• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পথত আদিম মানৱ হিচাপে ঘুৰি ফুৰিছে এগৰাকী ছুপাৰষ্টাৰে, চিনিব পাৰিছেনে

পথত আদিম মানৱ হিচাপে ঘুৰি ফুৰিছে এগৰাকী ছুপাৰষ্টাৰে, চিনিব পাৰিছেনে

2 years ago
পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

13 minutes ago
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

37 minutes ago
নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

নগাঁও উপ নিৰ্বাচনৰ ভোটগ্ৰহণত নিৰ্বাচনী হিংসা

1 hour ago
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

2 hours ago
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

2 hours ago
কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

কিয় নেতৃত্বৰ দায়িত্ব এৰিলে হৰমনপ্ৰীতে?

3 hours ago
‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

‘আছিকক গু*লীয়ালে, ৰূপম শইকীয়াক এৰি দিলে কিয়?’

3 hours ago
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰী আৱসত নিশা হৈছিল কি?

4 hours ago
ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহ*ত ৭

5 hours ago
গ্ৰীষ্মকালত কিয় বাঢ়ে পেটৰ সমস্যা? নকৰিব এইবোৰ ভুল!

প্ৰস্ৰাৱ জ্বলা-পোৰা বা দুৰ্গন্ধ… UTI সমস্যা হোৱাৰ পূৰ্বে কি খাব, কি নাখাব?

6 hours ago
নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

নিমিষা হত্যাৰ অভিযুক্ত আছিক আলীক এনকাউণ্টাৰ, বৰ্তমান কেনে আছে স্বাস্থ্য?

7 hours ago
শুকুৰ আলীৰ মৃত্যু, মৃত্যুদূতৰূপী ডাম্পাৰে নিলে মহতিয়াই

ভয়ংকৰ পথ দুৰ্ঘটনা, সংকটজনক অৱস্থাত ৩ জনক হাস্পতাললৈ প্ৰেৰণ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

পথত আদিম মানৱ হিচাপে ঘুৰি ফুৰিছে এগৰাকী ছুপাৰষ্টাৰে, চিনিব পাৰিছেনে

editor by editor
January 30, 2025
in চিনেমা, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
পথত আদিম মানৱ হিচাপে ঘুৰি ফুৰিছে এগৰাকী ছুপাৰষ্টাৰে, চিনিব পাৰিছেনে
0
SHARES
1.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পথত আদিম মানৱ হিচাপে ঘুৰি ফুৰিছে এগৰাকী ছুপাৰষ্টাৰে, চিনিব পাৰিছেনে

ছ’চিয়েল মিডিয়াৰ যুগত অভিনেতাসকলে প্ৰায়ে নিজৰ চেহেৰাৰ সৈতে নতুন নতুন পৰীক্ষা-নিৰীক্ষা কৰি থাকে। শেহতীয়াকৈ এটা ভিডিঅ’ ভাইৰেল হৈছিল, য’ত এজন অভিনেতাক আদিম মানুহৰ সাজ-পোছাক পিন্ধি সাধাৰণ মানুহৰ দৰে ৰাজপথত ঘূৰি ফুৰা দেখা গৈছিল।

পথত খোজ কঢ়া শ শ মানুহৰ ভিতৰত কোনেও চিনি পাব পৰা নাছিল এই অভিনেতাগৰাকীক। বৰ্তমানে সামিজক মাধ্যমত ভাইৰেল হৈ পৰিছে অভিনেতাগৰাকীৰ এই বেশৰ ভিডিঅ।

ভিডিঅত দেখা অনুসৰি অভিনেতাগৰাকীয়ে কাকো কেৰপ নকৰি কেৱল নিজৰ মতেই ইফালে সিফালে ঘূৰি ফুৰি সকলোকে আওকাণ কৰি আগবাঢ়ি যোৱা দেখা গৈছিল। কিন্তু কোনো এজন সাধাৰণ লোকে ধৰিব নোৱাৰে ছুপাৰষ্টাৰ গৰাকীক।

উল্লেখ্য যে, এই আদিম মানুহৰ বেশত ঘূৰি ফুৰা এই মানুহজন কোটি টকাৰ অধিকাৰী। মুম্বাইৰ এটা আড়ম্বৰপূৰ্ণ অঞ্চলত ৬০ কোটি টকাৰ বাংলোত বাস কৰে অভিনেতাগৰাকী। বলীউডত যিখন ছবিতেই কাম কৰি সেই ছবিখনেই ছুপাৰহিত হয়।

এই অভিনেতাগৰাকী হৈছে বলীউডৰ মিষ্টাৰ পাৰফেক্টনিষ্ট আমিৰ খান। আমিৰ খানৰ এই ভিডিঅ ভাইৰেল হোৱাৰ পাছতে বহু অনুৰাগীয়ে দোধোৰ মোধোৰত পৰিছে, সঁচাকৈয়ে আমিৰ নে বুলি। কাৰণ কোনো কোনো দৃশ্যৰ অক্ষয়ৰ দৰে দেখা গৈছে অভিনেতাগৰাকীক। পাছে এইগৰাকী আমিৰ খানেই হয়।

অভিনেতাগৰাকীৰ মেকআপ ইমানেই বাস্তৱিক আছিল যে তেওঁক কোনেও চিনিব পৰা নাছিল। পাছত আমিৰ খানে নিজেই এই কথা প্ৰকাশ কৰে , তেওঁৱে েসই আদিম সাজত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amir khanBollywoodbollywood actorviral video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি
ৰাজনীতি

পশ্চিমবংগৰ উপ নিৰ্বাচনৰ ভোটগ্ৰহণৰ সময়তে উত্তপ্ত পৰিস্থিতি

October 6, 2026
ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব
জীৱনশৈলী

ভয়ংকৰ ৰোগৰ সংক্ৰমণক লৈ চিন্তিত বিশ্ব

October 6, 2026
এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!
ভাৰত

এইবাৰ থাইলেণ্ডৰ যুৱতীৰে লাভ জেহাদ!

October 6, 2026
সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী
বিনোদন

সোণাক্ষী সিনহাৰ গাড়ী চালকৰ অনন্য কাহিনী

October 6, 2026
Next Post
 দিল্লী চৰকাৰক আক্ৰমণ, লগতে তাত বাস কৰা অসমীয়া লোকৰ সৈতে বাৰ্তালাপ মুখ্যমন্ত্ৰী শৰ্মাৰ

 দিল্লী চৰকাৰক আক্ৰমণ, লগতে তাত বাস কৰা অসমীয়া লোকৰ সৈতে বাৰ্তালাপ মুখ্যমন্ত্ৰী শৰ্মাৰ

কাইলৈ মাহৰ শেষৰটো দিনত মালব্য ৰাজযোগ, মা লক্ষ্মীৰ কৃপাত ৫ ৰাশিৰ ভাগ্যলৈ বিপুল টকা

কাইলৈ মাহৰ শেষৰটো দিনত মালব্য ৰাজযোগ, মা লক্ষ্মীৰ কৃপাত ৫ ৰাশিৰ ভাগ্যলৈ বিপুল টকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.