• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
 ‘ফ্লপ’ অভিনেতাৰ পৰা হীট ৰাজনীতিবিদ! মোদীৰ মন্ত্ৰীসভাত জনপ্ৰিয় মুখ হৈ পৰিছে চিৰাগ পাছোৱান

 ‘ফ্লপ’ অভিনেতাৰ পৰা হীট ৰাজনীতিবিদ! মোদীৰ মন্ত্ৰীসভাত জনপ্ৰিয় মুখ হৈ পৰিছে চিৰাগ পাছোৱান

2 years ago
ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

21 minutes ago
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

1 hour ago
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

1 hour ago
‘হত শৈশৱ’

‘হত শৈশৱ’

3 hours ago
দ্য  ইনভিজিবল  মেন

দ্য ইনভিজিবল মেন

4 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

ভাগ্যই দেখুৱাব যাদু! কাইলৈ ৩ ৰাশিয়ে পাব ভাল খবৰ

5 hours ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

২৮ ছেপ্তেম্বৰত বহুতৰে সলনি হ’ব জীৱন, কেৰিয়াৰ, ধন-সম্পত্তি আৰু প্ৰেমৰ সকলো কথা জানক

5 hours ago
বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

বিশ্বৰ ক’ত ক’ত সাধাৰণ লোকৰ বাবে বিৱাহ বিচ্ছেদ প্ৰায় অসম্ভৱ?

7 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

7 hours ago
বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

বিকাশৰ অসমতা আৰু ২০৪৭ৰ ভাৰত

7 hours ago
আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

আছিকৰ ঘৰলৈ কিয় গৈছিল নিমিষা?

8 hours ago
আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

আধাফলা পানীলাউ লৈ থানাত হাজিৰ এজন লোক

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

 ‘ফ্লপ’ অভিনেতাৰ পৰা হীট ৰাজনীতিবিদ! মোদীৰ মন্ত্ৰীসভাত জনপ্ৰিয় মুখ হৈ পৰিছে চিৰাগ পাছোৱান

 ‘ফ্লপ’ অভিনেতাৰ পৰা হীট ৰাজনীতিবিদ! মোদীৰ মন্ত্ৰীসভাত জনপ্ৰিয় মুখ হৈ পৰিছে চিৰাগ পাছোৱান

editor by editor
June 11, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি, লেখা
0
 ‘ফ্লপ’ অভিনেতাৰ পৰা হীট ৰাজনীতিবিদ! মোদীৰ মন্ত্ৰীসভাত জনপ্ৰিয় মুখ হৈ পৰিছে চিৰাগ পাছোৱান
0
SHARES
342
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এন ডি এৰ মিত্ৰশক্তিৰ অন্য এক দল জনশক্তি পাৰ্টী(ৰামবিলাস)ৰ নেতা চিৰাগ পাছোৱানে তৃতীয়বাৰৰ বাবে মন্ত্ৰিত্ব লাভ কৰিলে মোদী ৩.০ত৷ তিনিবাৰ মোদী মন্ত্ৰীসভাত স্থান পালেও এইবাৰহে কেন্দ্ৰীয় মন্ত্ৰিত্ব লাভ কৰিছে চিৰাগে৷ বিহাৰৰ হাজিপুৰ লোকসভা প্ৰাৰ্থী হিচাপে জয়ী হৈছিল চিৰাগ৷  চিৰাগৰ নেতৃত্বতেই বিহাৰৰ মুঠ ৫খন আসনত জয়ী হৈছে LJP দল৷

হাজিপুৰ কেন্দ্ৰৰ পৰা চিৰাগে ৬লাখতকৈয়ো অধিক ভোটত জয়লাভ কৰিছে৷ আৰজেডিৰ প্ৰাৰ্থীক প্ৰায় ১লাখ ৭০হাজাৰ ভোটত হৰুৱাইছে চিৰাগে৷ প্ৰথমে জাতীয় ৰাজনীতিত পিতৃ ৰামবিলাসৰ দৰে ইমানো সক্ৰিয় নাছিল চিৰাগ৷ কিন্তু নিজৰ ভাগ্য নিজেই সলাই পেলাইছে চিৰাগে৷ কঁপালৰ লিখন নহয় এই কঁপাল কষ্টেৰে বনাইছে চিৰাগে৷ বিহাৰৰ ৰাজনীতিত দোপতদোপে উত্থান চিৰাগৰ৷

২০২৪ ৰ লোকসভাত চিৰাগৰ ৰাজনৈতিক যাত্ৰা এক গুৰুত্বপূৰ্ণ মাইলফলক লৈ উঠিছে৷ চিৰাগে যি হাজিপুৰ কেন্দ্ৰৰ পৰা জয়ী হৈছে সেই কেন্দ্ৰৰ পৰা পূৰ্বে ৮বাৰ লোকসভা নিৰ্বাচনত জয়ী হৈছিল তেওঁ পিতৃ তথা দলিতৰ এগৰাকী অন্যতম নেতা ৰামবিলাস পাছোৱান৷ সেই ৰামবিলাস পাছোৱানৰ আদৰ্শকে সৰোগত কৰি আগুৱাইছে চিৰাগ৷

চিৰাগৰ অৱশ্যে আৰম্ভনিতে ৰাজনীতিৰ পৰা বহু দূৰৈত আছিল৷ চিৰাগে সপোন দেখিছিল অভিনেতা হ’ব৷ মুম্বাইত গৈ ডাঙৰ ডাঙৰ চিনেমা কৰিব৷ ২০১১ চনত অভিনেত্ৰী তথা বৰ্তমানৰ সাংসদ কংগনা ৰানাউটৰ সৈতে এখন ছবিত অভিনয় কৰিছিল চিৰাগে৷ ‘মিলে না মিলে হাম’ নামৰ ছবিত মুখ্য চৰিত্ৰত দেখা গৈছিল চিৰাগক৷ ছবিখনে বক্স অফিচত মুখঠেকেচা খালে৷ আৰম্ভণিতেই কেৰিয়াৰতো যতিয়েই পৰিল চিৰাগৰ৷ ফ্লপ হিৰোৰ ফোঁট যেন কঁপালত আঁকি দিয়া হ’ল চিৰাগৰ৷

সেই ছবিৰ পাছত প্ৰায় ৩বছৰ বলীউডত সংগ্ৰাম কৰি ঘৰৰ লৰা ঘৰলৈ ঘূৰি আহিল৷ মুম্বাই এৰি আকৌ বিহাৰেই হ’ল চিৰাগৰ ঠিকনা৷ তাৰপিছতেই ঘৰতে বহি থকা দেখি পিতৃয়ে চিৰাগক দলীয় কামকাজলৈ ওলিয়াই আনিলে৷ ৰামবিলাসৰ পৰামৰ্শেই ২০১৪ ৰ নিৰ্বাচনত জামুইৰ পৰা লোকসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰে চিৰাগে৷ জয়ীও হয় চিৰাগ৷ এই বিজয়েই চিৰাগৰ মনত সোমোৱাই দিলে ৰাজনীতিৰ নিচা৷ ৰাজনীতিয়েই তেওঁৰ বাবে উপযুক্ত ক্ষেত্ৰ সেই কথাত দ্বিমত নাই৷ চিৰাগে নিজেও বুজি পালে সেই কথা৷

২০১৯ত চিৰাগে আকৌ নিৰ্বাচন খেলিলে একেটা সমষ্টিৰ পৰাই৷ জামুইৰ পৰা ২০১৯তো পুনৰ জয়ী হ’ল চিৰাগ৷ কিন্তু তেতিয়াই হঠাৎ ৰামবিলাস পাছোৱানৰ মৃত্যু৷ ৰামবিলাসৰ মৃত্যুৰ পাছতেই দুভাগ হৈ পৰে এলজেপি৷ ২০২০ চনত চিৰাগ আৰু পশুপতিৰ পাৰিবাৰিত আৰু ৰাজনৈতিক সম্পৰ্কত ফাঁট মেলে৷ ৰামবিলাসৰ ৰাজনৈতিক উত্তৰাধিকাৰক লৈ চিৰাগ আৰু তেওঁৰ খুৰাক পশুপতিৰ মাজত মতবিৰোধ দেখা গৈছিল৷ সেই চেলেঞ্জ স্বীকাৰ কৰিয়েই ২০২০ ৰ বিধানসভা নিৰ্বাচনত দলৰ নেতৃত্ব দিছিল চিৰাগে৷ নীতিশ কুমাৰৰ জেডিইউ দলৰ আধিপত্য থকা প্ৰত্যেকটো আসনত প্ৰাৰ্থী দিয়ে এল জে পি আৰে৷

২০১৫ চনৰ তুলনাত ২০২০ চনত ২৭খন বিধানসভা আসন হাতৰ পৰা হেৰুৱাই নীতিশৰ দলে৷ ইয়াৰ পাছতেই ৰাজনীতিবিদ তথা দলিত নেতা হিচাপে চিৰাগৰ প্ৰভাৱ বৃদ্ধি পাই থাকে৷ ২০২১ চনত এল জে পিৰ ভাঙোনৰ সময়ত বিজেপি দল থিয় হৈছিল পশুপতিৰ ওচৰত৷ সেই সময়ত পশুপতিসহ লোকসভাত দলৰ পাঁচ সাংসদ এফলীয়া হৈছিল৷ অন্যহাতে আছিল চিৰাগ৷ সেই পৰিস্থিতিত লোকসভাৰ অধ্যক্ষ ওম বিৰালাইয়ো পশুপতি গোষ্ঠীকেই এলজেপি সংসদীয় দল বুলি স্বীকৃতিও দিছিল৷ এন ডি এ জোঁটতো পশুপতি গোষ্ঠীক স্থান দিছিল বিজেপিয়ে৷

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও চিৰাগক দেখুৱাইয়ে পশুপতিক কেন্দ্ৰীয় ৰাজ্যিকমন্ত্ৰীও কৰিছিল৷ ৰামবিলাসৰ যি দলিত ভোটবেংক সেয়া চিৰাগৰ সৈতে আছে সেই ইংগিত লাভ কৰিছিল কেন্দ্ৰৰ বিজেপিয়ে যাৰবাবে আকৌ গুৰুত্ব বাঢ়িছিল চিৰাগৰ৷ তাৰপিছতেই পশুপতিক এৰি আকৌ চিৰাগক আঁকোৱালি ল’লে পদ্মশিৱিৰে৷ চিৰাগেও আনুষ্ঠানিকভাৱে এন ডি এলৈ উভতিল৷ অভিমানত আনফালে কেন্দ্ৰীয় মন্ত্ৰিত্ব এৰিলে পশুপতিয়ে৷ কিন্তু এইবোৰ কথাক আওকান কৰি চিৰাগ আগুৱাই থাকিল৷

২০২১ চনত চিৰাগে আশীৰ্বাদ যাত্ৰা নামেৰে এক মিছিল উলিয়াইছিল সেই মিছিলৰ পৰাই চিৰাগৰ সমৰ্থকৰ সংখ্যা আৰু বৃদ্ধি পালে৷ চিৰাগৰ ক্ৰমবৰ্ধমান জনপ্ৰিয়তাক স্বীকৃতি দি ২০২৩ চনত বিজেপিয়ে তেওঁক স্বাগত জনাই৷ বিহাৰৰ লোকসভা নিৰ্বাচনত আসনো ভাগ বটোৱাৰা কৰে চিৰাগৰ সৈতে৷ চিৰাগৰ দলে হাজিপুৰসহ বিহাৰ লোকসভাৰ পাঁচখন আসন লাভ কৰিছে৷ এই বিজয়ৰ পাছতেই মোদী ৩.০ৰ মন্ত্ৰী হিচাপে স্বীকৃতিও লাভ কৰিছে চিৰাগ পাছোৱানে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন
বিনোদন

ছয় আৰু ছয়… বিৰাট কোহলীয়ে দেখুৱালে যাদু, ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়াত শতক অৰ্জন

September 27, 2026
বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…
জীৱনশৈলী

বাৰে বাৰে মুখত ঘাঁ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ সংকেত…

September 27, 2026
অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…
বিনোদন

অন্তৰংগ দৃশ্যৰ সময়ত নিজকে ৰখাব নোৱাৰিলে অভিনেতাই! তাৰ পিছত…

September 27, 2026
‘হত শৈশৱ’
সমীক্ষণ (আলোচনী)

‘হত শৈশৱ’

September 27, 2026
Next Post
চাঞ্চল্য, ৫ ঘণ্টা ধৰি নদীত উপঙি আছিল এজন, পাছত ভিডিঅ’ দেখি হাঁহিত ফাটি পৰিছে সকলো

চাঞ্চল্য, ৫ ঘণ্টা ধৰি নদীত উপঙি আছিল এজন, পাছত ভিডিঅ' দেখি হাঁহিত ফাটি পৰিছে সকলো

মন্দিৰৰ দানপাত্ৰ খুলি হতবাক, দানত উঠিল ১৭ কোটি টকা, বহু সোণ-ৰূপৰ বিস্কুট, টকা গণি কৰিব নাই শেষ

মন্দিৰৰ দানপাত্ৰ খুলি হতবাক, দানত উঠিল ১৭ কোটি টকা, বহু সোণ-ৰূপৰ বিস্কুট, টকা গণি কৰিব নাই শেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.