• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

8 months ago
২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!

২১ বছৰৰ মূৰত পুনৰ একেলগে গান গাব উদিত নাৰায়ণ-কুমাৰ ছানু!

12 minutes ago
আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

36 minutes ago
বংগোপসাগৰৰ পৰা আহি আছে ভয়ংকৰ বিপদ!

বংগোপসাগৰৰ পৰা আহি আছে ভয়ংকৰ বিপদ!

1 hour ago
২৭ লাখ ভাৰতীয়ৰ বাবে ডাঙৰ খবৰ!

২৭ লাখ ভাৰতীয়ৰ বাবে ডাঙৰ খবৰ!

1 hour ago
কলৰ সৈতে গাখীৰ একেলগে খালে কি হয়? জানি হ’ব আচৰিত

কলৰ সৈতে গাখীৰ একেলগে খালে কি হয়? জানি হ’ব আচৰিত

3 hours ago
টাইগাৰ নহয়, বিষ্ণোই গেঙৰ টাৰ্গেট আমিৰ খান! আৰক্ষীৰ হাতত কি নতুন তথ্য?

টাইগাৰ নহয়, বিষ্ণোই গেঙৰ টাৰ্গেট আমিৰ খান! আৰক্ষীৰ হাতত কি নতুন তথ্য?

4 hours ago
চতুৰ্থবাৰৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভা, ভাৰতে পালে সুখৰ বতৰা!

চতুৰ্থবাৰৰ বাবে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা ছিলভা, ভাৰতে পালে সুখৰ বতৰা!

4 hours ago
শান্তিৰ নিশ্বাস ল’লে ৰাহুল গান্ধী! অমিত শ্বাহক লৈ কৰা মন্তব্য সন্দৰ্ভত দোষমুক্ত ঘোষণা আদালতৰ

শান্তিৰ নিশ্বাস ল’লে ৰাহুল গান্ধী! অমিত শ্বাহক লৈ কৰা মন্তব্য সন্দৰ্ভত দোষমুক্ত ঘোষণা আদালতৰ

4 hours ago
হ্ৰাস পাইছে সোণ-ৰূপৰ মূল্য! এয়া সোণ কিনাৰ সঠিক সময় নেকি?

Gold-Silver Price : উৎসৱৰ বতৰত সোণ-ৰূপৰ মূল্যই দেখাইছে যাদু, মূল্য জানি লওক

5 hours ago
পৃথিৱীৰ ভিতৰতে অন্য এখন জগত, ‘এলিয়েন গ্ৰহ’ত আবদ্ধ ৩৮ জন ভাৰতীয়!

পৃথিৱীৰ ভিতৰতে অন্য এখন জগত, ‘এলিয়েন গ্ৰহ’ত আবদ্ধ ৩৮ জন ভাৰতীয়!

6 hours ago
দেৱালীৰ পূৰ্বে বৃহস্পতিয়ে কৰিব ভাগ্য উজ্জ্বল! প্ৰচেষ্টাৰ ফল পাব ৪ ৰাশিৰ লোকে

দেৱালীৰ পূৰ্বে বৃহস্পতিয়ে কৰিব ভাগ্য উজ্জ্বল! প্ৰচেষ্টাৰ ফল পাব ৪ ৰাশিৰ লোকে

8 hours ago
ভক্তিৰসত বিলীন বিৰাট-অনুষ্কা! কৃষ্ণ দাসৰ কনচাৰ্টত হৰি নামৰ জপ

ভক্তিৰসত বিলীন বিৰাট-অনুষ্কা! কৃষ্ণ দাসৰ কনচাৰ্টত হৰি নামৰ জপ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, October 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ

অসমৰ পৰা কংগ্ৰেছ আৰু ৰাহুল গান্ধীক কটাক্ষ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে

editor by editor
March 15, 2026
in অসম, ৰাজনীতি
0
ৰাহুল গান্ধীয়ে প্ৰধানমন্ত্ৰী মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ভাৰতৰ বিৰোধিতা কৰি আছেঃ অমিত শ্বাহ
0
SHARES
31
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম ভ্ৰমণলৈ আহিছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। অসমত উপস্থিত হৈ একেদিনাই উদ্বোধন কৰিলে দুখনকৈ কৰ্কট চিকিৎসা কেন্দ্ৰ, প্ৰাগজ্যোতিষ মেডিকেল কলেজ আৰু হস্পিতাল। ইয়াৰ লগতে ৰাজ্যৰ বিভিন্ন জিলাত ৩খন ছুপাৰ স্পেচিয়েলিটী হাস্পতাল আৰু এখন জিলা চিকিৎসালয়ৰো শিলান্যাস কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে।

অসমত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ভূয়সী প্ৰসংশা কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে। তেওঁ কয়, “নিজৰ পৰিয়ালৰ আৰ্থিক স্বাস্থ্যৰ বাহিৰে কংগ্ৰেছে ৰাইজৰ স্বাস্থ্যৰ চিন্তা কেতিয়াও নকৰিলে। হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত অসমৰ স্বাস্থ্য সেৱা কৰ্ণাটক, গুজৰাটৰ সমানে-সমানে এতিয়া আগবাঢ়িছে।”

ইয়াৰ মাজতে কিন্তু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছ আৰু বিৰোধী নেতা ৰাহুল গান্ধীকো তীব্ৰ আক্ৰমণ কৰে। শেহতীয়াকৈ দিল্লীত অনুষ্ঠিত হোৱা ইণ্ডিয়া AI ইমপেক্ট ছামিট ২০২৬-ত যুৱ কংগ্ৰেছৰ কৰ্মীসকলে কৰা প্ৰতিবাদক তেওঁ লেতেৰা ৰাজনীতি বুলি আখ্যা দিয়াৰ উপৰিও কঠোৰ ভাষাৰে গৰিহণা দিয়ে।

সংসদৰ প্ৰৱেশদ্বাৰত ৰাহুল গান্ধীৰ চাহ-পকোৰা খাই কৰা প্ৰতিবাদক কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সংসদীয় শিষ্টাচাৰ উলংঘা বুলিও সমালোচনা কৰে। তেওঁ কয়, “সংসদত সক্ৰিয় অংশগ্ৰহণ কৰিব নোৱাৰা ৰাহুল গান্ধীয়ে কেৱল কেণ্টিনত চাহ-পকোৰা খাই সময় কটায়। মোদী আৰু বিজেপিৰ বিৰোধিতা কৰিবলৈ গৈ ৰাহুল গান্ধীয়ে এতিয়া দেশৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰিছে।”  কংগ্ৰেছে বিশ্বৰ মঞ্চত ভাৰতক বদনাম কৰিবলৈ চেষ্টা চলাইছে বুলি অভিযোগ কৰি বিজেপিয়ে ইয়াক ‘উলংগ ৰাজনীতি’ বুলি অভিহিত কৰে। অসমৰ পৰাই কংগ্ৰেছ আৰু কংগ্ৰেছ নেতা ৰাহুল গান্ধীক কটাক্ষ কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে।

 

 

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: amit-shahassamAssam Cm HimantaDr. Himanta Biswa Sarma
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা
অসম

আইনৰ ছাত্ৰীৰ মৃ*ত্যুক লৈ উত্তপ্ত গোৱালপাৰা

October 26, 2026
মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ
অসম

মাত্ৰ ১০০ টকাতে কোটিটকীয়া বিলাসী বাহন! বৰঙনি পত্ৰৰ এটা কুপন বিচাৰি হেতাওপৰা ৰাইজৰ

October 25, 2026
বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ
অসম

বনাঞ্চলৰ গছ কাটি তহিলং, অসমৰ মাটি দখল অৰুণাচলী দুৰ্বৃত্তৰ

October 25, 2026
লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম
অপৰাধ

লম্পট বিষ্ণুৱে বৃদ্ধাৰে কৰিলে অপকৰ্ম

October 25, 2026
Next Post
শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

শনিয়ে ধ্বংস কৰিব আপোনাৰ কেৰিয়াৰ, ভুলতো নকৰিব এইবোৰ কাম!

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন?

কিমান তাৰিখে ৰাজ্যত অনুষ্ঠিত হ'ব বিধানসভা নিৰ্বাচন?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.