• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ব্যয়বহুল হ’ল আমেৰিকাৰ ভিছা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই নিয়ম? কিমান ভৰিব লাগিব টকা?

ব্যয়বহুল হ’ল আমেৰিকাৰ ভিছা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই নিয়ম? কিমান ভৰিব লাগিব টকা?

12 months ago
দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

17 minutes ago
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

43 minutes ago
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

2 hours ago
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

2 hours ago
ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

ছোনম ৱাংচুকক ব্যৱহাৰ কৰি আছে CJP-এ, মন্তব্য শ্বেতা তিৱাৰীৰ

11 hours ago
ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

ISROৰ শতাধিক বিজ্ঞানীৰ পদত্যাগৰ পিছতে কঠোৰ চৰকাৰ, নিৰ্দেশনা জাৰি

12 hours ago
যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

যেন চিনেমাৰ কাহিনী! কি এক কাকতলীয়া সংযোগ

12 hours ago
আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

আগন্তুক ১০ দিন এই ৪টা ৰাশিৰ বাবে সোণালী সময়

14 hours ago
গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

গুলশ্যন গ্ৰোভাৰৰ সৈতে চুম্বনৰ সেই বিতৰ্কিত দৃশ্যক লৈ কেটৰিনাৰ মন্তব্য কি?

14 hours ago
‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

‘ভগৱান শ্ৰীকৃষ্ণই দিনটোত পঢ়িছিল ৫বাৰকৈ নামাজ’- মৌলানাৰ নিকৃষ্ট মন্তব্য

15 hours ago
ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

ইনফাৰ্টিলিটীৰ সমস্যাত ভুগিছে নেকি?

16 hours ago
ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

ইতিহাসৰ অন্যতম ভয়াৱহ সামুদ্ৰিক দুৰ্ঘটনা! ৫ শতাধিকৰ মৃ*ত্যুৰ আশংকা

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, July 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ব্যয়বহুল হ’ল আমেৰিকাৰ ভিছা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই নিয়ম? কিমান ভৰিব লাগিব টকা?

editor by editor
July 20, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
ব্যয়বহুল হ’ল আমেৰিকাৰ ভিছা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই নিয়ম? কিমান ভৰিব লাগিব টকা?
0
SHARES
122
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ব্যয়বহুল হ’ল আমেৰিকাৰ ভিছা, কেতিয়াৰ পৰা আৰম্ভ হ’ব এই নিয়ম? কিমান ভৰিব লাগিব টকা?

পূৰ্বতকৈ অধিক ব্যৱবহুল হৈ পৰিল আমেৰিকাৰ ভিছা। এতিয়াৰ পৰা আমেৰিকা ভ্ৰমণৰ বাবদ নাইবা শিক্ষা গ্ৰহণেই হওক কিম্বা ব্যৱসায়, ভিছাৰ বাবে অধিক টকা ভৰিব লাগিব।

ট্ৰাম্প চৰকাৰৰ নতুন এক্ট ‘বিগ বিউটিফুল এক্ট’ৰ অধিনত এতিয়াৰ পৰা ভিছাৰ মাচুল প্ৰৱৰ্তন হব। নতুন নিয়ম অনুসৰি সকলো নন-ইমিগ্ৰেণ্ট ভিছাৰ বাবে ২৫০ ডলাৰ (ভাৰতীয় হিচাপত ২১,৫৪৬ টকা) নতুন ভিছা ইন্টিগ্ৰিটি মাচুল প্ৰৱৰ্তন কৰিছে, যিটো বৰ্তমানৰ ভিছা মাচুলৰ তুলনাত ১৫,৯৪৪ টকা অধিক হ’ব।

অৱশ্যে কেতিয়াৰ পৰা এই ব্যৱস্থাটো আৰম্ভ হ’ব সেই সন্দৰ্ভত জানিব পৰা মতে, অহা বিত্তীয় বৰ্ষৰ পৰা কাৰ্যকৰী হ’ব এই দুগুণ ভিছা মাচুল। অৱশ্যে এই দুগুণ মাচুলৰ ক্ষেত্ৰত আছে এক অন্য নিয়মো। সম্পূৰ্ণ নিয়ম মানি চলিলে আমেৰিকা এৰাৰ সময়ত উভতাই পাব অতিৰিক্ত মাচুল।

নতুন নিৰ্দেশনা অনুসৰি যিসকল আবেদনকাৰীয়ে ভিছা লাভ কৰাৰ পিছত নিয়ম সম্পূৰ্ণৰূপে মানি চলি সময়মতে আমেৰিকা ত্যাগ কৰে সেই সকল লোকক ভিছাৰ অতিৰিক্ত মাচুল ঘূৰাই দিয়া হ’ব।

এই সিদ্ধান্তই ভাৰতকে ধৰি সকলো দেশকে প্ৰভাৱিত কৰিব, বিশেষকৈ যিসকল লোকে পঢ়া-শুনা, চাকৰি বা পৰ্যটন ভিছাৰ বাবে আমেৰিকালৈ আহে।

উল্লেখ্য যে আমেৰিকাই তেঁওলোকৰ দেশলৈ যোৱা মানুহক দু-প্ৰকাৰৰ ভিছা প্ৰদান কৰে। এটা হ’ল নন-ইমিগ্ৰেণ্ট ভিছা, যিটো অস্থায়ীভাৱে থকাৰ বাবে দিয়া হয়। দ্বিতীয়টো ইমিগ্ৰেণ্ট ভিছা, যিটো স্থায়ী বাসস্থানৰ বাবে দিয়া হয়।

আমেৰিকাই ইয়াৰে নন-ইমিগ্ৰেণ্ট ভিছাৰ মাচুল বৃদ্ধি কৰিছে। নন-ইমিগ্ৰেণ্ট ভিছা পৰ্যটন, ব্যৱসায়, অধ্যয়ন বা আন কামৰ বাবদ দিয়া হয়। পৰ্যটন, ব্যৱসায় আৰু চিকিৎসাৰ বাবে বি-১/বি-২ ভিছা উপলব্ধ। আমেৰিকাই অধ্যয়নৰ বাবে এফ-১ ভিছা, চাকৰৰ বাবে এইচ-১বি ভিছা, যিকোনো ধৰণৰ বিনিময় কাৰ্যসূচীৰ বাবে জে-১ ভিছা আৰু কৃষি আৰু অকৃষি কামৰ বাবে এইচ-২এ/এইচ-২বি ভিছা দিয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: America VisaBig Beautiful BillDonald Trump
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!
বিবিধ

দেশৰ কেইবাটাও বেংকে এইসকল লোকৰ বাবে আনিছে বাম্পাৰ অফাৰ!

July 17, 2026
হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?
বিশ্ব

হৰমুজ দখলেই মূল উদ্দেশ্য! আমেৰিকাৰ এইবাৰ কি নতুন কৌশল?

July 17, 2026
ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!
বিনোদন

ভাৰতীয় ক্ৰিকেটত ৰোহিত যুগৰ অৱসান! বিদায় বেলাত ৰোহিত শৰ্মা!

July 17, 2026
জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?
জীৱনশৈলী

জ্যোতিষ শাস্ত্ৰ অনুসৰি আজি আপোনাৰ দিনটো কেনে যাব?

July 17, 2026
Next Post
শিহৰণকাৰী, গুজৰাটৰ মেডিকেল কলেজৰ পাছত এইবাৰ বাংলাদেশৰ কলেজ বিল্ডিঙত বিমান দুৰ্ঘটনা

শিহৰণকাৰী, গুজৰাটৰ মেডিকেল কলেজৰ পাছত এইবাৰ বাংলাদেশৰ কলেজ বিল্ডিঙত বিমান দুৰ্ঘটনা

মানচেষ্টাৰ টেষ্টৰ দুদিন পূৰ্বে ভাৰতীয় দলত দুটাকৈ আঘাত, দলৰ বাহিৰ নীতিশ-অৰ্শদীপ

মানচেষ্টাৰ টেষ্টৰ দুদিন পূৰ্বে ভাৰতীয় দলত দুটাকৈ আঘাত, দলৰ বাহিৰ নীতিশ-অৰ্শদীপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.