• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
এলুমিনিয়াম ফইল— এক আশ্চর্য। খাদ্য সংৰক্ষণৰ উপৰি আৰু কি কি উপযোগিতা?

এলুমিনিয়াম ফইল— এক আশ্চর্য। খাদ্য সংৰক্ষণৰ উপৰি আৰু কি কি উপযোগিতা?

5 years ago
Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

Oscars 2026: কোনখন ছবিয়ে কি শিতানত দখল কৰিলে ২০২৬ বৰ্ষৰ অস্কাৰ?

45 minutes ago
দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

2 hours ago
LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

LPG চিলিণ্ডাৰৰ নতুন আপডেট, হ্ৰাস নে বৃদ্ধি পালে বুকিং?

2 hours ago
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

3 hours ago
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

3 hours ago
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

15 hours ago
বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

বিয়াত বহিবলৈ অমান্তি প্ৰেমিকা, প্ৰেমিকে সংঘটিত কৰিলে আচৰিত কাণ্ড!

15 hours ago
প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

প্ৰেমত কোনে বেছি বলিয়া হৈ পৰে, ল’ৰা নে ছোৱালী?

16 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

17 hours ago
দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

দাঁতৰ বিষে অশান্তি কৰিছে নেকি? ঘৰুৱা সহজ পদ্ধতিৰে কৰক দূৰ!

18 hours ago
কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

18 hours ago
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, March 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

এলুমিনিয়াম ফইল— এক আশ্চর্য। খাদ্য সংৰক্ষণৰ উপৰি আৰু কি কি উপযোগিতা?

editor by editor
June 28, 2021
in অসম, উত্তৰ-পূব, গুৱাহাটী, জীৱনশৈলী, বিজ্ঞান, বিবিধ, ভাৰত
0
এলুমিনিয়াম ফইল— এক আশ্চর্য। খাদ্য সংৰক্ষণৰ উপৰি আৰু কি কি উপযোগিতা?
0
SHARES
14.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ এলুমিনিয়াম ফইল আজি সকলোৰে পৰিচিত। হোটেল-ৰেস্তোঁৰাৰ পৰা গৃহস্থলৈ ইয়াৰ সমানে উপযোগিতা। সাধাৰণতে খাদ্যসামগ্ৰী দীর্ঘ সময়লৈ নষ্ট নোহোৱাকৈ ৰাখিবৰ বাবে খাদ্যসামগ্ৰীৰ ওপৰত এলুমিনিয়াম ফইল মেৰিয়াই দিয়া হয়। এলুমিনিয়াম ফইলৰ উপযোগিতা সর্বসাধাৰণে ঠিক এনেধৰেণই বুজে। কিন্তু ইয়াৰ আছে ভিন্নমুখী উপযোগিতা। সেয়ে এলুমিনিয়াম ফইলক একপ্ৰকাৰে আশ্চর্য বুলি ভবাৰো থল নথকা নহয়।

  • দীর্ঘসময়ৰ বাবে খাদ্যসামগ্ৰী নষ্ট নোহোৱাকৈ ৰাখিব পৰা যায় এলুমিনিয়াম ফইল খাদ্যসামগ্ৰীৰ ওপৰত মেৰিয়াই।
  • কেঁচী ধাৰ দিব পাৰি এলুমিনিয়াম ফইলেৰে। কেঁছী এখন ধাৰ দিয়া কিছু কষ্টকৰ কাম। কিন্তু যদি এলুমিনিয়াম ফইলৰ শ্বীট এখন কেচিৰে কটা হয়, কেঁচীখন ছেকেণ্ডৰ ভিতৰতে ধাৰসম্পন্ন হৈ উঠে।
  • কাপোৰ ইস্ত্ৰী কৰাত সময় আৰু বিদ্যুৎ ৰাহি কৰিব পৰা যায় এলুমিনিয়াম ফইলৰ জৰিয়তে। ইস্ত্ৰীটোৰ তলত এখন এলুমিনিয়াম শ্বীট পাৰি লওক। এলুমিনিয়াম শ্বীটসহ ইস্ত্ৰীটো এখন কাপোৰেৰে গাঁঠি লওক। ইস্ত্ৰী চলোৱাৰ লগে লগে কাম হ’ব। কম সময়তে ইস্ত্ৰী হ’ব, বিদ্যুৎ ৰাহি হ’ব আৰু কাপোৰৰ ওলোটা ফালত ইস্ত্ৰী নকৰিলেও হ’ব।
  • বস্ত্ৰ আৰামদায়ক কৰি তোলাত সহায়ক এলুমিনিয়াম ফইল। ছিন্থেটিক ফাঁইবাৰেৰে তৈয়াৰী বস্ত্ৰ খোলাৰ পাছত কেতিয়াবা গাৰ ছালত বিন্ধাৰ দৰে লাগে, অস্বস্তিবোধ হয়। এনে অসুবিধা দূৰ কৰিবলৈ এলুমিনিয়াম ফইলৰ শ্বীট এটা লাড়ুৰ দৰে কৰি লওক আৰু শ্বার্ট-পেণ্ট অথবা অন্য বস্ত্ৰৰ অসুবিধা দিয়া অঞ্চলটোত ঘঁহি দিয়ক। নিমিষতে অসুবিধা দূৰ হ’ব।
  • ৱাইফাইৰ ছিগনেল লাভৰ ক্ষেত্ৰত সহায়ক। মোবাইল অথবা লেপটপত যদি ৱাইফাই ছিগনেল বাধাগ্ৰস্ত হৈছে, তেনেহ’লে মোবাইল-লেপটপৰ সমীপত এলুমিনিয়াম ফইলৰ এখন শ্বীট ৰাখি থওক। ছিগনেল পাই যাব।
  • পানীৰ লীকেজ বন্ধত সহায়ক। যদি আপোনাৰ টেপ অথবা টিনপাতৰ পৰা পানী নিগৰিছে, সেই স্থানত এলুমিনিয়াম ফইলৰ শ্বীট খাজি দিয়ক। পানীৰ লীকেজ বন্ধ হৈ যাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: aluminium foilasom live 24assam live 24axom live 24
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!
জীৱনশৈলী

দুপৰীয়া টোপনি যোৱা অভ্যাসে মাতিব পাৰে বিপদ!

March 16, 2026
মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!
জীৱনশৈলী

মহাদেৱৰ আশীৰ্বাদ পাবলৈ সোমবাৰে কৰক এইকেইটা কাম!

March 16, 2026
অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত
জীৱনশৈলী

অভাৱে জুৰুলা কৰিব আপোনাক! ভুলতো জোতা-চেণ্ডেল পিন্ধি প্ৰৱেশ নকৰিব পাকঘৰত

March 16, 2026
পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!
জীৱনশৈলী

পাকঘৰৰ এইবিধ সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ ছালৰ সমস্যা!

March 15, 2026
Next Post
বিজেপি চৰকাৰে দেখুওৱা সপোন

বিজেপি চৰকাৰে দেখুওৱা সপোন

৪১ বছৰৰ মূৰত ঘূৰি আহিল টাৰ্জান!

৪১ বছৰৰ মূৰত ঘূৰি আহিল টাৰ্জান!

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.