নৱগঠিত অসম জাতীয় পৰিষদৰ নিৰ্বাচনী চিহ্ন হ’ব জাহাজ। দেশৰ নিৰ্বাচন আয়োগে জাহাজ প্ৰতীক চিহ্ন আবণ্টন কৰিলে AJPক।