• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

1 month ago
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

27 minutes ago
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

1 hour ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

2 hours ago
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

2 hours ago
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

3 hours ago
‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

3 hours ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

21 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

21 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

21 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

22 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

22 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ

চাইনাচৰ পৰা কেনেকৈ সকাহ পাব? অনুসৰণ কৰক এইকেইটা ঘৰুৱা উপায়

editor by editor
August 30, 2026
in জীৱনশৈলী, বিবিধ, লেখা, স্বাস্থ্য
0
চাইনাচৰ সমস্যাই অশান্তি কৰিছে নেকি? এই টিপছে আপোনাক দিব সকাহ
0
SHARES
247
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আমাৰ মুখমণ্ডলৰ হাড়বিলাকৰ মাজত কিছুমান গহ্বৰৰ নিচিনা খালী ঠাই বা বায়ুমোনা থাকে, যিবিলাক আমাৰ নাকগহ্বৰৰ সৈতে সংযোজিত হৈ থাকে । এই গহ্বৰবিলাকৰ মাজত বায়ু সোমাই থাকে বাবে আমি আমাৰ লাওখোলাটোৰ ওজন অনুভৱ নকৰো আৰু আমি নাকেৰে শ্বাস-প্ৰশ্বাসত লোৱা বায়ুক হাওঁফাওঁলৈ যোৱাৰ আগতে এই চাইনাছাবিলাকে আৰ্দ্ৰতা প্ৰদান কৰে, যাক চাইনাচ বুলি কোৱা হয়।

ধূলি, বায়ু প্ৰদূষণ আৰু শীতকালত ঠাণ্ডা বতৰৰ ফলত বহু লোকৰ চাইনাচৰ সমস্যাৰ সৃষ্টি হয়। ইয়াত এফালে মূৰৰ বিষ, ডিঙিৰ বিষ, ভাগৰ, নাকেৰে উশাহ লোৱাত অসুবিধা হ’ব পাৰে। কিছুমান ক্ষেত্ৰত এন্টিবায়’টিক ঔষধেৰে চাইনাচ আৰোগ্য হয়। আনহাতে কিছুমান ক্ষেত্ৰত অস্ত্ৰোপচাৰৰ প্ৰয়োজন হয়। যদি এই মুহূৰ্তত চাইনাচৰ সমস্যাৰ সৃষ্টি হয়, তেন্তে কিছুমান ঘৰুৱা উপায়েৰেও সকাহ পাব পাৰে। যদি আপুনি চাইনাচৰ সমস্যাৰ পৰা সকাহ পাব বিচাৰে তেন্তে কিছুমান ঘৰুৱা উপায়ো চেষ্টা কৰিব পাৰে।

দৈনিক গৰম পানীৰ ভাপ লওক

দৈনিক কিছু সময়ৰ বাবে ভাপ লোৱাটো। ইয়াৰ ফলত মূৰ গধুৰ লগা ভাব কমি যাব আৰু কপালৰ আশে-পাশে থকা অংশৰ বিষৰ পৰাও সকাহ পাব। ইয়াৰ বাবে পানী গৰম কৰি তাত কেইটোপালমান ইউকেলিপ্টাছ অইল বা পদিনা তেল দিব। ৰাতি শুৱাৰ পূৰ্বে ভাপ লগাব লাগে।

নহৰুৱে সংক্ৰমণ হ্ৰাস কৰে

চাইনাচৰ সংক্ৰমণৰ সমস্যা হ্ৰাস কৰাত নহৰু সেৱন কৰাটো ফলপ্ৰসূ, কাৰণ ইয়াত এন্টিবেক্টেৰিয়েল গুণ আছে। প্ৰতিদিনে দুটাৰ পৰা তিনিটা কেঁচা নহৰু চোবাই খাব লাগে।

 মানি চলক

  1. নিজৰ হাত দুখন সঘনাই ধোৱাৰ অভ্যাস কৰিলে বীজাণু আৰু সংক্ৰমণ কিছু পৰিমাণে ৰোধ কৰিব পৰা যায়।
  2. শিশুৰ নিয়মিত টিকাকৰণ কৰিব লাগে।
  3. ধুম্ৰপান ত্যাগ কৰা উচিত।
  4. ঠাণ্ডাৰ দিনত বিশেষ সাৱধানতা ল’ব লাগে।
  5. যিমান দুৰ সম্ভৱ নিজক ধুলি-মাকতি, নালাগে।
  6. ঋতু অনুযায়ী উৎপন্ন হোৱা ফল-মুল সেৱন কৰিব লাগে।
  7. ফ্ৰীজত ৰখা বস্তু, ময়দাৰ দ্বাৰা বনোৱা খাদ্য সামগ্ৰী, ফাষ্টফুড, কাৰ্বনেটেড ড্ৰিংকছ, চিগাৰেট, চকলেট , মদ্য, ব্ৰেড,
  8. জাংকফুড ইত্যাদি ত্যাগ কৰিব লাগে।
  9. নিয়মিত ব্যায়াম আৰু খোজ কাঢ়িব লাগে।
  10. খাদ্যত নহৰু আৰু পিঁয়াজ ব্যৱহাৰ কৰিব লাগে।
  11. অতি উষ্ণ বা অতি ঠাণ্ডা খাদ্য বস্তু পৰিহাৰ কৰিব লাগে।

মনত ৰাখক

যদি আপোনাৰ চাইনাচ আছে তেন্তে নাকৰ ভিতৰটো পৰিষ্কাৰ কৰাটো অতি প্ৰয়োজনীয়। পাত্ৰ এটা লৈ এটা নাকৰ ফুটাৰে কুহুমীয়া নিমখীয়া পানী (ছালে যিমান অনুভৱ কৰিব পাৰে) ঢালি দিব, এই পানী আনটো নাকৰ ফুটাৰ পৰা ওলাই আহিব আৰু চাইনাচৰ বেক্টেৰিয়া আৰু মলিবোৰো পৰিষ্কাৰ হ’ব, যিটোৱে আপোনাক সকাহ প্ৰদান কৰিব। কিন্তু যদি আপুনি আগতে কেতিয়াও এই প্ৰক্ৰিয়া কৰা নাই তেন্তে আপুনি এজন বিশেষজ্ঞৰ পৰামৰ্শ ল’ব পাৰে যাতে তেওঁ আপোনাক কেনেকৈ সঠিকভাৱে কৰিব লাগে ক’ব পাৰিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!
অসম

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

October 11, 2026
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?
প্ৰযুক্তি

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

October 11, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

October 11, 2026
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল
বিশ্ব

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

October 11, 2026
Next Post
WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

WWE Khali health update: ভয়ংকৰ দুৰ্ঘটনাত পতিত দ্য গ্ৰেট খালী! কেনে আছে স্বাস্থ্য?

গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

গংগাজল ঘৰত ৰাখিছে নেকি? তেন্তে জানক এই তথ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.