• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাস্পতালত ভৰ্তি ছুপাৰষ্টাৰ অজিত কুমাৰ, অনুৰাগীৰ বাবেই এই দশা

হাস্পতালত ভৰ্তি ছুপাৰষ্টাৰ অজিত কুমাৰ, অনুৰাগীৰ বাবেই এই দশা

12 months ago
IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

3 hours ago
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

4 hours ago
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

5 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

6 hours ago
ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

ৰেড ফ্লেগ আৰু গ্ৰীণ ফ্লেগ কি? জানক কিয় Gen Z ৰ মাজত এই দুটা শব্দ জনপ্ৰিয়

6 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

7 hours ago
বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

বিবাহত বাধা আৰু পোৱা নাই সংগী, এয়া গ্ৰহ দোষ নেকি?

7 hours ago
ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

ধনৰ হ’ব বৰষুণ, বুধ গ্ৰহৰ গোচৰে প্ৰভাৱ পেলাব ১২ ৰাশিৰ ভাগ্যত!

8 hours ago
আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

আজি বৰ্ষাপাৰাত RR vs RCB ৰ মেচ, কোন হ’ব জয়ী?

9 hours ago
‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

‘শেষত মানি ল’লে’, অৰ্জুন কাপুৰ মানসিকভাৱে অশান্তিত আছে নেকি?

10 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়, পাব জীৱনত সফলতা!

10 hours ago
‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

‘WhatsApp বিশ্বাসযোগ্য এপ নহয়’, ইলন মাস্কে কিয় ক’লে এইদৰে?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হাস্পতালত ভৰ্তি ছুপাৰষ্টাৰ অজিত কুমাৰ, অনুৰাগীৰ বাবেই এই দশা

editor by editor
April 30, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
হাস্পতালত ভৰ্তি ছুপাৰষ্টাৰ অজিত কুমাৰ, অনুৰাগীৰ বাবেই এই দশা
0
SHARES
380
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাস্পতালত ভৰ্তি ছুপাৰষ্টাৰ অজিত কুমাৰ, অনুৰাগীৰ বাবেই এই দশা

দক্ষিণৰ ছুপাৰষ্টাৰ অজিত কুমাৰৰ সৈতে সংঘটিত হৈছে এক দুৰ্ঘটনা। কালি ২৯ এপ্ৰিল মঙলবাৰে দিল্লীত এক গাম্ভীৰ্ষপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা পদ্মভূষণ বঁটা লাভ কৰি উভতি অহাৰ সময়ত বিমানবন্দৰত আহত হয় ছুপাৰষ্টাৰগৰাকী।

জানিব পৰা মতে, বিমানবন্দৰত অবতৰণ কৰাৰ পাছতে প্ৰিয় অভিনেতাৰ চাবলৈ ভিৰ কৰিছিল বহু অনুৰাগীয়ে, সেই অনুৰাগীয়ে পাছত ঘেৰি ধৰিছিল অভিনেতাগৰাকী। সেই সময়ছোৱাতে আহত হয় অজিক কুমাৰ আৰু চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হয়।

প্ৰিয় অভিনেতাগৰাকী পদ্ম বঁটাৰে সন্মানিত হোৱাৰ পাছত অনুৰাগীয়ে তেঁওক চাবলৈ বুলি চেন্নাই বিমানবন্দৰত ভিৰ কৰিছিল। অভিনেতাগৰাকীক আদৰণি জনাবৰ বাবে হাজাৰৰ ঘৰত অনুৰাগী উপস্থিত হৈছিল বিমান বন্দৰত।

সেই সময়ত অনুৰাগীৰ বিপুল ভিৰ সমবেত হোৱাত সেই ভিৰৰ মাজত আবদ্ধ হৈ পৰে অজিত কুমাৰ। সেই সময়ছোৱাত অভিনেতাগৰাকীয়ে ভৰিত সামান্য আঘাত পোৱাৰ পিছত আজি বুধবাৰে চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ইণ্ডিয়া টুডেৰ এক সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি, ‘চেন্নাই বিমানবন্দৰত বিপুল জনসমাগমেৰে ঘেৰি ধৰাৰ ফলত অজিত কুমাৰৰ ভৰিত সামান্য আঘাত পায়। সেয়েহে তেওঁক ফিজিঅ’থেৰাপিৰ বাবে ভৰ্তি কৰিবলগীয়া হৈছিল। অৱশ্যে তেওঁৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো চিন্তাৰ কাৰণ নাই বুলি সদৰি চিকিৎসকৰ।

অজিত কুমাৰক শেহতীয়াকৈ দেখা গৈছিল গুড বেড আগ্লি ছবিত। বক্স অফিচত ভাল ব্যৱসায় কৰা এই ছবিখন অধিক ৰবিচন্দ্ৰনে পৰিচালনা কৰিছে। বিশ্বব্যাপী বক্স অফিচত ২৪৩.৩৫ কোটি টকা উপাৰ্জন কৰিছে গুড বেড আগ্লিয়ে। ইয়াৰ লগে লগে ছবিখনে ২০২৫ চনৰ সৰ্বাধিক উপাৰ্জনকাৰী তামিল ছবিৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 'Ajit KumarIndian ActorTamil hero
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে
ক্ৰীড়া

IPL ত RCB ৰ বিৰুদ্ধে RR ৰ জয়লাভ, বৰ্ষাপাৰাত ইতিহাস গঢ়িলে ঘৰুৱা দলটোৱে

April 11, 2026
IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ
বিনোদন

IPL ত ১৫ বছৰীয়া বৈভৱ সূৰ্যবংশীৰ চমক, ২৬ টা বলত ৭৮ ৰাণ সংগ্ৰহ

April 10, 2026
প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!
জীৱনশৈলী

প্ৰথম প্ৰেমত প্ৰতাৰণা? এই ৫ টা টিপছে সহায় কৰিব আঘাত পাহৰাত!

April 10, 2026
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?
জীৱনশৈলী

টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

April 10, 2026
Next Post
বিশ্ববাসীলৈ আহি আছে আন এক মহামাৰীৰ সংকট, এইবাৰ আৰম্ভণি আমেৰিকাত

বিশ্ববাসীলৈ আহি আছে আন এক মহামাৰীৰ সংকট, এইবাৰ আৰম্ভণি আমেৰিকাত

পুনৰ বৃদ্ধি পালে গাখীৰৰ মূল্য, এতিয়াৰ পৰা কিমান ভৰিব লাগিব প্ৰতি লিটাৰত

পুনৰ বৃদ্ধি পালে গাখীৰৰ মূল্য, এতিয়াৰ পৰা কিমান ভৰিব লাগিব প্ৰতি লিটাৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.