• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চিন্তাৰ কাৰণ নাই, হিন্দীতেই পঢ়িব পাৰিব চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম, দেশত হিন্দী ভাষাৰ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম মুকলি

চিন্তাৰ কাৰণ নাই, হিন্দীতেই পঢ়িব পাৰিব চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম, দেশত হিন্দী ভাষাৰ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম মুকলি

4 years ago
হোটেলৰ কোঠাত জনপ্ৰিয় অভিনেত্ৰীৰ সৈতে অভিনেতা! কোনে পেলালে হাতে-লোটে ধৰা?

আপোনাৰ প্ৰতি স্বামীৰ অনিহা? মৰম বঢ়াবলৈ কৰক এই কাম

6 hours ago
গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

গাড়ীত উঠিলেই বমি হোৱাৰ সমস্যা, এই টিপছে দূৰ কৰিব সমস্যা!

6 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

মাহেকীয়াত পেট ফুলাৰ সমস্যা, ভুলতো নাখাব এইবিধ বস্তু!

7 hours ago
SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

7 hours ago
সোণৰ মূল্য হ্ৰাস নে বৃদ্ধি? কেন্দ্ৰলৈ বিশ্ব গোল্ড কাউন্সিলৰ বিশেষ অনুৰোধ!

Gold Price: হ্ৰাস পালে সোণৰ মূল্য! এয়াই অলংকাৰ ক্ৰয়ৰ উচিত সময় নেকি?

8 hours ago
পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

পাপনৰ মুখত ‘মায়াবিনী’, জুবিন ক্ষেত্ৰত উপস্থিত হৈ সান্তনা দিলে গৰিমাক

9 hours ago
১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!

১৯ ছেপ্টেম্বৰত ৪ ৰাশিৰ জীৱনত বিপদৰ আশংকা? হওক সাৱধান!

9 hours ago
Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

Home Remedies: বিছাই ডাকিলে কি কৰিব? ঘৰুৱা উপায়েৰে কৰক ঠিক

10 hours ago
দৈনিক ৰাশিফল, মকৰ সংক্ৰান্তিৰ পূৰ্বে ভাগ্যোদয় ৩ ৰাশিৰ, কিন্তু আন ৩ ৰাশিৰ সমস্যা বৃদ্ধি

হাতলৈ আহিব ধন, সলনি হ’ব আৰ্থিক স্থিতি! ১৯ ছেপ্তেম্বৰৰ ৰাশিফল জানো আহক

11 hours ago
PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

PM Modi Birthday: ৰণবীৰ সিঙৰ মহানুভৱতা, ল’লে ১০০০ গৰাকী কন্যা শিশুৰ দায়িত্ব!

12 hours ago
মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

মংগলে খুলিব ভাগ্যৰ দ্বাৰ, বৃষৰ লগতে ৪ ৰাশিৰ ফুলিব কপাল!

13 hours ago
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home নিয়োগ

চিন্তাৰ কাৰণ নাই, হিন্দীতেই পঢ়িব পাৰিব চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম, দেশত হিন্দী ভাষাৰ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম মুকলি

editor by editor
October 16, 2022
in নিয়োগ, ভাৰত, শিক্ষা
0
চিন্তাৰ কাৰণ নাই, হিন্দীতেই পঢ়িব পাৰিব চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম, দেশত হিন্দী ভাষাৰ চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম মুকলি
0
SHARES
194
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ দেশত প্ৰথমবাৰৰ বাবে হিন্দীত প্ৰকাশ হ’ল চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম। মধ্যপ্ৰদেশত হিন্দীভাষাত প্ৰকাশ কৰা চিকিৎসা বিজ্ঞানৰ প্ৰথম বৰ্ষৰ পাঠক্ৰম মুকলি কৰে গৃহমন্ত্ৰী অমিত শ্বাহে। ভূপালত অনুষ্ঠিত এক সভাত মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিবৰাজ সিঙ চৌহানৰ উপস্থিতিত প্ৰথম বৰ্ষৰ বাবে প্ৰকাশিত হিন্দী ভাষাৰ পাঠ্যক্ৰম মুকলি কৰে গৃহমন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানতটোত উপস্থিত থাকে মধ্যপ্ৰদেশৰ স্বাস্থ্যমন্ত্ৰী বিশ্বাস কৈলাশ চাৰাঙো।

অনুষ্ঠানতেই গৃহমন্ত্ৰী অমিত শ্বাহে কয়, ‘আজি দেশৰ শিক্ষাখণ্ডৰ বাবেই অত্যন্ত গুৰুত্বপূৰ্ণ দিন। আগন্তুক সময়ত যেতিয়া আজিৰ সময়ক ইতিহাসৰ পাতত সন্নিবিষ্ট কৰা হ’ব, তেতিয়া এই দিনটোক সোণালী আখৰেৰে সন্নিবিষ্ট কৰা হ’বই। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিঙ চৌহানে দেশত প্ৰথমবাৰৰ বাবে হিন্দীত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম কৰাৰ বাবে প্ৰধানমন্ত্ৰী মোদীয়ে কৰা ইচ্ছাক মান্যতা প্ৰদান কৰিছে। জাতীয় শিক্ষা নীতিৰ মাধ্যমত প্ৰধানমন্ত্ৰী মোদীয়ে মাতৃভাষাত শিক্ষা প্ৰদানক বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছে। এয়া দেশৰ ইতিহাসত এক ঐতিহাসিক সিদ্ধান্ত।’

ইফালে অনু্ষ্ঠানত ৰাজ্যখনৰ মুখ্যমন্ত্ৰী শিবৰাজ সিঙ চৌহানে গৃহমন্ত্ৰী অমিত শ্বাহক প্ৰশংসা কৰি ভাষণত কয়, ‘আমাৰ ৰাজ্যৰ দৰিদ্ৰ পৰিয়ালৰ সন্তানেও এতিয়াৰে পৰা পঢ়িব পাৰিব। মেডিকেল কলেজসমূহত সকলো শ্ৰেণীৰ লোকেই শিক্ষাগ্ৰহণ কৰিব পাৰিব। পূৰ্বে ইংৰাজী ভীতিৰ বাবেই বহুসংখ্যকেই মেডিকেল পাঠ্যক্ৰম পঢ়াৰ কথা ভাৱিবই নোৱাৰিছিল। আমি ইংৰাজী অবিহনেও একোজন ছাত্ৰ বা ছাত্ৰীয়ে চিকিৎসক, অভিযন্তা হ’ব পাৰে সেই কথা প্ৰমাণ কৰি দেখুওৱাম। হিন্দী মাধ্যমত শিক্ষাগ্ৰহণ কৰিও একোজন ব্যক্তি আগুৱাই যাব পাৰে সেই কথা প্ৰমাণ কৰি দেখুওৱাম।’

উল্লেখ্য যে, সাম্প্ৰতিক সময়ত দেশত হিন্দী আগ্ৰাসনৰ বিষয়টোক লৈ কেন্দ্ৰৰ বিৰুদ্ধে বাৰে বাৰে অভিযোগ উত্থাপিত হৈছে। চৰকাৰী কাম-কাজ, তথা যোগাযোগৰ মাধ্যম হিচাপে হিন্দী ভাষাৰ ব্যৱহাৰ সন্দৰ্ভত অমিত শ্বাহে দাখিল কৰা প্ৰতিবেদনক লৈ দেশজুৰি আৰম্ভ হৈছে বিতৰ্ক। বিশেষভাৱে দক্ষিণৰ ৰাজ্যসমূহে এই বিষয়টোক লৈ তীব্ৰ আপত্তিও দৰ্শাইছে। বিৰোধী দলসমূহেও সমালোচনা কৰিছে বিজেপি চৰকাৰক। তেনে সময়তে মধ্যপ্ৰদেশত হিন্দীত চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰম আৰম্ভ হোৱাটোৱে দেশত হিন্দী ভাষাৰ গুৰুত্ব বঢ়োৱাৰেই এক পদক্ষেপ বুলি সচেতন মহলে মন্তব্য কৰা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?
নিয়োগ

SBIত ওলাইছে চাকৰি, কিমানগৰাকী প্ৰাৰ্থী কৰিব বাছনি?

September 18, 2026
সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ
বিবিধ

সন্তান-স্বামীক এৰি যুৱতীৰ সৈতে পলায়ন মহিলাৰ

September 18, 2026
পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?
ভাৰত

পাঞ্জাবৰ পিছত এইবাৰ হাৰিয়ানা, এইবাৰ পিটবুলৰ আক্ৰমণৰ বলি কোন?

September 18, 2026
PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?
ভাৰত

PFৰ মজুৰি সীমা বৃদ্ধি, কৰ্মচাৰীৰ দৰমহা, পেঞ্চন আৰু সঞ্চয়ত কি প্ৰভাৱ পৰিব?

September 18, 2026
Next Post
‘Sasural simar ka’ ধাৰাবাহিকখনৰ জনপ্ৰিয় অভিনেত্ৰী বৈশালী থক্কৰৰ আত্মহত্যা

'Sasural simar ka’ ধাৰাবাহিকখনৰ জনপ্ৰিয় অভিনেত্ৰী বৈশালী থক্কৰৰ আত্মহত্যা

ধনতেৰছত সোণ ক্ৰয় কৰাৰ পৰিকল্পনা আছে! সোণৰ বিশুদ্ধতা কেনেকৈ জুখিব? জানি থওক এইকেইটা কথা

ধনতেৰছত সোণ ক্ৰয় কৰাৰ পৰিকল্পনা আছে! সোণৰ বিশুদ্ধতা কেনেকৈ জুখিব? জানি থওক এইকেইটা কথা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.