• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিয়া পালেহিয়েই! বাংলাদেশৰ যুৱকেৰে বিয়াত বহিব প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াৰ কন্যা…

বিয়া পালেহিয়েই! বাংলাদেশৰ যুৱকেৰে বিয়াত বহিব প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াৰ কন্যা…

4 years ago
সাৱধান! বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ চেষ্টা লম্পটৰ

সাৱধান! বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ চেষ্টা লম্পটৰ

1 minute ago
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!

41 minutes ago
ডিয়ৰনেছ ভাট্টা ৬৫%? আগষ্ট মাহৰ মুদ্ৰাস্ফীতিৰ তথ্যৰ পিছত কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা পাব বৃদ্ধি!

ডিয়ৰনেছ ভাট্টা ৬৫%? আগষ্ট মাহৰ মুদ্ৰাস্ফীতিৰ তথ্যৰ পিছত কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা পাব বৃদ্ধি!

1 hour ago
নৱৰাত্ৰিৰ ঘট স্থাপনৰ শুভ মুহূৰ্ত কেতিয়া? পূজাত ভুল কৰিলে বিপদ আপোনাৰ!

নৱৰাত্ৰিৰ ঘট স্থাপনৰ শুভ মুহূৰ্ত কেতিয়া? পূজাত ভুল কৰিলে বিপদ আপোনাৰ!

3 hours ago
কোনখন চৰকাৰী আঁচনিয়ে দিয়ে অধিক লাভ? PPF, সুকন্যা সমৃদ্ধি আঁচনি নে জ্যেষ্ঠ নাগৰিক আঁচনি

কোনখন চৰকাৰী আঁচনিয়ে দিয়ে অধিক লাভ? PPF, সুকন্যা সমৃদ্ধি আঁচনি নে জ্যেষ্ঠ নাগৰিক আঁচনি

4 hours ago
১ অক্টোবৰ ২০২৬: এই ৫ ৰাশিৰ ওপৰত থাকিব গ্ৰহ-নক্ষত্ৰৰ বিশেষ কৃপা!

১ অক্টোবৰ ২০২৬: এই ৫ ৰাশিৰ ওপৰত থাকিব গ্ৰহ-নক্ষত্ৰৰ বিশেষ কৃপা!

5 hours ago
দৈনিক ৰাশিফল- কেনে যাব আজি ৯ ছেপ্টেম্বৰৰ দিনটো, সাৱধান হ’ব পৰিয়ালত মতানৈক্যৰ সম্ভাৱনা

কোন ৰাশিৰ দিনটো হ’ব শুভ? জানক আপোনাৰ আজিৰ ভাগ্য

5 hours ago
মূৰ নোহোৱাকৈ কেনেকৈ জীয়াই থাকিব পাৰে পঁইতাচোৰা?

ঘৰত পঁইতাচোৰাৰ ত্ৰাস? ঘৰুৱা উপায় অৱলম্বণ কৰি কৰক নাইকীয়া

23 hours ago
Living Together প্ৰায় শুনি থকা শব্দ, এতিয়া যেন অতি সহজ, কিন্তু কি কয় সমীকৰণে…

বৈবাহিক জীৱন নিৰস? এই টিপছে সলনি কৰিব আপোনাৰ জীৱন!

23 hours ago
জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

জুবিন সকলোৰে হৃদয়ত! বৰ্ষাপাৰাত টছৰ পূৰ্বে ‘জয় জুবিন’ ধ্বনি ৰবি শাস্ত্ৰীৰ মুখত

24 hours ago
শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

শৰীৰৰ কোনটো অংগ অপ্ৰয়োজনীয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ

24 hours ago
ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

ATM ৰ পৰা LPG লৈ… ১ অক্টোবৰৰ পৰা সলনি হ’ব নিয়ম

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিয়া পালেহিয়েই! বাংলাদেশৰ যুৱকেৰে বিয়াত বহিব প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াৰ কন্যা…

editor by editor
October 6, 2022
in অসম, উত্তৰ-পূব, গুৱাহাটী, জীৱনশৈলী, বিশ্ব
0
বিয়া পালেহিয়েই! বাংলাদেশৰ যুৱকেৰে বিয়াত বহিব প্ৰাক্তন আলফা নেতা অনুপ চেতিয়াৰ কন্যা…
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বাংলাদেশী যুৱকৰ সৈতে বিয়াত বহিব আলফাৰ প্ৰাক্তন সম্পাদক অনুপ চেতিয়াৰ কন্যা বন্যা। অনুপ চেতিয়াৰ কন্যাই বাংলাদেশৰ যুৱক অনিৰ্বান চৌধুৰীৰে বিবাহপাশত আবদ্ধ হোৱাৰ খবৰ ভাইৰেল হৈ পৰিছে সামাজিক মাধ্যমত। ২৫ নৱেম্বৰত মেলবৰ্ণৰ ইস্কন মন্দিৰত বিয়াত বহিব বন্যা আৰু অনিৰ্বান।

বাংলাদেশৰ যুৱকক কিয় জোঁৱাই হিচাপে আদৰি লৈছে সেই সম্পৰ্কেও মত প্ৰকাশ কৰিছে অনুপ চেতিয়াই। তেওঁ কয়,’বহুবছৰ ধৰি বাংলাদেশত আছিলো। সন্তানকো বাংলাদেশতেই পঢ়া-শুনা কৰোৱাইছো। বন্যাই ঢাকাৰ ধানমন্দিৰ মাষ্টাৰ মাইণ্ড ইণ্টাৰনেশ্ব্যনেল স্কুলত পঢ়াৰ সময়তে দুয়োৰে মাজত চিনাকী হৈছিল। তাৰ পিছতেই দুয়োৰে মাজত এটা সম্পৰ্ক গঢ় লৈ উঠে। এই সম্পৰ্কক সিঁহতে বিবাহৰ বান্ধোনত বান্ধি পেলাব বিচাৰিছে আমি বাধা দিয়াৰ যুক্তিনো ক’ত?’

সুদীৰ্ঘ ২৮ বছৰ বাংলাদেশত বাস কৰা অনুপ চেতিয়াই বাংলাদেশৰ জনতাৰ আতিথ্যক সদায়ে শলাগ লয়। তেওঁ মন্তব্যত এই কথাও উল্লেখ কৰি কয়,’বাংলাদেশৰ জনতাৰ প্ৰতি মোৰ বুকুত সহমৰ্মিতা আছে। সেইখন দেশো মোক ২৮ বছৰে আশ্ৰয় দিছে। সেইখন দেশৰ সন্তানক মোৰ সন্তানে সামৰি ল’ব খুজিলে বাধা দিয়াৰ সাহস মোৰ নাই।’

আনহাতে অনুপ চেতিয়াই বাংলাদেশত থকা কালছোৱাত বেছিভাগ সময় জে’লতেই আছিল। জে’লৰ পৰা ওলাই অহাৰ পিছতো বাংলাদেশতেই আত্মগোপন কৰি আছিল চেতিয়াই। বাংলাদেশত পুনৰ যাবলৈ ইচ্ছা আছেনে সেই সম্পৰ্কেও মত প্ৰকাশ কৰি অনুপ চেতিয়াই বাংলাদেশলৈ যোৱাৰ ইচ্ছা প্ৰকাশ কৰি কয় যে বাংলাদেশলৈ যোৱাৰ ইচ্ছা আছে কিন্তু ভাৰত চৰকাৰ আৰু বাংলাদেশ চৰকাৰ, দুয়োখন চৰকাৰেই বিষয়টো ভালধৰণে গ্ৰহণ নকৰিব। আত্মীয়তাৰ সম্পৰ্ক বান্ধ খোৱাৰ পিছত বাংলাদেশ যাবলৈ ইচ্ছুক অনুপ চেতিয়া।

স্বাধীন অসমৰ লক্ষ্যেৰে আগবঢ়া আলফাৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল অনুপ চেতিয়া ওৰফে গোলাপ বৰুৱা। সংগ্ৰামৰ ভৰপৰ সময়তে ১৯৯৭ চনৰ ২১ ডিচেম্বৰত ঢাকাৰ মহম্মদপুৰৰ পৰা আটক কৰা হৈছিল অনুপ চেতিয়াক। অবৈধভাৱে বাংলাদেশত প্ৰৱেশ কৰা, বিদেশী মুদ্ৰা আৰু এটা চেটেলাইট ফোন ৰখাৰ অপৰাধত ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড দিয়া হয় চেতিয়াক। ২০০৪ চনত শাস্তিৰ ম্যাদ শেষ হ’ল যদিও কাৰাগাৰৰ পৰা মুক্ত কৰি দিয়া নহ’ল চেতিয়াক। ২০১৫ চনৰ ১২ নৱেম্বৰত কাশিমপুৰ কাৰাগাৰৰ পৰা ভাৰতৰ হাতত গতাই দিয়া হ’ল চেতিয়াক। বৰ্তমান চেতিয়া আলোচনাপন্থী আলফা দলটোৰ প্রধান এগৰাকী সদস্য।

উল্লেখ্য যে জীয়াৰীৰ বিবাহৰ বাবে বাংলাদেশৰ জনতাৰ আশীৰ্বাদ বিচৰা চেতিয়াই লগতে কয় যে, ভাৰত চৰকাৰে অচিৰেই আলফাৰে শান্তি চুক্তি স্বাক্ষৰ কৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সাৱধান! বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ চেষ্টা লম্পটৰ
অসম

সাৱধান! বিদ্যালয়ৰ প্ৰস্ৰাৱগাৰত ছাত্ৰীৰ ভিডিঅ’ ৰেকৰ্ডিং কৰাৰ চেষ্টা লম্পটৰ

October 1, 2026
বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!
জীৱনশৈলী

বাবা ভাংগাৰ ভয়ংকৰ ভৱিষ্যদ্বাণী, ক’লে ৩ টা ভয়ংকৰ সত্য!

October 1, 2026
নৱৰাত্ৰিৰ ঘট স্থাপনৰ শুভ মুহূৰ্ত কেতিয়া? পূজাত ভুল কৰিলে বিপদ আপোনাৰ!
জীৱনশৈলী

নৱৰাত্ৰিৰ ঘট স্থাপনৰ শুভ মুহূৰ্ত কেতিয়া? পূজাত ভুল কৰিলে বিপদ আপোনাৰ!

October 1, 2026
১ অক্টোবৰ ২০২৬: এই ৫ ৰাশিৰ ওপৰত থাকিব গ্ৰহ-নক্ষত্ৰৰ বিশেষ কৃপা!
জীৱনশৈলী

১ অক্টোবৰ ২০২৬: এই ৫ ৰাশিৰ ওপৰত থাকিব গ্ৰহ-নক্ষত্ৰৰ বিশেষ কৃপা!

October 1, 2026
Next Post
তেজস্বিতা আমাক ক্ষমা কৰিবা…

তেজস্বিতা আমাক ক্ষমা কৰিবা...

‘আদিপুৰুষ’-এ ইতিহাস বিকৃত কৰিছে! ৰাৱণক আলাউদ্দিন খিলজি কিয় বনাইছে?

'আদিপুৰুষ’-এ ইতিহাস বিকৃত কৰিছে! ৰাৱণক আলাউদ্দিন খিলজি কিয় বনাইছে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.