অখিল গগৈৰ জামিন আৱেদন শুনানিৰ বাবে গ্ৰহণেই নকৰিলে উচ্চতম ন্যায়ালয়ে। বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ পাছতহে কৰিব পাৰিব জামিন আৱেদন।