• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৮২ বছৰৰ পাছত অক্ষয় তৃতীয়াত দুৰ্লভ যোগ! সোণৰ দৰে উজ্বলিব ৫ৰাশিৰ কঁপাল, বাঢ়িব বেংক বেলেন্স

৮২ বছৰৰ পাছত অক্ষয় তৃতীয়াত দুৰ্লভ যোগ! সোণৰ দৰে উজ্বলিব ৫ৰাশিৰ কঁপাল, বাঢ়িব বেংক বেলেন্স

1 year ago
ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

10 minutes ago
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

44 minutes ago
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

1 hour ago
“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

“বিজেপিয়ে য’তেই হাত দিয়ে তাতেই সোণ হয়!” কি প্ৰসংগত ক’লে মুখ্যমন্ত্ৰী?

3 hours ago
কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

কোনে মৃত্যুৰ ভাবুকি দিছে মুখ্যমন্ত্ৰীক, হিন্দু নে মুছলমান? অপপ্ৰচাৰৰ আঁৰত কি

4 hours ago
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

4 hours ago
মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

মনোকামনা পূৰণ হোৱা এটি মন্দিৰ, কিন্তু নিশা গ’লে হ’ব সৰ্বনাশ!

5 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

ৰাশিফলৰ ৪ টা গ্ৰহই নিৰ্ধাৰণ কৰে আপোনাৰ সফলতা! জানি লওক

6 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: অৱসৰপ্ৰাপ্ত পেঞ্চনাৰসকলৰ বাবে দাবী, কি বিচাৰে সংগঠনসমূহে জানক

7 hours ago
এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

এই বছৰৰে ১১ নৱেম্বৰত কইনা হ’ব কাব্য মৰাণ! কোন সেইজন লাকী দৰা?

8 hours ago
৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

৭০-৭২ বছৰীয়া দম্পতীৰ বিৱাহ বিচ্ছেদৰ কাহিনী দেশজুৰি চৰ্চাত

8 hours ago
দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

দেশৰ কোন মুখ্যমন্ত্ৰীৰ বিৰুদ্ধে আছে কেইটাকৈ অপৰাধমূলক গোচৰ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, August 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৮২ বছৰৰ পাছত অক্ষয় তৃতীয়াত দুৰ্লভ যোগ! সোণৰ দৰে উজ্বলিব ৫ৰাশিৰ কঁপাল, বাঢ়িব বেংক বেলেন্স

৮২ বছৰৰ পাছত অক্ষয় তৃতীয়াত দুৰ্লভ যোগ! সোণৰ দৰে উজ্বলিব ৫ৰাশিৰ কঁপাল, বাঢ়িব বেংক বেলেন্স

editor by editor
April 19, 2025
in জীৱনশৈলী
0
৮২ বছৰৰ পাছত অক্ষয় তৃতীয়াত দুৰ্লভ যোগ! সোণৰ দৰে উজ্বলিব ৫ৰাশিৰ কঁপাল, বাঢ়িব বেংক বেলেন্স
0
SHARES
14.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
এই বছৰ অক্ষয় তৃতীয়া উৎসৱ পালিত হ’ব ৩০ এপ্ৰিলত৷ জ্যোতিষ শাস্ত্ৰৰ গণনা অনুসৰি এই বছৰ অক্ষয় তৃতীয়াত ৮২ বছৰ পাছত তৈয়াৰ হৈছে বিশেষ যোগ৷ এই কাকতালীয় যোগৰ শুভ প্ৰভাৱ পৰিব কেইবাটাও ৰাশিৰ জাতক জাতিকাৰ ওপৰত৷ অক্ষয় তৃতীয়াৰ দিনাই সৰ্বাৰ্থসিদ্ধি যোগ, শোভন যোগ আৰু ৰবি যোগৰ শুভ সংযোগ ঘটিব৷ তিনি গুৰুত্বপূৰ্ণ যোগৰ এই সমন্বয়ত লাভৱান হ’ব কেইটামান ৰাশিৰ জাতক জাতিকা৷ জ্যোতিষ শাস্ত্ৰ অনুসৰি, এই অসাধাৰণ সংযোগত ৫ৰাশিৰ বাবে প্ৰচুৰ লাভ দিব পাৰে৷ কোন কোন ৫ ৰাশিৰ সৌভাগ্য খুলিব অক্ষয় তৃতীয়াত?
বৃষ ৰাশি
আৰ্থিক আৰু পাৰিবাৰিক বিষয়ত বিশেষ লাভ হ’ব৷ চাকৰি আৰু ব্যৱসায়ত সাফল্য আহিব৷ বিনোয়োগৰ বাবে ভাল সময়৷ চাকৰিয়ালে শুভ সংবাদ পাব৷
কৰ্কট ৰাশি
নতুন চাকৰি প্ৰচেষ্টা সফল হ’ব৷ হঠাৎ ৰৈ থকা টকা উভতাই পাব৷ অক্ষয় তৃতীয়াৰ দিনা সোণ, ৰূপ কিনা এই ৰাশিৰ জাতক জাতিকাৰ বাবে বিশেষ শুভ হব৷ ভ্ৰমণৰ পৰা আৰ্থিক লাভৰ লক্ষণ আছে৷
তুলা ৰাশি
তুলা ৰাশিৰ জাতক জাতিকাৰ বাবে ভাল সময় আহিব অক্ষয় তৃতীয়াত এই বিশেষ যোগ৷ আয়ৰ এক নতুন উৎস তৈয়াৰ হ’ব৷ ঘৰৰ বাবে বাহন ক্ৰয়ৰ যোগ আছে৷ সহজেই অৰ্থ সঞ্চয় কৰিব পাৰিব৷ ব্যৱসায়ত আকস্মিক অৰ্থ লাভ হ’ব৷
মকৰ ৰাশি
মকৰ ৰাশিৰ জাতক জাতিকাৰ বাবে ইতিবাচক হ’ব এই যোগ৷ নতুন কাম বা ব্যৱসায় আৰম্ভ কৰাৰ বাবে এই সময় ভাল৷ যদি আপোনাৰ কোনো কাম দীৰ্ঘদিন ধৰি ৰৈ আছে তেন্তে গতি আহিব৷ চাকৰিয়ালৰ পদোন্নতি হব পাৰে৷
কুম্ভ ৰাশি
ঘৰৰ যিকোনো সদস্যৰ পৰা আৰ্থিক সাহায্য পোৱাৰো যোগ আছে৷ ব্যৱসায়ীসকলে লাভত অপ্ৰত্যাশিত বৃদ্ধি পোৱাৰ যোগ আছে৷ পৈতৃক সম্পত্তি লাভ হ’ব৷ দৈনিক আয় বৃদ্ধি হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৩ ৰাশিৰ, আজি বুধবাৰৰ দিনটো আপোনাৰ কেনে যাব? পঢ়ক দৈনিক ৰাশিফল
জীৱনশৈলী

হাতলৈ আহিব ধন, কাইলৈ ভাগ্য উদয় হ’ব ৪ ৰাশিৰ লোকৰ!

August 18, 2026
কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!
জীৱনশৈলী

কাছ আঙুঠি পিন্ধে নেকি? এটা ভুলে মাতিব বিপদ!

August 18, 2026
সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে
জীৱনশৈলী

সামাজিক মাধ্যমত আপোনাৰো শিশুৰ Account আছে নেকি? তেন্তে এই খবৰ আপোনাৰ বাবে

August 18, 2026
বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?
জীৱনশৈলী

বাৰে বাৰে নখ ভাঙি যোৱাৰ সমস্যা, কোনো গুৰুতৰ ৰোগৰ লক্ষণ নেকি?

August 18, 2026
Next Post
কাইলৈ ব’হাগৰ কৃষ্ণা সপ্তমীত ত্ৰিপুষ্কৰ যোগ, সূৰ্যৰ দৰে উজ্বলিব এই ৫ৰাশিৰ ভাগ্য

কাইলৈ ব’হাগৰ কৃষ্ণা সপ্তমীত ত্ৰিপুষ্কৰ যোগ, সূৰ্যৰ দৰে উজ্বলিব এই ৫ৰাশিৰ ভাগ্য

বসুমতী যোগৰ প্ৰভাৱ, আগন্তুক সপ্তাহত সৌভাগ্য উজ্বলিব এই ৫ৰাশিৰ জাতকৰ

বসুমতী যোগৰ প্ৰভাৱ, আগন্তুক সপ্তাহত সৌভাগ্য উজ্বলিব এই ৫ৰাশিৰ জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.