• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ভাৰতত বিনিয়োগ কৰি থাকিব এপলে, পৰিকল্পনাৰ কোনো পৰিৱৰ্তন নাই- ট্ৰাম্পক চিধা উত্তৰ

ভাৰতত বিনিয়োগ কৰি থাকিব এপলে, পৰিকল্পনাৰ কোনো পৰিৱৰ্তন নাই- ট্ৰাম্পক চিধা উত্তৰ

11 months ago
বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

13 minutes ago
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

1 hour ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

2 hours ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

3 hours ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

3 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

4 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

4 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

14 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

14 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

14 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

15 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ভাৰতত বিনিয়োগ কৰি থাকিব এপলে, পৰিকল্পনাৰ কোনো পৰিৱৰ্তন নাই- ট্ৰাম্পক চিধা উত্তৰ

editor by editor
May 16, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
ভাৰতত বিনিয়োগ কৰি থাকিব এপলে, পৰিকল্পনাৰ কোনো পৰিৱৰ্তন নাই- ট্ৰাম্পক চিধা উত্তৰ
0
SHARES
376
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতত বিনিয়োগ কৰি থাকিব এপলে, পৰিকল্পনাৰ কোনো পৰিৱৰ্তন নাই- ট্ৰাম্পক চিধা উত্তৰ

ট্ৰাম্পে কালি এপল কোম্পানীক নিৰ্দেশ দিছিল য়ে, ভাৰতত এপলৰ কোনো নিৰ্মাণ কাৰখানা নিৰ্মাণ কৰিব নালাগে। সেই কথাৰ এটা দিন পাছতে এতিয়া এপলৰ ফালৰ পৰা আহিছে উত্তৰ। ট্ৰাম্পক চিধা উত্তৰ আইফোন নিৰ্মাণ কোম্পানীটোৰ। ভাৰতত বিনিয়োগ কৰি থাকিব এপলে।

ভাৰত চৰকাৰক আশ্বাস দি আইফোন নিৰ্মাতা কোম্পানী এপলে কয় যে, দেশৰ বাবে বিনিয়োগৰ পৰিকল্পনাত কোনো পৰিৱৰ্তন নহ’ব। চৰকাৰী সূত্ৰৰ উদ্ধৃতিৰে চিএনবিচি টিভি১৮ৰ এক প্ৰতিবেদনত কোৱা হৈছে যে ভাৰতত এপলৰ বিনিয়োগৰ পৰিকল্পনাত কোনো পৰিৱৰ্তন হোৱা নাই আৰু কোম্পানীটোৱে ভাৰত চৰকাৰক প্ৰধান উৎপাদন ভিত্তি হিচাপে ব্যৱহাৰ কৰাৰ প্ৰতিশ্ৰুতিৰ বিষয়ে ভাৰত চৰকাৰক আশ্বাস দিছে।

আনহাতে ট্ৰাম্পৰ কালিৰ মন্তব্যৰ পাছতে ভাৰতৰ ইলেক্ট্ৰনিক ইণ্ডাষ্ট্ৰীজ এছ’চিয়েশ্যন অৱ ইণ্ডিয়াৰ (এলচিনা) মহাসচিব ৰাজো গোৱালে কয় যে, ‘অলপ লেহেমীয়া হ’ব পাৰে, কিন্তু সঁচাকৈয়ে মই নাভাবো যে ইয়াৰ দ্বাৰা ভাৰতত ইমান প্ৰভাৱ পৰিব। গোৱালে ট্ৰাম্পৰ এই মন্তব্যক “কেৱল বক্তব্য” বুলি অভিহিত কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে “নিজৰ স্থিতি সলনি কৰিব পাৰে” বুলি আশা প্ৰকাশ কৰে।

উল্লেখ্য যে, ভাৰত এপলৰ বাবে এক গুৰুত্বপূৰ্ণ উৎপাদন ভিত্তিত পৰিণত হৈছে। ২০২৫ চনৰ মাৰ্চ মাহত সমাপ্ত হোৱা বিত্তীয় বৰ্ষত কোম্পানীটোৱে দেশত প্ৰায় ২২ বিলিয়ন ডলাৰৰ আইফোন উৎপাদন কৰিছিল, যিটো পূৰ্বৰ বছৰৰ তুলনাত ৬০% বৃদ্ধি। বৰ্তমান বিশ্বৰ প্ৰতি পাঁচটা আইফোনৰ ভিতৰত এটা আইফোন ভাৰতত নিৰ্মাণ কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: India AmericaIphoneiPhone Company
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট
বিনোদন

বৰষুণে পণ্ড কৰিব নেকি আজি RR vs MI ৰ মেচ? বতৰক লৈ ডাঙৰ আপডেট

April 7, 2026
ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!
জীৱনশৈলী

ৰীল চাই চাই খাদ্য গ্ৰহণ কৰে নেকি? ভুগিব এইবোৰ ৰোগত!

April 7, 2026
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ
বাণিজ্য

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

April 7, 2026
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া
ভাৰত

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

April 7, 2026
Next Post
অভিনেতা ছেইফৰ ৩ ঠাইৰ সম্পত্তিৰ পাকিস্তান কানেকচন, এতিয়া হ’ব একচন

অভিনেতা ছেইফৰ ৩ ঠাইৰ সম্পত্তিৰ পাকিস্তান কানেকচন, এতিয়া হ'ব একচন

বৰষুণে বিধি পথালি দিলে কি হ’ব ফাইনেল খেল, কোনে নিব পদক

বৰষুণে বিধি পথালি দিলে কি হ'ব ফাইনেল খেল, কোনে নিব পদক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.