেতা হিচাপে কিং খানে কৰিছিল কেৰিয়াৰৰ আৰম্ভণি? কাহিনী জানি হ’ব আচৰিত

শিঙৰা বিক্ৰেতা হিচাপে কিং খানে কৰিছিল কেৰিয়াৰৰ আৰম্ভণি? কাহিনী জানি হ’ব আচৰিত

1 month ago
নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

18 minutes ago
মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

33 minutes ago
বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

1 hour ago
সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

3 hours ago
Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

Netflix: বিনামূল্যে Netflix চোৱাৰ সুযোগ! কিদৰে পাব Free Subscription?

3 hours ago
৩ ৰাশিৰ বাবে অত্যন্ত শুভ আগন্তুক ৫ দিন, ধনেৰে উভৈনদী হ’ব ঘৰ!

আগষ্ট মাহতে ঘূৰিব ৫ ৰাশিৰ ভাগ্যৰ চকা, শত্ৰুৰ থাকিব দৃষ্টি!

3 hours ago
ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

ৰে’লৱে আইনত বৃহৎ পৰিৱৰ্তন, এটা সৰু ভুলে জৰিমনা ভৰাব আপোনাক!

4 hours ago
আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

আঙুলিত অৰ্ধচন্দ্ৰৰ চিন? কোনো মাৰাত্মক ৰোগৰ লক্ষণ নেকি জানক

5 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

আজি ৫ ৰাশিৰ হ’ব ভাগ্য উদয়, কোনে থাকিব সাৱধান?

6 hours ago
কাইলৈ আপোনাৰ দিনটো কেনে যাব?

কাইলৈ আপোনাৰ দিনটো কেনে যাব?

15 hours ago
বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

বলীউডৰ ‘গজিনী’ আৰু নাই, ‘মহাভাৰত’-এ দিছিল চিনাকি

15 hours ago
ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

ক্ৰিকেটৰ পৰা বিৰতি! ইশান কিষাণৰ ভাইৰেল হোৱা ফটোখনৰ ৰহস্য কি?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 5, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন

শিঙৰা বিক্ৰেতা হিচাপে কিং খানে কৰিছিল কেৰিয়াৰৰ আৰম্ভণি? কাহিনী জানি হ’ব আচৰিত

কিদৰে কেৰিয়াৰৰ আৰম্ভণি কৰিছিল বলীউত কিং খানে?

editor by editor
June 23, 2026
in বিনোদন, বিবিধ, লেখা
0
শিঙৰা বিক্ৰেতা হিচাপে কিং খানে কৰিছিল কেৰিয়াৰৰ আৰম্ভণি? কাহিনী জানি হ’ব আচৰিত
0
SHARES
157
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

শ্বাহৰুখ খানে বিগত তিনিটা দশক ধৰি বলীউডৰ সিংহাসনত বিৰাজ কৰি আহিছে। কোনো চলচ্চিত্ৰৰ পটভূমি বা গডফাদাৰ নথকা দিল্লীৰ এজন সাধাৰণ যুৱক আজি মুম্বাইৰ মায়ানগৰীৰ ‘king’, কেৱল নিজৰ প্ৰতিভাৰ শক্তিৰে। থিয়েটাৰৰ মঞ্চৰ পৰা টেলিভিছনৰ পৰ্দালৈকে, তাৰ পিছত ৰূপালী পৰ্দালৈকে তেওঁৰ ৰাজকীয় উত্থান সাধুকথাতকৈও কম নহয়। কিন্তু সফলতাৰ এই শিখৰত উপনীত হোৱাৰ আগতে আজিৰ এই মেগাষ্টাৰে দিল্লীৰ ‘নেচনেল স্কুল অৱ ড্ৰামা’ (এন এছ ডি)ৰ ছাত্ৰ-ছাত্ৰীক ট্ৰুম্পেট বিক্ৰী কৰিছিল!

শেহতীয়াকৈ এক অনুষ্ঠানত প্ৰবীণ অভিনেতা পংকজ কাপুৰে এই অজ্ঞাত তথ্য জনসাধাৰণৰ মাজলৈ লৈ আহিছিল। তেওঁ কয় যে কণমানি শ্বাহৰুখে ১০ বছৰ বয়সৰ পৰাই এন এছ ডি কেম্পাছত ট্ৰুম্পেট বিক্ৰী কৰিছিল। পিছলৈ পংকজে ১৯৯৫ চনত শ্বাহৰুখৰ সৈতে ‘ৰাম জানে’ ছবিত পৰ্দা শ্বেয়াৰ কৰিছিল। কিন্তু তেতিয়াও তেওঁ মিলাব পৰা নাছিল যে এই ছুপাৰষ্টাৰজন আচলতে এন এছ ডিৰ সেই সৰু ল’ৰাটো। পংকজ কাপুৰ আৰু নাছিৰুদ্দিন শ্বাহৰ দৰে কিংবদন্তি ১৯৭৬ চনৰ এন এছ ডি বেচৰ ছাত্ৰ আছিল। শ্বাহৰুখে নিজেই বহু সাক্ষাৎকাৰত স্মৰণ কৰি কয় যে দেশৰ এই আগশাৰীৰ অভিনেতাসকলৰ কোলাত তেওঁৰ শৈশৱ পাৰ হৈছিল। আচলতে শ্বাহৰুখৰ পৰিয়ালৰ এন এছ ডি কেম্পাছত এটা কেন্টিন আছিল, আৰু সেইবাবেই তেওঁৰ তাত বিনামূলীয়াকৈ প্ৰৱেশ আছিল।

অভিনয়ৰ জগতখনত প্ৰৱেশ কৰাৰ আগতে শ্বাহৰুখৰ পৰিয়ালেও ব্যৱসায়ী হিচাপে সংগ্ৰাম কৰিবলগীয়া হৈছিল। তেওঁৰ পিতৃ মিৰ তাজ মহম্মদ খানৰ দিল্লীৰ চফদৰজং অঞ্চলত ‘খাতিৰ’ নামৰ ৰেষ্টুৰেণ্ট এখন আছিল। দেউতাকৰ অকাল মৃত্যুৰ পিছত শ্বাহৰুখৰ মাকে সেই ৰেষ্টুৰেণ্টখনৰ সমগ্ৰ দায়িত্ব লয়। মূলতঃ এই ৰেষ্টুৰেণ্টখনৰ পৰা পোৱা উপাৰ্জনৰ ওপৰত তেওঁলোকৰ পৰিয়ালটো চলিছিল। ইয়াৰ লগতে তেওঁলোকে এন এছ ডি কেণ্টিনটোও পৰিচালনা কৰিছিল। শ্বাহৰুখে কয় যে সৰুতে স্কুলৰ পৰা দুঘণ্টামান আজৰি সময় আছিল। সেই সময়ত তেওঁ এন এছ ডি কেম্পাছত ভনীয়েকৰ বাবে অপেক্ষা কৰিছিল। আৰু এই আজৰি সময়ত তেওঁ প্লেট এখনত শিঙৰা লৈ থিয়েটাৰৰ ছাত্ৰ-ছাত্ৰীৰ টেবুলৰ ওচৰ পায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ
জীৱনশৈলী

নিমিষতে দূৰ হ’ব চৰ্দিৰ সমস্যা, এই ঘৰুৱা উপায়েৰে কৰক প্ৰতিকাৰ

August 5, 2026
মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক
বাণিজ্য

মাত্ৰ ১০০ টকা জমা কৰি পাওক ১ লাখ টকা! পিএনবিৰ এই আঁচনিখনৰ বিষয়ে জানো আহক

August 5, 2026
বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী
বিনোদন

বয়সীয়াল স্বামী নাহিল পছন্দ! বিচ্ছেদৰ পিছত এইগৰাকী অভিনেত্ৰীয়ে বাছি ল’লে ৭ বছৰ সৰু জীৱনসংগী

August 5, 2026
সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক
জীৱনশৈলী

সপোন সাপ দেখে নেকি? এয়া শুভ নে অশুভ সংকেত জানক

August 5, 2026
Next Post
১০ জুলাইৰ পৰা ৪ ৰাশিত ধনৰ বৰষুণ! আঁতৰিব সকলো বিপদ

১০ জুলাইৰ পৰা ৪ ৰাশিত ধনৰ বৰষুণ! আঁতৰিব সকলো বিপদ

মদ নোখোৱাকৈয়ে হ’ব পাৰে লিভাৰৰ সমস্যা, যদি গ্ৰহণ কৰে এইবোৰ খাদ্য!

মদ নোখোৱাকৈয়ে হ'ব পাৰে লিভাৰৰ সমস্যা, যদি গ্ৰহণ কৰে এইবোৰ খাদ্য!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.