• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাৰাগাৰ যাত্ৰাত যতি! বিধায়ক অখিল গগৈ হ’ব নালাগে কাৰাগাৰৰ অতিথি…

কাৰাগাৰ যাত্ৰাত যতি! বিধায়ক অখিল গগৈ হ’ব নালাগে কাৰাগাৰৰ অতিথি…

3 years ago
৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

৩০ জুনৰ দিনটো আপোনাৰ কেনে যাব?

2 hours ago
বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

3 hours ago
৬ হাজাৰতকৈও অধিক পদৰ বাবে ওলাইছে চাকৰি, কেনেকৈ কৰিব আবেদন?

৬ হাজাৰতকৈও অধিক পদৰ বাবে ওলাইছে চাকৰি, কেনেকৈ কৰিব আবেদন?

3 hours ago
৯ বছৰ বয়সত পেলেই কৰা কি প্ৰতিজ্ঞাই বিশ্ব ফুটবলৰ সিংহাসনত বহুৱাইছিল ব্ৰাজিলক?

৯ বছৰ বয়সত পেলেই কৰা কি প্ৰতিজ্ঞাই বিশ্ব ফুটবলৰ সিংহাসনত বহুৱাইছিল ব্ৰাজিলক?

4 hours ago
এইকেইটা কাম নিয়মীয়াকৈ কৰি আঁতৰাব পাৰে ধন লাভৰ বাধা

এইকেইটা কাম নিয়মীয়াকৈ কৰি আঁতৰাব পাৰে ধন লাভৰ বাধা

5 hours ago
এই ৪টা বদ অভ্যাস হ’ব পাৰে আপোনাৰ উন্নতিৰ প্ৰধান শত্ৰু, কেনেকৈ কৰিব সমাধান?

এই ৪টা বদ অভ্যাস হ’ব পাৰে আপোনাৰ উন্নতিৰ প্ৰধান শত্ৰু, কেনেকৈ কৰিব সমাধান?

6 hours ago
Facebook profile পাব্লিক কৰিছে নেকি? চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ নতুন জাল!

Facebook profile পাব্লিক কৰিছে নেকি? চাইবাৰ অপৰাধীৰ প্ৰৱঞ্চনাৰ নতুন জাল!

6 hours ago
ইংলেণ্ডৰ বিৰুদ্ধেও মূল একাদশত দেখা নাযাব নেকি বৈভৱক?

ইংলেণ্ডৰ বিৰুদ্ধেও মূল একাদশত দেখা নাযাব নেকি বৈভৱক?

7 hours ago
মাহিলী মাত্ৰ ৫০০ টকা বিনিয়োগেৰে কেনেকৈ লাভ কৰিব প্ৰায় ৫০ লাখ টকা?

মাহিলী মাত্ৰ ৫০০ টকা বিনিয়োগেৰে কেনেকৈ লাভ কৰিব প্ৰায় ৫০ লাখ টকা?

7 hours ago
দীৰ্ঘদিনীয়া কাহ, বদহজমত ভুগিছে নেকি? হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ

দীৰ্ঘদিনীয়া কাহ, বদহজমত ভুগিছে নেকি? হ’ব পাৰে ভয়ংকৰ ৰোগৰ লক্ষণ

9 hours ago
জাম খাই বীজ পেলাই দিয়ে নেকি? এই উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

জাম খাই বীজ পেলাই দিয়ে নেকি? এই উপকাৰিতাৰ বিষয়ে জানিলে আচৰিত হ’ব আপুনি!

10 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

11 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

কাৰাগাৰ যাত্ৰাত যতি! বিধায়ক অখিল গগৈ হ’ব নালাগে কাৰাগাৰৰ অতিথি…

editor by editor
February 22, 2023
in অসম, ৰাজনীতি
0
কাৰাগাৰ যাত্ৰাত যতি! বিধায়ক অখিল গগৈ হ’ব নালাগে কাৰাগাৰৰ অতিথি…
0
SHARES
10.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ
কাৰাগাৰলৈ যাব নালাগে বিধায়ক অখিল গগৈ৷
ৰাজপথৰ আন্দোলনৰ পৰা ৰাজনীতিত প্ৰৱেশ কৰা বিধায়ক হোৱা অখিল গগৈলৈ সাময়িক সকাহ উচ্চতম ন্যায়ালয়ৰ।
ইউএপিএ গোচৰত অখিল গগৈলৈ অস্থায়ী জামিন মঞ্জুৰ উচ্চতম ন্যায়ালয়ৰ।
নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ সন্দৰ্ভত এন আই এয়ে বিধায়ক অখিল গগৈৰ বিৰুদ্ধে ৰুজু কৰিছিল ইউএপিএৰ গোচৰ।
এই গোচৰ সন্দৰ্ভত এন আই এয়ে কাষ চাপিছিল উচ্চতম ন্যায়ালয়ৰ।
উচ্চ ন্যায়ালয়ৰ ৰায়ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়তেই আবেদন জনাইছিল অখিল গগৈয়ে৷
বৃহস্পতিবাৰে বিধায়ক গগৈক উচ্চ ন্যায়ালয়ত হাজিৰ কৰা হ’ব।
ন্যায়াধীশ ভি ৰামাসুব্ৰমণিয়াম আৰু পংকজ মিট্টালৰ বিচাৰপীঠে শুকুৰবাৰে বিষয়টো শুনানি গ্ৰহণ কৰিব।
তেতিয়ালৈকে গগৈক জিম্মাত লোৱা নহ’ব বুলি নিৰ্দেশ উচ্চতম ন্যায়ালয়ৰ।
২০১৯ চনৰ ডিচেম্বৰ মাহত নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ আৰু ভাষণ আৰু মাওবাদী সংগঠনৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত অখিল গগৈৰ লগতে আন তিনিজনৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ৷
ভাৰতীয় দণ্ডবিধিৰ অধীনত অবৈধ প্ৰতিৰোধ কাৰ্যকলাপ আইন (ইউএপিএ) আৰু দেশদ্ৰোহৰ বাবে (ধাৰা ১২৪এ), ধৰ্মীয় গোটৰ মাজত বিদ্বেষ সৃষ্টি কৰা (ধাৰা ১৫৩এ) আৰু ১৫৩বি (ৰাষ্ট্ৰীয় সংহতিৰ বিৰুদ্ধে বিবৃতি)ৰ বিভিন্ন ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছিল বিধায়ক অখিল সহ তিনি ব্যক্তিৰ বিৰুদ্ধে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?
ৰাজনীতি

বাংলাদেশ-পাকিস্তানৰ বাঢ়িছে ঘনিষ্ঠতা, ভাৰতৰ বাবে এয়া চিন্তাৰ বিষয় নেকি?

June 29, 2026
অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ
উত্তৰ-পূব

অসমত বানৰ সংহাৰী ৰূপ, অৰুণাচল প্ৰদেশতো মৃত্যু ৩ জনৰ

June 29, 2026
সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP
অসম

সহজে নাপাব ড্ৰাইভিং লাইচেন্স, আহি গ’ল নতুন SOP

June 28, 2026 - Updated on June 29, 2026
শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?
ৰাজনীতি

শিক্ষা বিভাগৰ পৰা আঁতৰোৱা হ’ব নেকি ধৰ্মেন্দ্ৰ প্ৰধানক?

June 27, 2026
Next Post
অসমৰ বিধায়কে পঞ্চায়তৰ সভাপতি হোৱাৰো যোগ্য নহয় বুলি কোৱা ৰাহুলেই বিদেশী সংবাদপত্ৰৰ প্ৰথম পৃষ্ঠাৰ শিৰোনাম, ভাৰতত ফেচিবাদ চলিছে নেকি, ক’লে ৰাহুলে…

অসমৰ বিধায়কে পঞ্চায়তৰ সভাপতি হোৱাৰো যোগ্য নহয় বুলি কোৱা ৰাহুলেই বিদেশী সংবাদপত্ৰৰ প্ৰথম পৃষ্ঠাৰ শিৰোনাম, ভাৰতত ফেচিবাদ চলিছে নেকি, ক’লে ৰাহুলে...

দুবছৰ পূৰ্বে আজিৰ দিনটোতেই ফাগুন ৰঙা হৈ ফুলিছিল বৰষাৰ শিৰত, বৰষা-ভাস্কৰৰ যুগ্ম জীৱনৰ দুবছৰ, সামাজিক মাধ্যমত দুয়োলৈকে শুভেচ্ছা বহুজনৰ…

দুবছৰ পূৰ্বে আজিৰ দিনটোতেই ফাগুন ৰঙা হৈ ফুলিছিল বৰষাৰ শিৰত, বৰষা-ভাস্কৰৰ যুগ্ম জীৱনৰ দুবছৰ, সামাজিক মাধ্যমত দুয়োলৈকে শুভেচ্ছা বহুজনৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.