• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

2 months ago
বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?

বিপদত ৰিয়ান পৰাগ! ড্ৰেছিং ৰূমত ই চিগাৰেট সেৱনৰ গম্ভীৰ অভিযোগ, কি হ’ব ক্ৰিকেটাৰজনৰ ভৱিষ্যৎ?

23 minutes ago
মহিলাতকৈ পুৰুষৰ কি পৃথক? জানি আপুনিও হ’ব আচৰিত!

মহিলাতকৈ পুৰুষৰ কি পৃথক? জানি আপুনিও হ’ব আচৰিত!

1 hour ago
পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

19 hours ago
বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

বিয়া পাতিলে ঠিকেই, কিন্তু কইনাক লগত নিব নুখুজিলে দৰাই! তাৰ পিছত…

20 hours ago
স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন মঞ্জুৰ, ন্যায় পাবনে স্বামী ৰাজা ৰঘুবংশী?

20 hours ago
ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

ওৰে নিশা বাৰৰ ভিতৰত কি কৰিছিল ৩ যুৱতীয়ে? মঠঘৰীয়া কাণ্ডৰ ভয়ংকৰ তথ্য ফাদিল!

21 hours ago
মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

22 hours ago
ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

23 hours ago
হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

হনুমানক সন্তুষ্ট কৰাৰ সহজ উপায়: হাতলৈ আহিব ধন, হ’ব উন্নতি…

23 hours ago
8th Pay Commission ৰ আহিছে নতুন আপডেট, আপুনি জানেনে কেনেকৈ দৰমহাৰ সিদ্ধান্ত লোৱা হ’ব?

8th Pay Commission ৰ আহিছে নতুন আপডেট, আপুনি জানেনে কেনেকৈ দৰমহাৰ সিদ্ধান্ত লোৱা হ’ব?

24 hours ago
বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ’ল IPL ৰ আম্পায়াৰ?

বিৰাট কোহলিৰ সৈতে U-19 বিশ্বকাপ জয় কৰা খেলুৱৈজন কেনেকৈ হ’ল IPL ৰ আম্পায়াৰ?

1 day ago
‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’,  জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে

‘ভালকৈ খবৰ ল’ম…পিছত আক্ষেপ নকৰিব’, জাহাংগীৰ খানক সকীয়াই দিয়ে UP ৰ সিংঘমে

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?

editor by editor
February 21, 2026
in জীৱনশৈলী
0
ডিভোৰ্ছৰ বাবে নিজৰ কোন দুটা স্বভাৱ দায়ী বুলি স্বীকাৰ কৰিছে আমিৰ খানে? সম্পৰ্ক ধৰি ৰাখিবলৈ কি কি অভ্যাস ত্যাগ কৰা জৰুৰী?
0
SHARES
386
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বলীউডৰ মিষ্টাৰ পাৰফেক্টচনিষ্ট বুলি কোৱা হয় তেওঁক৷ তেওঁ আমিৰ খান৷ সম্প্ৰতি এক সাক্ষাৎকাৰত আমিৰ খানে জনাইছে যে তেওঁৰ কাম পাগল স্বভাৱ আৰু মানসিক আঘাত পালে নিজৰ মাজতে সামৰি ৰাখিছিল৷ ৩-৪ দিন অকলে থাকিছিল, কাৰো সৈতে কথা পতা নাছিল৷ নিজৰ দুই ডিভোৰ্ছৰ বাবে এই অভ্যাসকেই আংশিক দায়ী কৰিছে তেওঁ৷ ইয়াতেই প্ৰশ্ন হয়, এই ধৰণৰ অভ্যাসে বিবাহ বা প্ৰেমৰ সম্পৰ্কত কিমান প্ৰভাৱ পেলাব পাৰে?

প্ৰথমতে অতিৰিক্ত কাম পাগলে মানসিক সম্পৰ্কত দূৰত্ব তৈয়াৰ কৰে৷ সম্পৰ্ক টিকি থাকে সময়, মনোযোগ আৰু ইমোছনেল বণ্ডিঙৰ ওপৰত ভিত্তি কৰি৷ যদি সংগীয়ে সকলো সময়ত কামক অগ্ৰাধিকাৰ দিয়ে, তেতিয়া অন্যজনে নিজকে অৱহেলিত ধাৰণা কৰিব পাৰে৷ ধীৰে ধীৰে জমি উঠে অভিমান, একাকীত্ব আৰু নিৰাপত্তাহীনতা৷ দীৰ্ঘম্যাদতচ ই সম্পৰ্কৰ ভেটি দুৰ্বল কৰি দিয়ে৷

দ্বিতীয়তে মনত আঘাত পালে সম্পূৰ্ণ চূপ কৰি যোৱা বা নিজৰ মাজতে সামৰি ৰখাই সম্পৰ্ক ভাঙিব পাৰে৷ কোনো সমস্যা বা কষ্ট হলে সেয়া আলোচনা নকৰি অকলে অকলে সহ্য কৰি থাকিলে ভুল বুজাবুজি বাঢ়ে৷ সংগীয়ে বুজিব নোৱাৰে সমস্যা ক’ত? ফলত দূৰত্ব আৰু বাঢ়ে৷ নীৰৱতা বহু সময়ত খং বা প্ৰত্যখ্যান হিচাপে ধৰা পৰে, যিয়ে সম্পৰ্কৰ উষ্ণতা নষ্ট কৰে৷ তেনে হ’লে কি কৰা উচিত?

অপেন কমিউনিকেছন গঢ়ি তোলা

কষ্ট বা চাপ অনুভৱ কৰিলে শান্তভাৱে সংগীক জনোৱাটো জৰুৰী৷

কাম আৰু ব্যক্তিগত জীৱনত ভাৰসাম্য ৰখা

কাম গুৰুত্বপূৰ্ণ, কিন্তু সম্পৰ্কও সমানে গুৰুত্বপূৰ্ণ৷ সপ্তাহৰ নিৰ্দিষ্ট সময় কেৱল পৰিয়ালৰ বাবে ৰাখিব পাৰে৷ মোবাইল বা অফিচৰ চাপ বঢ়া৷

ইমোচনেল ৰেগুলেছন শিকা

খং, কষ্ট বা হতাশা আহিলে নিজকে সম্পূৰ্ণ অকলশৰীয়াকৈ নাৰাখি ধীৰে ধীৰে কথা কোৱাৰ অভ্যাস কৰক৷ প্ৰয়োজনত কাউন্সেলিং বা থেৰাপিৰ সহায় লোৱাটো ভাল৷

কোৱালিটি টাইম আৰু সৰু সৰু যত্ন

সম্পৰ্কত ডাঙৰ একো নহলেও সৰু সৰু যত্ন, একেলগে খোৱা, খোজ কঢ়া, মুকলি আড্ডা, এইসমূহে আৱেগৰ বন্ধনক টান কৰে৷

আত্মসমালোচনা আৰু পৰিবৰ্তনৰ ইচ্ছা

নিজৰ দুৰ্বলতা স্বীকাৰ কৰা পৰিবৰ্তনৰ প্ৰথম ধাপ৷ যদি কোনোৱে বুজিব পাৰে যে তেওঁৰ অভ্যাসে সম্পৰ্কক আঘাত কৰিছে৷ সেয়ে সচেতনভাৱে সেয়া সলনিৰ চেষ্টা কৰাটো প্ৰয়োজন৷

কামপাগল হোৱা বা অকলে থাকিব খোজাটো বেয়া নহয়৷ কিন্তু যেতিয়া নিয়মিতভাৱে সম্পৰ্কৰ যোগাযোগ আৰু ইমোছনেল বণ্ড গঢ়ি তুলাত বাধা দিয়ে তেতিয়াই সমস্যাৰ সৃষ্টি হয়৷ সুস্থ সম্পৰ্কৰ মূল চাবিকাঠি হৈছে সমতা, বুজাপতা আৰু খোলামেলা যোগাযোগ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মহিলাতকৈ পুৰুষৰ কি পৃথক? জানি আপুনিও হ’ব আচৰিত!
জীৱনশৈলী

মহিলাতকৈ পুৰুষৰ কি পৃথক? জানি আপুনিও হ’ব আচৰিত!

April 29, 2026
পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ
জীৱনশৈলী

পুৰুষৰ কি বস্তুই আকৰ্ষণ কৰে নাৰীক? ৯৯% লোকে নাজানে সঠিক উত্তৰ

April 28, 2026
মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!
জীৱনশৈলী

মে’ মাহত সলনি হ’ব বহুলোকৰ ভাগ্য, মাত্ৰ এই ৪ ৰাশিৰ লোকসকল থাকক সাৱধানে!

April 28, 2026
ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!
জীৱনশৈলী

ৰ’দত ক’লা পৰা ছাল অতি সহজে কৰক ঠিক, অনুসৰণ কৰক মাত্ৰ এই টিপচ!

April 28, 2026
Next Post
২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

২ দিন পাছতেই কুম্ভলৈ আহিব সেনাপতি গ্ৰহ মঙ্গল, কেৰিয়াৰত উন্নতি, হাতলৈ ধন আহিব এই ৫ৰাশিৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

ডায়বেটিছ আছে নেকি? এই ৫ফলে আপোনাৰ ভয়ংকৰ ক্ষতি কৰিব পাৰে, তৎক্ষণাৎ বাঢ়িব পাৰে ছুগাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.