• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হাস্পতালত ভৰ্তি ছুপাৰষ্টাৰ অজিত কুমাৰ, অনুৰাগীৰ বাবেই এই দশা

হাস্পতালত ভৰ্তি ছুপাৰষ্টাৰ অজিত কুমাৰ, অনুৰাগীৰ বাবেই এই দশা

1 year ago
মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

55 minutes ago
আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

1 hour ago
কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

2 hours ago
২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ

নৱেম্বৰ মাহত ধন প্ৰাপ্তি হ’ব ৪ ৰাশিৰ! খুলিব পাৰে ভাগ্যৰ দুৱাৰ

2 hours ago
লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

লক্ষ্মীৰ বাহন ফেঁচা কিয়? দেৱীৰ সৈতে এই চৰাইবিধৰ সম্পৰ্ক কি জানক

3 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

দেওবাৰে খুলিব ৫ ৰাশিৰ ভাগ্য? জানক ১২ ৰাশিৰ ভৱিষ্যৎ!

4 hours ago
জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

জুবিনৰ ন্যায়কলৈ শংকিত! ৩০ অক্টোবৰত চচলত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী

5 hours ago
মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

মাহেকীয়া হোৱাৰ পূৰ্বে স্বামী বিজয়ক সতৰ্ক কৰে ৰশ্মিকাই, কাৰণ জানি সকলো হতবাক!

6 hours ago
ৰুষ্ট হৈ আপোনাৰ ঘৰৰ পৰা বিদায় লৈছে মা লক্ষ্মীয়ে, এই ৫ ঘটনাই তাৰ ইংগিত

কাইলৈ লক্ষ্মী পূজা, এই নিয়ম পালন কৰিলে হ’ব ধনৰ প্ৰাপ্তি!

7 hours ago
গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

গোঁফেৰে জন্মা নৱজাতক দেখিছেনে? হঠাৎ ভাইৰেল ফটোৱে লাভ কৰিছে চৰ্চা

7 hours ago
Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

Health tips: প্ৰস্ৰাৱ এঘণ্টা ধৰি ৰাখিলে কি হয় জানেনে?

8 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

লক্ষ্মী পূজাৰ পূৰ্বে সোণে দেখুৱাইছে যাদু, এয়া গহনা ক্ৰয়ৰ উচিত সময় নেকি?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

হাস্পতালত ভৰ্তি ছুপাৰষ্টাৰ অজিত কুমাৰ, অনুৰাগীৰ বাবেই এই দশা

editor by editor
April 30, 2025
in জীৱনশৈলী, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
হাস্পতালত ভৰ্তি ছুপাৰষ্টাৰ অজিত কুমাৰ, অনুৰাগীৰ বাবেই এই দশা
0
SHARES
384
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাস্পতালত ভৰ্তি ছুপাৰষ্টাৰ অজিত কুমাৰ, অনুৰাগীৰ বাবেই এই দশা

দক্ষিণৰ ছুপাৰষ্টাৰ অজিত কুমাৰৰ সৈতে সংঘটিত হৈছে এক দুৰ্ঘটনা। কালি ২৯ এপ্ৰিল মঙলবাৰে দিল্লীত এক গাম্ভীৰ্ষপূৰ্ণ অনুষ্ঠানত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ পৰা পদ্মভূষণ বঁটা লাভ কৰি উভতি অহাৰ সময়ত বিমানবন্দৰত আহত হয় ছুপাৰষ্টাৰগৰাকী।

জানিব পৰা মতে, বিমানবন্দৰত অবতৰণ কৰাৰ পাছতে প্ৰিয় অভিনেতাৰ চাবলৈ ভিৰ কৰিছিল বহু অনুৰাগীয়ে, সেই অনুৰাগীয়ে পাছত ঘেৰি ধৰিছিল অভিনেতাগৰাকী। সেই সময়ছোৱাতে আহত হয় অজিক কুমাৰ আৰু চিকিৎসালয়ত ভৰ্তি হ’বলগীয়া হয়।

প্ৰিয় অভিনেতাগৰাকী পদ্ম বঁটাৰে সন্মানিত হোৱাৰ পাছত অনুৰাগীয়ে তেঁওক চাবলৈ বুলি চেন্নাই বিমানবন্দৰত ভিৰ কৰিছিল। অভিনেতাগৰাকীক আদৰণি জনাবৰ বাবে হাজাৰৰ ঘৰত অনুৰাগী উপস্থিত হৈছিল বিমান বন্দৰত।

সেই সময়ত অনুৰাগীৰ বিপুল ভিৰ সমবেত হোৱাত সেই ভিৰৰ মাজত আবদ্ধ হৈ পৰে অজিত কুমাৰ। সেই সময়ছোৱাত অভিনেতাগৰাকীয়ে ভৰিত সামান্য আঘাত পোৱাৰ পিছত আজি বুধবাৰে চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।

ইণ্ডিয়া টুডেৰ এক সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা অনুসৰি, ‘চেন্নাই বিমানবন্দৰত বিপুল জনসমাগমেৰে ঘেৰি ধৰাৰ ফলত অজিত কুমাৰৰ ভৰিত সামান্য আঘাত পায়। সেয়েহে তেওঁক ফিজিঅ’থেৰাপিৰ বাবে ভৰ্তি কৰিবলগীয়া হৈছিল। অৱশ্যে তেওঁৰ স্বাস্থ্যৰ ক্ষেত্ৰত কোনো চিন্তাৰ কাৰণ নাই বুলি সদৰি চিকিৎসকৰ।

অজিত কুমাৰক শেহতীয়াকৈ দেখা গৈছিল গুড বেড আগ্লি ছবিত। বক্স অফিচত ভাল ব্যৱসায় কৰা এই ছবিখন অধিক ৰবিচন্দ্ৰনে পৰিচালনা কৰিছে। বিশ্বব্যাপী বক্স অফিচত ২৪৩.৩৫ কোটি টকা উপাৰ্জন কৰিছে গুড বেড আগ্লিয়ে। ইয়াৰ লগে লগে ছবিখনে ২০২৫ চনৰ সৰ্বাধিক উপাৰ্জনকাৰী তামিল ছবিৰ অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: 'Ajit KumarIndian ActorTamil hero
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প
বিশ্ব

মছজিদত বাধা, নিষিদ্ধ মুছলমানৰ প্ৰৱেশ! ইউৰোপৰ সাংসদে বিয়পাইছে বিষবাষ্প

October 24, 2026
আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক
বাণিজ্য

আপোনাৰ কিষাণ বিকাশ পত্ৰ অন্য নামলৈ ট্ৰেন্সফাৰ কৰা সম্ভৱনে? নিয়ম জানি লওক

October 24, 2026
কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?
জীৱনশৈলী

কি কল খালে শৰীৰত শক্তি পোৱা যায়, কেঁচা নে পকা?

October 24, 2026
২৯ জুনৰ পৰা ভাগ্যৰ চকা ঘূৰিব! শুক্ৰৰ মালব্য ৰাজযোগত টকা আহিব হাতলৈ, এই ৩ ৰাশিৰ বাঢ়িব অৰ্থসম্পদ
জীৱনশৈলী

নৱেম্বৰ মাহত ধন প্ৰাপ্তি হ’ব ৪ ৰাশিৰ! খুলিব পাৰে ভাগ্যৰ দুৱাৰ

October 24, 2026
Next Post
বিশ্ববাসীলৈ আহি আছে আন এক মহামাৰীৰ সংকট, এইবাৰ আৰম্ভণি আমেৰিকাত

বিশ্ববাসীলৈ আহি আছে আন এক মহামাৰীৰ সংকট, এইবাৰ আৰম্ভণি আমেৰিকাত

পুনৰ বৃদ্ধি পালে গাখীৰৰ মূল্য, এতিয়াৰ পৰা কিমান ভৰিব লাগিব প্ৰতি লিটাৰত

পুনৰ বৃদ্ধি পালে গাখীৰৰ মূল্য, এতিয়াৰ পৰা কিমান ভৰিব লাগিব প্ৰতি লিটাৰত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.