• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
তৃতীয় সন্তানৰ জন্ম দিলেই পাব ৫০ হাজাৰ টকা আৰু এটা গৰু, জনসংখ্যা বঢ়াবলৈ অভিনৱ পন্থা আমাৰ দেশৰে এই ৰাজ্যত

তৃতীয় সন্তানৰ জন্ম দিলেই পাব ৫০ হাজাৰ টকা আৰু এটা গৰু, জনসংখ্যা বঢ়াবলৈ অভিনৱ পন্থা আমাৰ দেশৰে এই ৰাজ্যত

2 years ago
হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

43 minutes ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

1 hour ago
‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

‘কেৱল মুছলমানকহে উচ্ছেদ কৰিছে চৰকাৰে’

2 hours ago
বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

বিপদ কমা নাই অমৃতপ্ৰভা-সন্দীপনৰ!

3 hours ago
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

3 hours ago
লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

লাখ লাখ লোকৰ প্ৰতিবাদত কঁপিছে ফ্ৰান্স

4 hours ago
একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

একেটা পৰিয়ালৰ ৬ সদস্যসহ ১০ জনৰ মৃত্যু

5 hours ago
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

6 hours ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

6 hours ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

7 hours ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

7 hours ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

তৃতীয় সন্তানৰ জন্ম দিলেই পাব ৫০ হাজাৰ টকা আৰু এটা গৰু, জনসংখ্যা বঢ়াবলৈ অভিনৱ পন্থা আমাৰ দেশৰে এই ৰাজ্যত

তৃতীয় সন্তানৰ জন্ম দিলেই পাব ৫০ হাজাৰ টকা আৰু এটা গৰু, জনসংখ্যা বঢ়াবলৈ অভিনৱ পন্থা আমাৰ দেশৰে এই ৰাজ্যত

editor by editor
March 10, 2025
in জীৱনশৈলী, ভাৰত
0
তৃতীয় সন্তানৰ জন্ম দিলেই পাব ৫০ হাজাৰ টকা আৰু এটা গৰু, জনসংখ্যা বঢ়াবলৈ অভিনৱ পন্থা আমাৰ দেশৰে এই ৰাজ্যত
0
SHARES
1.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জনসংখ্যা বৃদ্ধিৰ লক্ষ্যৰে পৰিয়ালসমূহক আৰু সন্তানধাৰণৰ আহ্বান জনাইছে অন্ধ্ৰপ্ৰদেশৰ মুখ্যমন্ত্ৰী তথা তেলুগু দেশম পাৰ্টিৰ নেতা চন্দ্ৰবাবু নাইডু। এইবাৰ দলনেতাৰ পথকে সৰোগত কৰি টিডিপিৰ আৰু এগৰাকী সাংসদ আপ্পালা নায়ডুয়ে কৰিছে একেই মন্তব্য। আপ্পালাই কয়, তৃতীয় সন্তানৰ জন্ম দিলেই প্ৰত্যেক প্ৰসূতিক পুৰস্কাৰ দিয়া হব। কন্যাসন্তানৰ ক্ষেত্ৰত দিয়া হব এককালীন নগদ ৫০,০০০ টকা। আৰু যদি সেই মহিলাই পুত্ৰসন্তান প্ৰসৱ কৰে তেন্তে এটা গৰু উপহাৰ হিচাপে দিয়া হব।

শনিবাৰে বিজয়নগৰমত আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে আয়োজিত এখন সভাত অপ্পালাই এই ঘোষণা কৰিছে। অপ্পালাই জনাইছে যে, এই উপহাৰ তেওঁ নিজৰ দৰমহাৰ পৰাই দিব। বিজয়নগৰমৰ সাংসদৰ এই প্ৰস্তাৱ সামাজিকমাধ্যমত ভাইৰেল হৈ পৰিছে। সেই পোষ্ট শ্বেয়াৰ কৰিছে প্ৰায়সংখ্যক টিডিপি নেতা আৰু কৰ্মীয়ে। টিডিপি নেতাসকলে জনাইছে যে, বহু মহিলাই ইতিমধ্যে তেওঁলকৰ এই প্ৰস্তাৱক বৈপ্লবিক বুলি ধাৰণা কৰিছে। অভিনৱ প্ৰস্তাৱটো ঘোষণাৰ পাছতেই সাংসদৰ প্ৰশংসা কৰিছে স্বয়ং চন্দ্ৰবাবু নায়ডুয়ে।

উল্লেখ্য যে চলিত মাহত দিল্লী যাত্ৰাৰ সময়ত দক্ষিণ ভাৰতৰ জনসংখ্যা হ্ৰাসৰ বিষয়ক লৈ উদ্বেগ প্ৰকাশ কৰিছিল চন্দ্ৰবাবু নায়ডুয়ে। পৰিসংখ্যন উদ্ধৃত কৰি তেওঁ জনাইছিল যে দক্ষিণ ভাৰতত বয়স্কসকলৰ সংখ্য়া ক্ৰমে বাঢ়িছে। উত্তৰপ্ৰদেশ আৰু বিহাৰৰ দৰে ৰাজ্যসমূহৰ জনসংখ্যাৰ গড় বয়স বহু কম। ইয়াৰ সমাধান হিচাপে জনসংখ্যা নিয়ন্ত্ৰণৰ পৰিবৰ্তে দীৰ্ঘম্যাদি জনসংখ্যা ব্যৱস্তাপনাৰ প্ৰয়োজনীয়তাৰ ওপৰত জোৰ দিছিল মুখ্যমন্ত্ৰীয়ে।

শনিবাৰে চন্দ্ৰবাবুয়ে ঘোষণা কৰিছে যে ৰাজ্যত সন্তানপ্ৰসৱৰ সময়ত সমস্ত মহিলা কৰ্মচাৰীৰ বাবে সন্তান সংখ্যা নিৰ্বিশেষে মাতৃত্বকালীন ছুটি মঞ্জুৰ কৰা হব। আন্তৰ্জাতিক নাৰী দিৱস উপলক্ষে প্ৰকাশম জিলাৰ মাৰকাপুৰত আয়োজিত এক অনুষ্ঠানত তেওঁ এই ঘোষণা কৰে। ইয়াৰ পূৰ্বে দুটি সন্তান জন্ম দিয়া পৰ্যন্ত মাতৃত্বকালীন ছুটি দিয়া হৈছিল। এতিয়াৰে পৰা সন্তানৰ সংখ্যা নিৰ্বিশেষে সকলো প্ৰসূতিয়েই মাতৃত্বকালীন ছুটি পাব। জনসংখ্যা বৃদ্ধিৰ ওপৰিও মহিলাসকলে তেওঁলোকৰ পেছাগত আৰু ব্যক্তিগত জীৱনৰ ভাৰসাম্য বৰ্তাই ৰাখিবলৈ সহায় কৰিবলৈকে এই উদ্যোগ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হাতলৈ আহিব ধন, বাঢ়িব চিন্তা… জানক আজি কেনে যাব আপোনাৰ দিনটো
জীৱনশৈলী

কাইলৈ কোনে পাব ভাগ্যৰ সহায়, কাৰ আহিব পাৰে সমস্যা?

October 18, 2026
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!
জীৱনশৈলী

বুধৰ পশ্চাদগতি আৰম্ভ, ২৪ অক্টোবৰৰ পৰা কোন ৰাশিৰ ওপৰত পৰিব প্ৰভাৱ?

October 18, 2026
বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই
বিনোদন

বিজয়ক ১০০ বাৰতকৈ অধিক বিয়াৰ প্ৰস্তাৱ দিছিল ৰশ্মিকাই

October 18, 2026
আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ
জীৱনশৈলী

আহি আছে এই ৪ ৰাশিৰ বাম্পাৰ লাভৰ যোগ

October 18, 2026
Next Post
সূৰ্য, মঙ্গলসহ ৭ গ্ৰহই তৈয়াৰ কৰিছে দুৰ্লভ যোগ! মাৰ্চৰ শেষত সৌভাগ্য উজলিব ৩ ৰাশিৰ

সূৰ্য, মঙ্গলসহ ৭ গ্ৰহই তৈয়াৰ কৰিছে দুৰ্লভ যোগ! মাৰ্চৰ শেষত সৌভাগ্য উজলিব ৩ ৰাশিৰ

ধুমধামেৰে বিয়া, ফুলশয্যাৰ নিশাও ঠিকেই গৈছিল, অৱশেষত নৱদম্পতিক বিচাৰি ভাঙিল দুৱাৰ, তাৰপিছত?

ধুমধামেৰে বিয়া, ফুলশয্যাৰ নিশাও ঠিকেই গৈছিল, অৱশেষত নৱদম্পতিক বিচাৰি ভাঙিল দুৱাৰ, তাৰপিছত?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.