• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দুগুণ দাম দি অনন্ত আম্বানীয়ে পদযাত্ৰাৰ সময়তে ক্ৰয় কৰিলে শতাধিক কুকুৰা

দুগুণ দাম দি অনন্ত আম্বানীয়ে পদযাত্ৰাৰ সময়তে ক্ৰয় কৰিলে শতাধিক কুকুৰা

1 year ago
‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

36 minutes ago
আজি মেষ, বৃষকে আদি কৰি ৪ ৰাশিৰ ফুলিব কপাল, জীৱনে ল’ব নতুন গতি!

ভাগ্যৰ পাকচক্ৰত পৰিব আপুনি, সলনি হ’ব জীৱন!

1 hour ago
নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

1 hour ago
জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

2 hours ago
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?

Ganesh Chaturthi 2026: ১৪ নে ১৫ ছেপ্টেম্বৰ? জানক কেতিয়া পালন কৰিব গণেশ চতুৰ্থী

3 hours ago
NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

NPSত ১ কোটি টকাৰ ফাণ্ড, কিমান পাব আপুনি মাহিলী পেঞ্চন?

3 hours ago
দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

দুলীপ ট্ৰফীৰ ফাইনেলত ঈশান কিষাণৰ ২৫০ ৰানৰ বিস্ফোৰক ইনিংছ

5 hours ago
বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

বিক্ৰী হ’ব লণ্ডনত থকা ইৰানৰ ছুপ্ৰীম লীডাৰ মোজতাবাৰ দুটাকৈ বিলাসী বাংলো!

6 hours ago
দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

দুবছৰ পূৰ্বে শেষকৃত্য সম্পন্ন কৰা কন্যা হঠাতে জীৱিত অৱস্থাত উভতিল ঘৰলৈ

6 hours ago
আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

আগন্তুক সপ্তাহত এই দুই ৰাশিৰ বাঢ়িব উপাৰ্জন

6 hours ago
দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

দক্ষিণ-পূব এছিয়াত কোনো দেশে কৰিব নোৱাৰা কাম কৰিলে ভূটানে

7 hours ago
দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

দিল্লীত পকেটমাৰ বুলি আৰক্ষীয়ে ধৰিছিল এইজন অভিনেতাক

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দুগুণ দাম দি অনন্ত আম্বানীয়ে পদযাত্ৰাৰ সময়তে ক্ৰয় কৰিলে শতাধিক কুকুৰা

editor by editor
April 1, 2025
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
দুগুণ দাম দি অনন্ত আম্বানীয়ে পদযাত্ৰাৰ সময়তে ক্ৰয় কৰিলে শতাধিক কুকুৰা
0
SHARES
440
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

দুগুণ দাম দি অনন্ত আম্বানীয়ে পদযাত্ৰাৰ সময়তে ক্ৰয় কৰিলে শতাধিক কুকুৰা

দেশৰ অন্যতম ধনাঢ্য ব্যক্তি মুকেশ আম্বানীৰ সৰু পুত্ৰ অনন্ত আম্বানী নিজৰ কৰ্মৰ বাবে সততে বাতৰিৰ শিৰোনাত থাকে। বৰ্তমানে অনন্ত জামনগৰৰ পৰা দ্বাৰকালৈ ১৪০ কিলোমিটাৰ বাট খোজকাঢ়ি যাত্ৰা কৰাৰ বাবে বাতৰিৰ শিৰোনাম দখল কৰিছে।

জীৱ-জন্তু ভাল পোৱা অনন্তৰ এই যাত্ৰাৰ মাজতে এটা খবৰ ওলাইছে যিয়ে সকলোকে আচৰিত কৰি তুলিছে। ভ্ৰমণৰ সময়তে অনন্ত আম্বানীয়ে দুগুণ মূল্য দি প্ৰায় ২৫০ টা কুকুৰা ক্ৰয় কৰি ৰাখে। পুহিবলৈ বুলি ক্ৰয় কৰে এইদৰে দুগুণ দাম ভৰি।

ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি কুকুৰা বচাবলৈ এইদৰে অনন্য পদক্ষেপ গ্ৰহণ কৰে অনন্ত আম্বানীয়ে। খোজ কাঢ়ি যোৱাৰ সময়ত অনন্ত আম্বানীয়ে দেখে যে এখন ট্ৰাকত ২৫০ টা কুকুৰা কচাইখানালৈ নি আছিল। লগে লগে অনন্তই সেই বাহনখন ৰখাই চালকৰ লগত কথা পতাৰ পাছত দুগুণ মূল্য দি কুকুৰাকেইটা কিনি ৰাখে।

ইয়াৰ পিছত অনন্তই কয় যে এতিয়া মই সিহঁতক পুহিম, লালন-পালন কৰিম। অনন্তই আনকি হাতত কুকুৰা এটা লৈ “জয় দ্বাৰকাধীশ” বুলি শ্লোগানো দিয়ে।

উল্লেখ্য যে, অনন্ত আম্বানীয়ে যোৱা ২৮ মাৰ্চৰ পৰা জামনগৰৰ মতি খাৱদীৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল। ১০ এপ্ৰিলত দ্বাৰকাত ৩০ বছৰীয়া জন্মদিন পালন কৰাৰ উদ্দেশ্যে এইদৰে পদযাত্ৰা কৰিছিল অনন্তই। লগতে নিশাৰ ভাগত হে এইদৰে যাত্ৰা কৰিছিল অনন্তই যাতে মানুহে কোনো অসুবিধাৰ সন্মুখীন নহয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: anant ambaniIndian Richest ManRichest Man
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ
বিনোদন

‘মই বিয়া কেৱল টকাৰ বাবে হৈছিলোঁ!’ বিস্ফোৰক স্বীকাৰোক্তি ৰাখী সাৱন্তৰ

September 7, 2026
নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?
জীৱনশৈলী

নিশা মহিলাসকলে পিন্ধি ভাল পায় ‘নাইটি’, কিন্তু ক’ৰ পৰা আহিছে এই শব্দ?

September 7, 2026
জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই
জীৱনশৈলী

জ্বৰ হ’লে গা ধুব লাগে নে নালাগে? কি কয় বিশেষজ্ঞই

September 7, 2026
গণেশ চতুৰ্থী ২৬ নে ২৭ আগষ্টত পালিত হ’ব? জানি থওক গণেশ পূজাৰ শুভ সময় কেতিয়া?
জীৱনশৈলী

Ganesh Chaturthi 2026: ১৪ নে ১৫ ছেপ্টেম্বৰ? জানক কেতিয়া পালন কৰিব গণেশ চতুৰ্থী

September 7, 2026
Next Post
পুনৰ ৰূপালী পৰ্দালৈ আমিৰ-ছলমানৰ যুটি, কেতিয়া চাব পাৰিব দুয়োকে একেলগে

পুনৰ ৰূপালী পৰ্দালৈ আমিৰ-ছলমানৰ যুটি, কেতিয়া চাব পাৰিব দুয়োকে একেলগে

পূৰ্ব জন্মৰ ফল এই জন্মৰ ৰোগ, জন্ম তাৰিখ হিচাপে জানক ৰোগৰ সমস্যা

পূৰ্ব জন্মৰ ফল এই জন্মৰ ৰোগ, জন্ম তাৰিখ হিচাপে জানক ৰোগৰ সমস্যা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.