• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
দাৰিদ্ৰতাক জয় কৰি UPSCত সাফল্য, মাত্ৰ ২১ বছৰ বয়সতে IAS অফিচাৰ হ’ল অটোচালকৰ পুত্ৰ

দাৰিদ্ৰতাক জয় কৰি UPSCত সাফল্য, মাত্ৰ ২১ বছৰ বয়সতে IAS অফিচাৰ হ’ল অটোচালকৰ পুত্ৰ

3 years ago
আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

আপুনি কিমান দামী অন্তৰ্বাস পিন্ধিছে? কিন্তু কাইলী জেনাৰৰ ব্ৰাৰ মূল্য শুনি চকু কপালত উঠিব!

33 minutes ago
শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

2 hours ago
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

18 hours ago
LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

LPG গেছ চিলিণ্ডাৰৰো থাকে Expiry Date, ক্ৰয়ৰ পূৰ্বে জানক এই কথা

19 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

19 hours ago
ভাৰত পেট্ৰলিয়ামত ওলাইছে চাকৰি, শীঘ্ৰে কৰক আবেদন

দশম-দ্বাদশ পাছৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

20 hours ago
দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

দাঢ়ি-চুলিৰে ভোবোকাৰ ৰূপত সন্দীপন গাৰ্গ! ওলাইয়ে ক’লে, ‘সত্যৰ সদায় জয় হ’ব’

21 hours ago
Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

Airtel New Recharge Plans: ডাটা অবিহনে ৩টা নতুন প্লেন মুকলি, কল কৰিবলৈ দিব লাগিব অধিক ধন!

22 hours ago
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

22 hours ago
কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

কলেষ্ট্ৰল স্বাভাৱিক তথাপিও ফেটি লিভাৰে হৃদৰোগৰ সম্ভাৱনা বৃদ্ধি কৰে নেকি?

23 hours ago
Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

Tiger Shroff Net Worth: দুৰ্বৃত্তৰ পৰা জীৱন ৰক্ষা পৰা টাইগাৰ শ্ৰফ কিমান সম্পত্তিৰ মালিক?

24 hours ago
উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

উৎসৱৰ বতৰত আপোনাৰ পকেট হ’ব গধুৰ! 63% DA হ’লে কৰ্মচাৰীয়ে কিমান অতিৰিক্ত টেক-হোম পে লাভ কৰিব?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

দাৰিদ্ৰতাক জয় কৰি UPSCত সাফল্য, মাত্ৰ ২১ বছৰ বয়সতে IAS অফিচাৰ হ’ল অটোচালকৰ পুত্ৰ

editor by editor
August 28, 2023
in জীৱনশৈলী, ভাৰত, শিক্ষা
0
দাৰিদ্ৰতাক জয় কৰি UPSCত সাফল্য, মাত্ৰ ২১ বছৰ বয়সতে IAS অফিচাৰ হ’ল অটোচালকৰ পুত্ৰ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ সৰুৰে পৰা দৰিদ্ৰতা আছিল নিত্যসংঙ্গী৷ আৰ্থিক অনাটনৰ বাবে পঢ়াশুনাৰ ক্ষেত্ৰতো বহু বাধা আহিছিল৷ কিন্তু কোনো বাধাৰ ওচৰতেই শিৰনত নকৰিলে তেওঁ৷ সপোন পূৰণপ লক্ষ্যত তেওঁ অবিচল৷ সেয়ে সমস্ত প্ৰতিবন্ধকতাক নেওচি মাত্ৰ ২১ বছৰ বয়সতে তেওঁ আই এ এছ অফিচাৰ হ’ল৷ প্ৰথমবাৰ চিভিল চাৰ্ভিছ পৰীক্ষা দিয়েই সফল হয় আনছাৰ শেখ৷

ভাৰত তথা বিশ্বৰ কঠিনতম পৰীক্ষাসমূহৰ মাজত এটা হৈছে ভাৰতীয় চিভিল চাৰ্ভিছ পৰীক্ষা৷ ইউনিয়ন পাব্লিক চাৰ্ভিছ কমিছনত আয়োজিত এই পৰীক্ষাত পাছ কৰিলেহে আইএএছ আইপিএছৰ দৰে গুৰুত্বপূৰ্ণ চৰকাৰী আমোলা হ’ব পাৰে৷ প্ৰতি বছৰেই অসংখ্য প্ৰাৰ্থীয়ে চিভিল চাৰ্ভিছ পৰীক্ষা দিয়ে৷ কিন্তু ছীটৰ সংখ্যা এক হাজাৰৰো কম৷ সেই পৰীক্ষাত উজলি উঠা ব্যক্তিসকল নিশ্চয়কৈ অতি মেধাসম্পন্ন৷ আনছাৰেও এই পৰীক্ষাত সফলতা লাভ কৰি সকলোৰে দৃষ্টি কাঢ়িছে৷ তেওঁৰ সফলতাৰ কাহিনী জানিবলৈ বহুজন আগ্ৰহী হৈ উঠিছে৷ আনছাৰৰ শিশুকাল অইন পাঁচগৰাকী ছাত্ৰ-ছাত্ৰীৰ দৰে নহয়৷ আনচাৰৰ পিতৃ ইউনুছ শ্বেখ আহমেদ পেছাত অটোচালক৷ মহাৰাষ্ট্ৰৰ জালনা গাওঁৰ বাসিন্দা আনছাৰ পাৰিবাৰিক অৱস্থা অতি বেয়া৷ দাৰিদ্ৰতাৰ মাজতো কিন্তু কেতিয়াও হাৰি নহল আনছাৰ৷

য’ত চিটৰ সংখ্যা এক হাজাৰৰো কম৷ সেই পৰীক্ষাত প্ৰতিভাৱান এইগৰাকী আনছাৰৰ সাফল্যৰ কাহিনীয়ে বহুতকে অনুপ্ৰাণিত কৰিছে৷ চিভিল চাৰ্ভিছ পৰীক্ষাত সাফল্যৰ বাবে অধ্যৱসায়ৰ প্ৰয়োজন৷ সৰুৰেপৰাই মেধাৱী আছিল আনছাৰ৷ দ্বাদশ শ্ৰেণীৰ বোৰ্ড পৰীক্ষাত আনছাৰে ৯১ শতাংশ নম্বৰ পাই উত্তীৰ্ণ হৈছিল৷ পৰবৰ্তীকালত পুনৰ ফাৰ্গুছন কলেজৰ পৰা ৭৩ শতাংশ নম্বৰ সৈ ৰাজনীতিবিজ্ঞানত স্নাতক হয়৷ আৰ্থিক দুৰাবস্থাৰ বাবে আনছাৰে স্নাতক হোৱাৰ পাছত আৰু পঢ়াশুনা আগবঢ়াই নিব নোৱাৰিলে৷ আনছাৰে পঢ়াশুনা সামৰাৰ কথা গম পাই তেওঁ পঢ়ি অহা কলেজৰ শিক্ষকে আনছাৰৰ পিতৃক পুত্ৰৰ পঢ়াশুনাত যাতে বাধা নিদিয়ে তাৰবাবে অনুৰোধ জনায়৷

আনছাৰৰ সফলতাৰ আঁৰত সোমাই আছে বহু পৰিশ্ৰম৷ চিভিল চাৰ্ভিছ পৰীক্ষাৰ প্ৰস্তুতি চলাই থকাৰ সময়ত তেওঁ তিনিবছৰ ধৰি প্ৰতিদিনে ১২ ঘণ্টা কাম কৰিছিল৷ পৰিশ্ৰমৰ পৰা যি ধন লাভ কৰিছিল সেই ধনেৰে তেওঁ ইউপিএছচি ৰ কচিং কৰে৷ কচিং চেণ্টাৰটোৱেও তেওঁৰ আৰ্থিক অৱস্থালৈ লক্ষ্য ৰাখি কিছু ৰেহাইয়ো দিয়ে৷ একান্ত সাধনা, মনৰ জোৰত ২০১৫ চনত ইউপিএছচি পৰীক্ষাত প্রথম চেষ্টাতেই ৩৬১ তম স্থান লাভ কৰিবলৈ সক্ষম হয়৷ মাত্ৰ ২১ বছৰ বয়সতে দেশৰ সৰ্বকনিষ্ঠ আইএএছ অফিচাৰ হিচাপে নিযুক্তি লাভ কৰিবলৈ সক্ষম হয় আনছাৰ শ্বেখে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শৰীৰৰ কোন অংশৰ তিলে সলাব পাৰে আপোনাৰ ভাগ্য?
জীৱনশৈলী

শৰীৰৰ এই অংশত তিল থকা মানে সৌভাগ্যৱানৰ লক্ষণ, জানক

October 20, 2026
২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!
জীৱনশৈলী

২০ অক্টোবৰত ৪ ৰাশি ধন-সম্পত্তিৰ লগতে কৰ্মক্ষেত্ৰতো লাভৰ সম্ভাৱনা!

October 19, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

কাইলৈ ৩ ৰাশিৰ হাতলৈ আহিব ধন, কাৰ কাৰ হ’ব ভাগ্য উদয় জানক

October 19, 2026
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!
জীৱনশৈলী

বুধৰ পশ্চাদগামী গতিয়ে ধনী কৰিব আপোনাক, ৪ ৰাশিৰ ধন্য হ’ব জীৱন!

October 19, 2026
Next Post
বিক্ৰম ছাৰাভাইৰ পৰা সোমনাথ! ইছৰোৰ চেয়াৰমেন পদত বহিছে এই ১০গৰাকী বিজ্ঞানী, তেওঁলোকৰ সাফল্যৰ খতিয়ান জানিবলৈ এতিয়া বহুজনেই আগ্ৰহী

বিক্ৰম ছাৰাভাইৰ পৰা সোমনাথ! ইছৰোৰ চেয়াৰমেন পদত বহিছে এই ১০গৰাকী বিজ্ঞানী, তেওঁলোকৰ সাফল্যৰ খতিয়ান জানিবলৈ এতিয়া বহুজনেই আগ্ৰহী

শুভ যোগত জন্মাষ্টমী, ৬ নে ৭ ছেপ্টেম্বৰত পূজা কৰিব? কেনেকৈ পূজা কৰিলে সুফল পাব, সবিশেষ

শুভ যোগত জন্মাষ্টমী, ৬ নে ৭ ছেপ্টেম্বৰত পূজা কৰিব? কেনেকৈ পূজা কৰিলে সুফল পাব, সবিশেষ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.