• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাহুলৰ বিৰুদ্ধে BJPসাংসদৰ ধাক্কা দিয়াৰ অভিযোগ, ৰাহুলে ধাক্কা মৰা কোন এই প্ৰতাপ ষড়ঙ্গি?

ৰাহুলৰ বিৰুদ্ধে BJPসাংসদৰ ধাক্কা দিয়াৰ অভিযোগ, ৰাহুলে ধাক্কা মৰা কোন এই প্ৰতাপ ষড়ঙ্গি?

2 years ago
এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

16 minutes ago
ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

1 hour ago
NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

2 hours ago
আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক

আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক

2 hours ago
গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

3 hours ago
Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

Saraighat Bridge: আজিৰে পৰা বন্ধ পুৰণি শৰাইঘাট দলং! গুৱাহাটীলৈ কেনেকৈ আহিব নামনিবাসী?

4 hours ago
কৃষকসকলৰ বাবে ডাঙৰ খবৰ! এই দিনটোত একাউণ্টলৈ আহিব ধন

কেতিয়া পাব PM Kisan আঁচনিৰ ২৪ সংখ্যক কিস্তি? এইদৰে কৰক চেক

4 hours ago
বুদ্ধিৰে ধন উপাৰ্জন কৰাৰ কৌশল, মাত্ৰ নকৰিব এইবোৰ ভুল!

SIP Calculations: ২০০০ টকাৰ SIP কৰি হওক কোটিপতি! জানক কিদৰে কৰিব জমা

5 hours ago
হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

হোৰাহোৰে হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! গুৱাহাটীত কিমান হৈছে মূল্য?

7 hours ago
আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

আগষ্ট মাহৰ পৰা পাব হিতাধিকাৰীয়ে দাইল, চেনি, নিমখ, চাউল, ডাঙৰ সিদ্ধান্ত হিমন্ত চৰকাৰৰ 

7 hours ago
হোৰাহোৰে বৃদ্ধি পেট্ৰ’ল-ডিজেলৰ মূল্য! ৫ দিনত দ্বিতীয়বাৰৰ পালে বৃদ্ধি

পুনৰ বাঢ়িব নেকি পেট্ৰ’ল-ডিজেলৰ মূল্য? হৰমুজ সংকটে কঢ়িয়াই আনিছে ভাবুকি!

8 hours ago
চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

চুলি কাটোতে নকৰিব ভুল, নহ’লে দেখা দিব আৰ্থিক সংকটে!

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ৰাহুলৰ বিৰুদ্ধে BJPসাংসদৰ ধাক্কা দিয়াৰ অভিযোগ, ৰাহুলে ধাক্কা মৰা কোন এই প্ৰতাপ ষড়ঙ্গি?

ৰাহুলৰ বিৰুদ্ধে BJPসাংসদৰ ধাক্কা দিয়াৰ অভিযোগ, ৰাহুলে ধাক্কা মৰা কোন এই প্ৰতাপ ষড়ঙ্গি?

editor by editor
December 19, 2024
in জীৱনশৈলী, বিবিধ, ভাৰত, ৰাজনীতি
0
ৰাহুলৰ বিৰুদ্ধে BJPসাংসদৰ ধাক্কা দিয়াৰ অভিযোগ, ৰাহুলে ধাক্কা মৰা কোন এই প্ৰতাপ ষড়ঙ্গি?
0
SHARES
126
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বুধবাৰৰ পাছত এইবাৰ বৃহস্পতিবাৰ৷ সংসদ উত্তাল৷ কংগ্ৰেছ বিজেপিৰ মাজত হতাহতি আৰু ৰক্তাৰক্তিও৷ বিজেপি সাংসদ প্ৰতাপ ষড়ঙ্গি আৰু মুকেশ ৰাজপুত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ ভৰ্তি হৈছে হাস্পতালত৷ সমগ্ৰ ঘটনাক লৈ বিজেপিয়ে কাঠগড়াত তুলিছে ৰাহুল গান্ধীক৷

প্ৰতাপ ষড়ঙ্গিৰ অভিযোগ, তেওঁ চিৰিত থিয় হৈ আছিল৷ তেতিয়াই অন্য এজন সাংসদ তেওঁৰ ওপৰত পৰি যায়৷ তেতিয়া তেঁৱো পৰি যায় ফলত মূৰত আঘাত পায়৷ কিন্তু এই অভিযোগ অস্বীকাৰ কৰিছে ৰাহুলে৷ তেওঁৰ দাবী, তেওঁ সংসদত সোমোৱাৰ চেষ্টা কৰিছিল কিন্তু বিজেপিৰ সাংসদসকলে তেওঁক বাধা দিবলৈ চেষ্টা কৰিছিল৷ ৰাহুলকহে ঢাক্কা দিয়া হৈছিল, ধমকিও দিয়া হৈছিল৷ কংগ্ৰেছৰ ওলোটা অভিযোগ যে মল্লিকাৰ্জূন খাৰ্গেকো ধাক্কা দিয়া হৈছিল৷

ঘটনাৰ পাছতেই সামাজিক মাধ্যমত ভাইৰেল হৈছে বিজেপিৰ বৰ্ষীয়ান সাংসদ প্ৰতাপ ষড়ঙ্গিৰ ছবি৷ কোন তেওঁ? ওড়িশাৰ বালাছোৰ কেন্দ্ৰৰ পৰা বিজেপিৰ টিকটত জয়ী হৈছে প্ৰতাপ ষড়ঙ্গি৷ ১৯৫৫ চনৰ জানুৱাৰীত বালেশ্বৰৰ গোপীনাথপুৰত তেওঁৰ জন্ম৷ উৎকল বিশ্ববিদ্যালয়ৰ অধীনত ফকিৰমোহন কলেজৰ পৰা উচ্চশিক্ষা শেষ কৰে তেওঁ৷

৬৯বছৰ বয়সীয়া ওড়িশাৰ এই বিজেপি নেতাই দীৰ্ঘদিন ধৰি আদিবাসী উন্নয়নৰ সৈতে যুক্ত৷ গণশিক্ষা মন্দিৰ যোজনাৰ অধীনত বালেশ্বৰ আৰু ময়ূৰভঞ্জৰ একাধিক আদিবাসী অধ্যুষিত গাওঁত স্কুল খুলিছিল তেওঁ৷ ৰাজনীতিত অহাৰ পূৰ্বে বালেশ্বৰৰ এখন কলেজত কেৰানিৰ চাকৰিও কৰিছিল তেওঁ৷ দীৰ্ঘদিন ধৰি আৰ এছ এছৰ স্বেচ্ছাসেৱক হিচাপে তেওঁ কাম কৰিছে৷ সাংসদ হোৱাৰ পূৰ্বে ওড়িশাৰ বিধানসভাৰ ২বাৰৰ বিধায়ক আছিল তেওঁ৷ ২০১৪চনৰ বালেশ্বৰ লোকসভা কেন্দ্ৰৰ পৰা যুঁজ দিয়ে তেওঁ৷ ২০১৯ চনত সেই কেন্দ্ৰৰ পৰাই সাংসদ হয় তেওঁ৷ একাধিক বিতৰ্কতো সোমাই পৰিছিল৷ ১৯৯৯ চনত ধৰ্মযাজক গ্ৰাহাম ষ্টেন হত্যাকাণ্ডতো তেওঁৰ নাম সাঙোৰ খাইছিল৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই
বিনোদন

এইবাৰ ষ্টেডিয়ামৰ ঘাঁহ চ’ৰাদাম বিক্ৰী কৰিব ফিফাই

July 13, 2026
ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!
জীৱনশৈলী

ভুলতো এই ৫ লোকে নাখাব মাখানা, অন্যথা বিপদ অনিবাৰ্য!

July 13, 2026
NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন
অসম

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

July 13, 2026
আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক
বাণিজ্য

আয়ুষ্মান কাৰ্ড আছে, কিন্তু ক’ত বিনামূলীয়া চিকিৎসা পাব নাজানে? তেন্তে সবিশেষ জানক

July 13, 2026
Next Post
নতুন বছৰত জীৱনলৈ আহিব বিৰাট পৰিবৰ্তন, ২০২৫ কেনে হ’ব মিথুন ৰাশিৰ জাতকৰ?

নতুন বছৰত জীৱনলৈ আহিব বিৰাট পৰিবৰ্তন, ২০২৫ কেনে হ’ব মিথুন ৰাশিৰ জাতকৰ?

কাইলৈ কৃষ্ণা পঞ্চমীত ৰবি যোগ, মহালক্ষ্মীৰ আশীৰ্বাদ পাব এই ৫ৰাশিৰ জাতকে

কাইলৈ কৃষ্ণা পঞ্চমীত ৰবি যোগ, মহালক্ষ্মীৰ আশীৰ্বাদ পাব এই ৫ৰাশিৰ জাতকে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.