• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাখে হৰি মাৰে কোনে… বৰফে ঢকা হ্ৰদৰ ওপৰত ভাঙি পৰিল বিমান, এখন পাংখাত ধৰি জীয়াই থাকিল ৩টা জীৱন, কত এই মিৰাকল?

ৰাখে হৰি মাৰে কোনে… বৰফে ঢকা হ্ৰদৰ ওপৰত ভাঙি পৰিল বিমান, এখন পাংখাত ধৰি জীয়াই থাকিল ৩টা জীৱন, কত এই মিৰাকল?

1 year ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

24 minutes ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

13 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

13 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

15 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

15 hours ago
ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

ভিক্ষা কৰা বৃদ্ধাৰ ঘৰত বস্তাই বস্তাই ওলাল ধনৰ পাহাৰ

15 hours ago
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

16 hours ago
জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

জালনোট সৰবৰাহ চক্ৰত কংগ্ৰেছ নেতাৰ পুত্ৰ জড়িতৰ অভিযোগ

16 hours ago
এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

এই ৩ ৰাশিৰ লোকৰ ওপৰত থাকিব ধনলক্ষ্মীৰ কৃপা, মাথোঁ কৰক এই কাম

17 hours ago
বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

বগীনদীৰ ৰাকেশৰ মৃত্যুৰ প্ৰকৃত কাৰণ কি আছিল?

17 hours ago
৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

৭৫খনকৈ বিদ্যালয়ৰ মধ্যাহ্ন ভোজনত ওলাল পোক, নিমখৰ সলনি দিলে ডিটাৰ্জেণ্ট পাউডাৰ

19 hours ago
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাখে হৰি মাৰে কোনে… বৰফে ঢকা হ্ৰদৰ ওপৰত ভাঙি পৰিল বিমান, এখন পাংখাত ধৰি জীয়াই থাকিল ৩টা জীৱন, কত এই মিৰাকল?

ৰাখে হৰি মাৰে কোনে... বৰফে ঢকা হ্ৰদৰ ওপৰত ভাঙি পৰিল বিমান, এখন পাংখাত ধৰি জীয়াই থাকিল ৩টা জীৱন, কত এই মিৰাকল?

editor by editor
March 27, 2025
in জীৱনশৈলী, বিশ্ব
0
ৰাখে হৰি মাৰে কোনে… বৰফে ঢকা হ্ৰদৰ ওপৰত ভাঙি পৰিল বিমান, এখন পাংখাত ধৰি জীয়াই থাকিল ৩টা জীৱন, কত এই মিৰাকল?
0
SHARES
354
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

হাড় কপোঁৱা ঠাণ্ডা। তীব্ৰ ঠাণ্ডাত হ্ৰদৰ পানী বৰফলৈ ৰূপান্তৰ হৈছে। তাৰমাজতেই হঠাৎ এখন বিমান ভাঙি পৰিল। কিন্তু আশ্চৰ্যজনকভাৱে সেই বিমানৰ ভিতৰৰ পৰা প্ৰাণ ৰক্ষা পৰি ওলাই আহিল পাইলটসহ দুই বিমানযাত্ৰী। বৰফৰ মাজত বিমানৰ পাংখা সোমাই পৰি ১২ ঘণ্টা পৰ্যন্ত সেই পাংখাৰ ওপৰত ওলমি থকিল পাইলট আৰু দুটি শিশু। তেওঁলোকক জীৱিত অৱস্থাত দেখি চমকি উঠিল উদ্ধাৰকাৰী দলো। পাইলট আৰু দুই শিশুক লগে লগেই হাস্পতালত ভৰ্তি কৰাই উদ্ধাৰকাৰী দলে। কিন্তু অৱস্থা তিনিওৰে সুস্থিৰ বুলিয়েই জনাইছে উদ্ধাৰকাৰী দলে।

ঘটনা বিগত দেওবাৰৰ। আমেৰিকাৰ আলাস্কাৰ হিমবাহ গলা পানীৰ হ্ৰদৰ ওপৰত ভাঙি পৰিছিল সৰু বিমানখন। Piper PA-12 Super Cruiser বিমানখনত উঠি ফুৰিবলৈ ওলাই গৈছিল পাইলটসহ তেওঁৰ দুই কন্যা। বিমানত উঠি বৰফৰ সৌন্দৰ্য চাই থাকোতেই নামি আহিল বিভিষিকা। আকাশৰ পৰা হঠাৎ বিমানখনে নিয়ন্ত্ৰণ হেৰুৱাই হ্ৰদৰ ওপৰত পৰে। তাৰপিছতেই বিমানখনৰ দুৰ্ঘটনাৰ খবৰ লাভ কৰে চুবুৰীয়া এলেকাৰ লোকে। তেওঁলোকে লগে লগেই উদ্ধাৰকাৰী দলক খবৰো দিয়ে। কিন্তু উদ্ধাৰকাৰী দলে ধাৰণা কৰিব পৰা নাছিল যে তাত তিনি লোকক জীৱিত অৱস্থাত পাব।

উদ্ধাৰকাৰী দলৰ পাইলট টেৰি কোডছে এই সন্দৰ্ভত কয়, বেছ কিছু সময় আকাশত উৰাৰ পাছতেই বিমানখন ভাঙি পৰে। বিমানখন উদ্ধাৰৰ বাবে গৈ মই বুকুত এটা বিষ লৈ আহিছো। এই বিষ কি মই কৈ বুজাব নোৱাৰো। কাৰণ মই দুৰৈৰ পৰা প্ৰথমে দেখি ভাৱিছিলো এই বিমানত কোনো জীৱিত অৱস্থাত নাই। বিমানখন বৰফত আধাতকৈয়ো বেছি অংশ সোমাই আছে। মই বিমানখনৰ যেতিয়া একেবাৰে কাষ পাওঁ তেতিয়া দেখো যে বিমানৰ ওলাই থকা পাংখাখনত তিনিটা মানুহ ওলমি আছে। প্ৰথমে তেওঁলোক জীৱিত নে মৃত মই ধৰিব পৰা নাছিলো। চুই চাই গম পাও তিনিও জীয়াই আছে। প্ৰায় ১২ ঘণ্টা সময় হিমচেঁচা ঠাণ্ডাত তেওঁলোক তেনেকৈয়ে পৰি আছিল।

আলাস্কাৰ দক্ষিণ পশ্চিমত অৱস্থিত Tustumena নামৰ হ্ৰদত পূৰ্বেও বহুবাৰ বিমান দুৰ্ঘটনা হৈছে। আলাস্কাৰ ডিপাৰ্টমেণ্ট অফ ফিছ এণ্ড গেমে সেই হ্ৰদৰ ওপৰেৰে বিমান উৰুওৱাত নিষেধাজ্ঞাও জাৰি কৰিছে। হিমবাহ গলা পানীৰ এই হ্ৰদৰ চাৰিওফালে পাহাৰ আৰু পৰ্বতে ঘেৰি থকা। তাতেই বতাহৰ গতিৰো কিছু খেলিমেলি। ফলত নৌকা আৰু বিমানৰ দুৰ্ঘটনা হোৱাৰ আশংকাও খুবেই বেছি। শেহতীয়াকৈ দেওবাৰৰ এই বিমান কেনেকৈ দুৰ্ঘটনাত পতিত হল সেয়া বৰ্তমানো জানিব পৰা হোৱা নাই।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!
জীৱনশৈলী

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

August 26, 2026
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়
জীৱনশৈলী

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

August 25, 2026
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?
বাণিজ্য

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

August 25, 2026
আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!
ভাৰত

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

August 25, 2026
Next Post
খৰধৰ কৰক! এই স্কিমৰ অধীনত মাহিলী ৫০০০ টকা দিব চৰকাৰে, ৩১ মাৰ্চেই আবেদনৰ শেষ তাৰিখ

খৰধৰ কৰক! এই স্কিমৰ অধীনত মাহিলী ৫০০০ টকা দিব চৰকাৰে, ৩১ মাৰ্চেই আবেদনৰ শেষ তাৰিখ

দৈনিক ৰাশিফল- চ’ত মাহৰ কৃষ্ণা চতুৰ্দশীত আজি শুক্লা যোগ, কি আছে কাৰ ভাগ্যত

দৈনিক ৰাশিফল- চ'ত মাহৰ কৃষ্ণা চতুৰ্দশীত আজি শুক্লা যোগ, কি আছে কাৰ ভাগ্যত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.