• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মীৰাবাঈ সাঁজু, পেৰিছ অলিম্পিকত মীৰাৰ দৃষ্টি কেৱল সোণত, মীৰাৰ এই যাত্ৰাত আপুনিও জনাওক শুভেচ্ছা

মীৰাবাঈ সাঁজু, পেৰিছ অলিম্পিকত মীৰাৰ দৃষ্টি কেৱল সোণত, মীৰাৰ এই যাত্ৰাত আপুনিও জনাওক শুভেচ্ছা

2 years ago
মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

3 hours ago
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

4 hours ago
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

5 hours ago
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

6 hours ago
ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

ইৰানক বিভাজিত কৰাৰ ষড়যন্ত্ৰ কৰিছিল ইলন মাস্কৰ STARLINK-এ?

6 hours ago
এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

এয়াৰ হোষ্টেছৰ চাকৰি এৰি যুৱতীৰ কেঁকোৰাৰ ব্যৱসায়

6 hours ago
এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

এবছৰৰ বাবে নিষিদ্ধ হ’ল গুটখা, চিগাৰেটৰ বিক্ৰী-উৎপাদন

7 hours ago
সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

সঁচাকৈয়ে গৰ্ভৱতী সাংবাদিকক ঠেলিছিল নেকি ৰাহুল গান্ধীয়ে?

8 hours ago
বিজেপি নেতাৰ গৃহত ডকাইতি

বিজেপি নেতাৰ গৃহত ডকাইতি

9 hours ago
পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

পুনৰ লাডাখৰ ২৮টাকৈ স্থান চীনৰ বুলি দাবী

9 hours ago
ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

ব্যৱসায়ী শিৱ শৰ্মাৰ মৃ*ত্যুৰ ৰহস্য!

10 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

বুধবাৰে কোন কোন ৰাশিৰ ভাগ্য উজলিব? জানক ১২টা ৰাশিৰ ভাগ্য

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, October 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

মীৰাবাঈ সাঁজু, পেৰিছ অলিম্পিকত মীৰাৰ দৃষ্টি কেৱল সোণত, মীৰাৰ এই যাত্ৰাত আপুনিও জনাওক শুভেচ্ছা

মীৰাবাঈ সাঁজু, পেৰিছ অলিম্পিকত মীৰাৰ দৃষ্টি কেৱল সোণত, মীৰাৰ এই যাত্ৰাত আপুনিও জনাওক শুভেচ্ছা

editor by editor
July 27, 2024
in ক্ৰীড়া, জীৱনশৈলী, বিশ্ব, ভাৰত, লেখা
0
মীৰাবাঈ সাঁজু, পেৰিছ অলিম্পিকত মীৰাৰ দৃষ্টি কেৱল সোণত, মীৰাৰ এই যাত্ৰাত আপুনিও জনাওক শুভেচ্ছা
0
SHARES
301
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

উত্তৰ পূৱৰ কন্যা, মণিপুৰৰ সন্তান মীৰা, মীৰা যেন মণিপুৰৰ এটুকুৰা হীৰা…! এই কথা আমি কোৱা নাই, এই দাবী ভাৰতীয় বহু ক্ৰীড়াপ্ৰেমীৰ৷ পেৰিছ অলিম্পিকৰ আৰম্ভণিৰ লগে লগেই সকলোৱেই আকৌ নাম লৈছে মীৰা বাই চানুৰ৷ মীৰাই সন্মান ৰক্ষা কৰিব৷ বহুতেই উভতি চাইছে মীৰাৰ টকিঅ’ অলিম্পিকৰ দিনবোৰলৈ৷ কাৰণ ইতিহাস গঢ়ি সেইবাৰ অলিম্পিকৰ প্ৰথম দিনাই ভাৰতৰ পদক লাভৰ গৌৰৱেৰে গৌৰৱাম্বিত কৰিছিল মীৰাই৷ মহিলাৰ ভাৰোত্তোলনত ৰুপৰ পদক আঁজুৰি আনিছিল মণিপুৰৰ কন্যা মীৰাবাঈ চানুৱে৷ এইবাৰ পেৰিছ অলিম্পিকত মীৰাবাঈৰ লক্ষ্য হৈছে সোণ৷ যদি সোণ মীৰাই আজুৰি আনিব পাৰে তেন্তে মহিলা ভাৰোত্তোলনত মীৰাই হ’ব প্ৰথমগৰাকী সোণজয়ী মহিলা ভাৰোত্তোলক৷

পেৰিছ অলিম্পিকৰ ভাৰোত্তোলনত মীৰাবাঈ ভাৰতৰ একমাত্ৰ ভৰসা৷ এইবাৰ তৃতীয়বাৰৰ বাবে অলিম্পিকত অংশগ্ৰহণ কৰিছে মীৰাবাঈ চানুৱে৷ প্ৰথমবাৰ ৰিঅ’ অলিম্পিক, তাৰপিছত টকিঅ’ অলিম্পিক আৰু এইবাৰ পেৰিছ অলিম্পিক৷ প্ৰথমবাৰ অৰ্থাৎ ৰিঅ’ অলিম্পিকত তেওঁ ভাল পাৰ্ফৰমেন্স দেখুৱাৰ নোৱাৰিলেও দ্বিতীয়বাৰ দেশলৈ কঢ়িয়াই আনিছিল ৰূপ আৰু এইবাৰ তেওঁৰ একমাত্ৰ লক্ষ্য হৈছে সোণ৷

বহু ত্যাগ, বহু পৰিশ্ৰম আৰু আপুনি মই ভাৱিব নোৱাৰা আত্মবিশ্বাসেৰে ভৰপুৰ মীৰা৷ পিভি সিন্ধুৰ পাছত দ্বিতীয় ভাৰতীয় মহিলা এথলিট মীৰা যিয়ে দেশলৈ ৰূপ কঢ়িয়াই আনিছে৷ সৰুতে মীৰাই নিজৰে এগৰাকী আৰ্চাৰী খেলুৱৈ হিচাপে গঢ় দিব খুজিছিল৷ অনুশীলনো কৰিছিল৷ কিন্তু সঠিক গাইডৰ অভাৱত তেওঁৰ সেই সপোন কলিতেই মৰহিল৷ তাৰপাছতেই ভাৰোত্তোলক কুঞ্জৰাণী দেৱীৰ এটি ভিডিঅ’ই তেওঁক দিলে অনুপ্ৰেৰণা৷ খেলৰ জগতক তেওঁ বিদায় নিদিয়ে৷ নিজকে ভাৰোত্তোলক হিচাপে আগুৱাই নিব৷ ভৱামতেই অনুশীলন নিৰবে চলাই গ’ল মীৰাই৷ সেই আৰম্ভণি আৰু ক’তো কাহানিও থমকি ৰ’ব লগা হোৱা নাই৷ টকিঅ’ অলিম্পিকত ৰূপৰ ওপৰিও মীৰাবাঈয়ে কমনৱেলথ গেমছত ২০১৪ চনত ৰূপৰ পদক অৰ্জন কৰে৷ ২০১৮ আৰু ২০২২ চনৰ কমনৱেলথত সোণৰ পদক আঁজুৰি আনে মীৰাই৷

বিশ্ব চেম্পিয়নশ্বিপত ২০১৭ চনত সোণ অৰ্জন কৰে মীৰাই৷ তাৰপিছতেই সেই খেলতেই আকৌ ২০২২ চনত ৰূপৰ পদক৷ ২০১৮ চনত তেওঁ ভাৰতীয় তাৰকা ক্ৰিকেটাৰ বিৰাট কোহলীৰ সৈতে একেলগে ধ্যানচান্দ খেলৰত্ন সন্মানো লাভ কৰিছে৷ সেইবাৰ তেওঁ পুৰস্কাৰৰ সৈতে লাভ কৰিছে প্ৰায় ৭.৫ লাখ টকাও৷  পেৰিছ অলিম্পিকত ৭ আগষ্টত খেলত নামিব মীৰা৷ ইতিমধ্যে ফাইনেল অনুশীলনত ব্যস্ত হৈ আছে মীৰা৷ মীৰাক লৈ এতিয়া আশাবাদী প্ৰতিজন ভাৰতীয় ক্ৰিকেট প্ৰেমীও৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!
জীৱনশৈলী

মেদবহুলতা-ডায়েবেটিছ ৰোগীসকল হওক সাৱধান!

October 13, 2026
ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু
ভাৰত

ভয়ংকৰ নাও দুৰ্ঘটনা! ১১ জনৰ মৃত্যু

October 13, 2026
কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?
বিনোদন

কোন পৰিচালকে শাৰীৰিক সম্পৰ্কৰ প্ৰস্তাৱ দিছিল অভিনেত্ৰী নীতি টেইলৰক?

October 13, 2026
নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!
ৰাজনীতি

নিজ বাসগৃহৰ সন্মুখতে মমতা বেনাৰ্জীক ছুৰীৰে আক্ৰমণ!

October 13, 2026
Next Post

লাভলীনাৰ খেল কেতিয়া? পেৰিছ অলিম্পিকত আত্মবিশ্বাসী লাভলীনা, ‘সোণ আনিবলৈকে এই দীৰ্ঘদিনীয়া প্ৰস্তুতি!’

মান ৰাখিলে ৰিয়ানে, শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ জয়ত বিশেষ ভুমিকা অসম সন্তানৰ, দখল কৰিলে ৩ টা উইকেট

মান ৰাখিলে ৰিয়ানে, শ্ৰীলংকাৰ বিৰুদ্ধে ভাৰতৰ জয়ত বিশেষ ভুমিকা অসম সন্তানৰ, দখল কৰিলে ৩ টা উইকেট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.