বোকাখাতত মহাজোঁটৰ প্ৰাৰ্থী প্ৰণৱ দলেৰ হৈ প্ৰচাৰ অজিত কুমাৰ ভূঞাৰ। বোকাখাতত সাধাৰণ ভোটাৰেৰে মত বিনিময়, দৈনিক বজাৰত প্ৰচাৰ পত্ৰ বিতৰণ আঞ্চলিক গণ মর্চাৰ সভাপতিগৰাকীৰ।